Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Smoke From the Dumping Grounds is Causing Serious Pollution:ডাম্পিং গ্রাউণ্ডৰ জুইৰ ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ

ব্যৱস্থা গ্ৰহণৰ দাবীত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক স্মাৰকপত্ৰ

publisher by publisher
February 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Smoke From the Dumping Grounds is Causing Serious Pollution:ডাম্পিং গ্রাউণ্ডৰ জুইৰ ধোঁৱাই সৃষ্টি কৰিছে ভয়াৱহ প্ৰদূষণ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Illegal Parking Tax:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত নিশা উত্তপ্ত পৰিস্থিতি

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Smoke From the Dumping Grounds is Causing Serious Pollution:

গুৱাহাটী মহানগৰীৰ পৌৰ নিগমৰ অধীনস্থ এলেকাৰ ৬০টা ৱার্ডৰ আৱৰ্জনাসমূহ পেলোৱাৰ বাবে পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছিং ব’ৰ্ডৰ প্রায় ৬০ বিঘা মাটিত গুৱাহাটী পৌৰ নিগমে ২০২১ৰ আগষ্টৰ প্ৰথম সপ্তাহত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত স্থাপন কৰিছিল এটা ডাম্পিং গ্রাউণ্ড।

ADVERTISEMENT

কিন্তু বিগত সময়ছোৱাত ডাম্পিং গ্রাউণ্ডটোৱে সৃষ্টি কৰা দূষিত ভয়াবহ প্ৰদূষণৰ বাবে পশ্চিম বৰাগাঁৱৰ উপৰি দাঁতিকাষৰীয়া পামহী, মইনাখোবোং, দেউছতাল, মাঘুৱাপাৰা, বড়োপাৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত প্রায় আঢ়ৈ বছৰ ধৰি শান্তিৰে অলপো উশাহ ল’ব পৰা নাই। এক কথাত ক’ব লাগিলে দুৰ্গন্ধৰ স’তে সহাবস্থান কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে।

বিগত সময়ছোৱাত দীপৰ বিল সুৰক্ষা মঞ্চ, পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ, ইয়ং গ্রীণ ক্লাব,নৱজ্যোতি সংঘকে ধৰি এই অঞ্চলটোৰ ৰাইজে বেলৰতলত স্থাপন কৰা ডাম্পিং গ্রাউণ্ড তাৰ পৰা স্থানান্তৰ কৰাৰ বাবে বিভিন্ন প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিছিল।

আনকি দীপৰ বিল সুৰক্ষা মঞ্চই এই সন্দৰ্ভত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি পত্র প্ৰেৰণ কৰিছিল। তাৰ পাছত গুৱাহাটী পৌৰ নিগমে দুর্গন্ধ আঁতৰ কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতি অবলম্বন কৰা হ’ব বুলি কে’বাবাৰো প্রতিশ্রুতি দিছিল। কিন্তু প্রতিবাদী ৰাইজৰ দাবীত সেও মনা দেখুৱাই গুৱাহাটী পৌৰ নিগমে প্রতিশ্রুতি দিয়াৰ আঢ়ৈ বছৰ পাৰ হোৱাৰ পাছতো ডাম্পিং গ্রাউণ্ডব আৱৰ্জনাৰ পৰা নিৰ্গত হোৱা দুর্গন্ধ আঁতৰ কৰাৰ বাবে বিশেষ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতি প্রয়োগ নকৰাত আজিও দুর্গন্ধই ছানি ধৰি আছে বৃহত্তৰ অঞ্চলটোৰ আকাশ বতাহ।

ইফালে, ভূতৰ ওপৰত দানহ পৰাদি বিগত জ্বলি থকা ঘটনা আৰু তাৰ পৰা অহৰহভাবে আহি থকা ধোঁৱাই পৰিৱেশটো পুনৰ ভয়াৱহভাবে প্ৰদূষিত কৰিছে। যাৰ বাবে দীপৰ বিল সুৰক্ষা মঞ্চই এই সমস্যাৰ পৰিত্ৰাণ বিচাৰি অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ সদস্য সচিবক ই- মেইল যোগে এখন স্মাৰকপত্র প্ৰেৰণ কৰিছে।

স্মাৰকপত্ৰখনত দীপৰ বিলৰ সমীপৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত বে- আইনীভাবে স্থাপন কৰা ডাম্পিং গ্রাউণ্ড বন্ধ কৰা আৰু ডাম্পিং গ্রাউণ্ডৰ জুইৰ ধোঁৱাই ভয়াৱহভাবে সৃষ্টি কৰা প্ৰদূষণ সন্দর্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। একেদৰে দীপৰ বিলত মৰা ভৰলু, বশিষ্ঠ আৰু বাহিনী নদীয়ে কঢ়িওৱা প্ৰদূষিত পানী আৰু আৱর্জনা পেলোৱা বন্ধ কৰাৰো দাবী জনাইছে।

আনহাতে দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যক প্ৰদূষিত কৰি ধ্বংসকার্যত জড়িত বিষয়াক শাস্তি প্রদানৰ বাবেও দাবী জনোৱা হৈছে। শেষত ডাম্পিং গ্রাউণ্ডত জুই লগাই দি জাবৰৰ পাহাৰৰ আকাৰ কম কৰিব বিচৰা কাৰ্যৰ এক উচিত তদন্ত কৰি দোষীক শাস্তি প্রদান কৰিবলৈও পত্ৰখনত দাবী জনোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BoragaonCausing Serious PollutionDumping GroundsGMCPublic ProtestSmoke
publisher

publisher

Related Posts

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d