Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhaskar Jyoti Mohanta receives Champaati Award:জি আই টিৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানৰ সামৰণী ভাস্কৰ জ্যোতি মহন্তক চম্পাৱতী বঁটা প্রদান

publisher by publisher
November 19, 2024
in Assam, India, News
Reading Time: 1 min read
0
Bhaskar Jyoti Mohanta receives Champaati Award:জি আই টিৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানৰ সামৰণী ভাস্কৰ জ্যোতি মহন্তক চম্পাৱতী বঁটা প্রদান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

ADVERTISEMENT

Bhaskar Jyoti Mohanta receives Champaati Award:

ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান গুৱাহাটী ইনষ্টিটিউট অব টেকন’লজী চমুকৈ জি আই টিয়ে এইবাৰ ২৫ বৰ্ষত ভৰি দিছে। সেই উপলক্ষে দুদিনীয়া অনুষ্ঠানেৰে ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰে। যোৱা ১৬ আৰু ১৭ নৱেম্বৰত উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্রেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। প্রথম দিনাৰ মুখ্য কাৰ্য্যসূচী হিচাপে জি আই টিৰ প্ৰতিষ্ঠাপক প্রয়াত সঞ্জীৱ গোস্বামীৰ সোঁৱৰণত আন্তঃ বিদ্যালয় কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়।

এই প্রতিযোগিতাত বিজয়ী দল সমূহক প্রমাণ পত্ৰ, স্মাৰক আৰু নগদ ধনৰ টোপোলাৰে পুৰস্কৃত কৰা হয়। ইয়াৰ পিছতেই জি আই টিৰ আন এগৰাকী প্রতিস্থাপক প্রয়াত ৰুণুজ্যোতি গোস্বামী সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় প্রাক্তন ছাত্র- ছাত্রী সমাৰোহ। প্রাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ ভিন্ন ভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ সামৰণী পৰে। বন্তি প্রজ্বলনেৰে দ্বিতীয় দিনাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অসম প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰই।

ইয়াৰ পিছতেই ৰূপালী জয়ন্তী বর্ষ উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সভাখনিত অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰৰ লগতে কলিকতাৰ অভিযান্তিক প্রতিষ্ঠানৰ অধ্যক্ষ ড: কে. চি. চাহু, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেত্রী মলয়া গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, কেৰিয়াৰ পৰামৰ্শ দাতা তথা অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ মেকানিকেল বিভাগৰ মুৰব্বী অধ্যাপক ড: বুলজিৎ বুঢ়াগোঁহাই, গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা।

উক্ত সভাতেই অসম আৰক্ষীৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্রধান, সাহিত্য কর্মী ভাস্কৰ জ্যোতি মহন্তক প্রদান কৰা হয় তৰুণ চন্দ্র গোস্বামী শৈক্ষিক ন্যাসৰ লগতে জি আই টিৰ ফালৰ পৰা প্ৰতিবছৰৰ দৰে এইবাৰো ‘চম্পাৱতী বঁটা’ৰে তেখেতক বিভূষিত কৰা হয়। বঁটা গ্রহণ কৰি মহন্তই কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত এটি চমু ভাষণ আগবঢ়াই। ইয়াৰ পিছতেই বঁটা প্রাপক ভাস্কৰ জ্যোতি মহন্তৰ জৰিয়তে প্ৰদান কৰা হয় আন্তঃ বিদ্যালয়ৰ কুইজ প্রতিযোগিতাৰ স্থান প্রাপ্ত প্রতিযোগী দল সমূহক পুৰস্কাৰ প্ৰদান কৰে।

দলসমূহ ক্রমে প্রথম শ্রেষ্ঠ দল নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মন আৰু সুৰয আহমেদ, দ্বিতীয় শ্রেষ্ঠ দল শংকৰদেৱ শিশু নিকেতন ইচ্ছাদঘৰীয়া আৰু ঘাপাৰৰ মঞ্জিষ্ঠা কুমাৰ, হিমলীনা বৰুৱা, তৃতীয় শ্রেষ্ঠ দল অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ প্রিয়াংসু পি শৰ্মা আৰু গুৰুকূল গ্ৰামাৰ স্কুলৰ ত্ৰিনাভ কাশ্যপ, চতুর্থ স্থান লাভ কৰিছে মহর্ষী বিদ্যামন্দিৰ, শিলপুখুৰীৰ ধৃতিৰাজ শৰ্মা আৰু দেৱাংক বানী কাশ্যপ, পঞ্চম স্থান প্রাপ্ত নৱম মান শ্ৰেণীৰ ছাত্ৰ সৰলা বিৰলা জ্ঞানজ্যোতি আৰু নুনমাটি পাব্লিক স্কুলৰ ছাত্ৰ শুভদ্বীপ ভট্টাচাৰ্য্য আৰু যষ্ঠ স্থান প্রপ্ত কটন বিশ্বাবিদ্যালয়ৰ একাদশ মানৰ ছাত্র ভার্গর দত্ত, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ চিন্ময় নন্দ কিশোৰ শর্মাই। কুইজ প্রতিযোগিতাখন সুন্দৰ ভাৱে পৰিচালনা কৰে অসমৰ জনপ্রিয় কুইজ পৰিচালক দিপাংকৰ কাশ্যপে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhaskar Jyoti Mohanta receives Champaati AwardGITGuwahatiSilver jubilee Year Celebration
publisher

publisher

Related Posts

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম
International

নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

August 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d