Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

MGNREGA scheme irregularities in Nagaon:নগাঁৱত এম জি এনৰেগা আঁচনিত অনিয়ম

আঁচনিৰ ফলক স্থাপন কৰি তিনি ট্রাক মাটি পেলায়েই ৮.১৩ লাখ টকা লুণ্ঠনৰ অভিযোগ

publisher by publisher
November 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
MGNREGA scheme irregularities in Nagaon:নগাঁৱত এম জি এনৰেগা আঁচনিত অনিয়ম
1
SHARES
10
VIEWS
ShareShareShareShare

MGNREGA scheme irregularities in Nagaon:

নগাঁও জিলাৰ লাওখোৱা উন্নয়ন খণ্ডৰ কাঠপাৰা গাঁও পঞ্চায়তত এমজি এনৰেগা আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়তখনৰ অঞ্চলাধীন কাঠপাৰা বজাৰৰ পাছফালে এমজি এনেৰেগাৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ এখন আঁচনিৰ কামৰ বিৱৰণিৰ ফলক স্থাপন কৰা হ’ল যদিও আজি পর্যন্ত বিশেষ কোনো কামেই কৰা পৰিলক্ষিত নহ’ল। ইয়াকে লৈ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

ADVERTISEMENT

উল্লেখ্য যে নগাঁও জিলা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ লাওখোৱা উন্নয়ন খণ্ডৰ কাঠপাৰা গাঁও পঞ্চায়তে ইয়াৰ অঞ্চলাধীন কাঠপাৰা বজাৰৰ পাছফালে থকা এটা পৰিত্যক্ত পথকে বজাৰ ক্ষেত্ৰ (ফিল্ড) ৰূপে দেখুৱাই ফিল্ডখনৰ উন্নয়নৰ নামত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত বিগত ২০২৩-২৪ বিত্তীয় বর্ষত আঠ লাখ ১৩ হেজাৰ ৬৭৪ টকা প্রকল্প ব্যয়ৰে এক আঁচনি গ্রহণ কৰা হৈছিল। বর্ক আইডি ০৪২৩০৬৬০০৮/এলডি/ ৯০১০৩২৪৪৭১ৰ এমজি এনৰেগাৰ কামটোত শ্রমিকৰ মজুৰিৰ শিতানত ছয় লাখ ৮৫ হেজাৰ ৪৪১ টকা আৰু সামগ্ৰীৰ শিতানত এক লাখ ২৮ হেজাৰ ২৩৩ টকা ধার্য কৰা হৈছিল ৷

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

এমজি এনৰেগা আঁচনিৰ এই কামটোৰ এখন ফলক কাঠপাৰা বজাৰৰ পাছফালে এখন দোকানৰ পিছফালৰ পকীবেৰতে লগাই স্থাপন কৰা হৈছিল। পৰিতাপৰ বিষয় যে বিত্তীয় বর্ষ ২০২৩-২৪ কাহানিবাই উকলিল তৎসত্ত্বেও এনৰেগাৰ এই আঁচনিখনৰ কামে আজি পর্যন্ত বিশেষ ধৰণে অগ্রগতি লাভ নকৰিলে। এমজি এনৰেগাৰ এই আঁচনিখন ‘কাঠপাৰা বজাৰৰ ভূমি উন্নয়ন’ বুলি উল্লেখ কৰা হৈছে যদিও স্থানীয় ৰাইজে জনোৱা মতে, এইটো বজাৰ ক্ষেত্ৰ নহয়, বজাৰৰ পাছফালৰ এটা পৰিত্যক্ত পথহে। সেই পথটোকে বজাৰৰ ফিল্ড উন্নয়নৰ নামৰ আঁচনিখনৰ ধনৰে নিৰ্মাণ কৰাৰ কথা আছিল।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, কেইমাহমানৰ আগতে পৰিত্যক্ত পথটোত তিনি ট্রাকমান মাটি পেলাইছিল যদিও তাৰ পাছত আৰু কোনো ধৰণৰ কাম নকৰিলে। সেই আঁচনিখনৰ নামত আবণ্টিত টকা কাম নকৰাকৈয়ে ভুৱা শ্রমিক আৰু ভুৱা জৱকাৰ্ডৰ জৰিয়তে লাওখোৱা উন্নয়ন খণ্ড আৰু কাঠপাৰা গাঁও পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীৰ লগতে পঞ্চায়ত প্রতিনিধিয়ে আত্মসাৎ কৰা বুলিও ৰাইজে সন্দেহ প্রকাশ কৰিছে। যিহেতু এই আঁচনিৰ কামৰ দায়িত্বত থকা পঞ্চায়ত প্রতিনিধিসকল এতিয়া কৰ্মৰত অৱস্থাত নাই। তেওঁলোকৰ কাৰ্যকাল কাহানিবাই উকলি গৈছে।

সেয়েহে ৰাইজে এই দুর্নীতিৰ বাবে জবাবদিহি কৰিবলৈ তেওঁলোকক পঞ্চায়ত কার্যালয়তো বিচাৰি নাপায়। কাঠপাৰাৰ এই এনৰেগাৰ আঁচনিখনৰ ধন আবণ্টন দিয়াৰ পাছতো কিয় কোনো কাম কৰা নহ’ল, সেই আঁচনিৰ ধন কাম নকৰাকৈয়ে আত্মসাৎ কৰা হ’ল নেকি এই সন্দর্ভত এক তদন্তৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক ৰাইজে দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kathpara PanchayatLowkhua Dev. DivMGNREGA scheme irregularitiesNagaon
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d