Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

    লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

    মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

    মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

অসমত কংগ্ৰেছ চৰকাৰৰ শাসন কালত ৫২ লাখ কোটি টকা মন্ত্ৰী, বিধায়কে মিলি আত্মসাৎ কৰি ইতিহাস ৰচনা কৰিলে

publisher by publisher
April 4, 2019
in Loksabha Election, News, Politics
Reading Time: 1 min read
0
অসমত কংগ্ৰেছ চৰকাৰৰ শাসন কালত ৫২ লাখ কোটি টকা মন্ত্ৰী, বিধায়কে মিলি আত্মসাৎ কৰি ইতিহাস ৰচনা কৰিলে
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিগবৈত তেলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে

ডিগবৈ: অসমত কংগ্ৰেছ চৰকাৰৰ শাসন কালত ৫২ লাখ কোটি টকা মন্ত্ৰী, বিধায়কে মিলি আত্মসাৎ কৰি ইতিহাস ৰচনা কৰিলে। কেৱল অসমতেই ইণ্ডিৰা আৱাস যোজনাৰ নামত তিনি লাখ কোটি টকা আত্মসাৎ কৰি দুখীয়াৰ নামত অহা বাসগৃহ লাভৰ পৰা বঞ্চিত কৰাই নহ’য়, চাৰে চাৰি লাখ কোটি টকা ভুৱা জৱকাৰ্ডৰ নামত, পোন্ধৰ লাখ কোটি টকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নামত অহা চাউলৰ ধনৰাশি, শিশু খাদ্যৰ নামত ন লাখ কোটি টকা আত্মসাৎ কৰি ৰাইজক চুড়ান্ত প্ৰতাৰণা কৰিলে। কংগ্ৰেছৰ শাসন কালত মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী, বিধায়কে অসমৰ ৰাজ ভড়ালৰ ধনৰ শৰাধ পতা চৰকাৰখনে ৰাজধৰ্ম পালন কৰিব নোৱাৰিলে। তেওঁলোকৰ ৰাষ্ট্ৰীয় চৰিত্ৰ নাই, দেশভক্তি নাই। কেৱল নিৰ্বাচনৰ সময়ত প্ৰলোভনৰ ৰাজনীতি কৰি দেশ শাসন নামত চৰকাৰী ধনেৰে নিজৰ ভোগ-বিলাস কৰাৰ বাহিৰে আজিলৈকে একো কৰা নাই। – আজি ডিগবৈত অনুস্থিত ৰামেশ্বৰ তেলীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ভাষণত কয়। ১৯৬২ ত চীনৰ ভাৰত আক্ৰমণৰ প্ৰসঙ্গক লৈ তেতিয়াৰ দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক কটাক্ষ কৰি কয় যে, ১৯৬২ ত চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত উত্তৰ-পূৰ্ব্বাঞ্চলৰ জনতা দিশহাৰা হৈ পৰিছিল। তেতিয়া কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাইজক শত্ৰুৰ হাতত গটাই দিছিল। কিন্তু বিজেপিৰ শাসন কালত পুলামুৱাত যেতিয়া ভাৰতীয় চিআৰপিএফ জোৱানৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলালে তাৰ পোটক এনেদৰে ললে যে ১৬০ কিলোমিটাৰ গৈ বালাকোটত পাকিস্তানী সন্ত্ৰাসবাদী শিৱিৰ ধ্বংস কৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মৰ্য্যদা অটুত ৰাখিলে, দেশৰ সাৰ্ব্বভৌমত্ব অক্ষুন্ন ৰাখিলে, সেয়াই গোটেই বিশ্বত প্ৰমাণিত কৰিলে যে ভাৰতবৰ্ষৰ সৰ্ব্বকালৰ সৰ্ব্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী জনেই হ’ল নৰেন্দ্ৰ মোদী। সভাত মুখ্যমন্ত্ৰীয়ে অসমত এইবাৰ নিৰ্বাচনত চৈধ্যখন আসনৰ ভিতৰত বাৰখন আসনতেই জয়লাভ কৰিব বুলিও মন্তব্য কৰে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam BJPSarbananda Sonowal
publisher

publisher

Related Posts

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব
India

দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d