Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Guwahati High Court Bans Buffalo and Bulbul fight in Assam:ৰাজ্য চৰকাৰৰ এছ অ পি খাৰিজ উচ্চ ন্যায়ালয়ৰ

ৰাজ্যত নিষিদ্ধ হ'ল ম'হ-বুলবুলি চৰাইৰ যুঁজ , পেটা ইণ্ডিয়াই প্রত্যাহ্বান জনাইছিল ৰাজ্য চৰকাৰৰ এছঅ'পিক

publisher by publisher
December 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Guwahati High Court Bans Buffalo and Bulbul fight in Assam:ৰাজ্য চৰকাৰৰ এছ অ পি খাৰিজ উচ্চ ন্যায়ালয়ৰ
1
SHARES
11
VIEWS
ShareShareShareShare

ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল ব’হাগ বিহুৰ সময়ত আহতগুৰিকে ধৰি নগাঁৱৰ বিভিন্ন স্থানত অনুষ্ঠিত ঐতিহাসিক ম’হ যুঁজ আৰু হাজোৰ বিখ্যাত বুলবুলি চৰাইৰ যুঁজ।

ADVERTISEMENT

‘পিপুল ফৰ দ্য এথিকেল ট্রিটমেন্ট অৱ এনিমেলছ’ (পেটা) ইণ্ডিয়াই দাখিল কৰা এক গোচৰৰ শুনানিৰ অন্তত ন্যায়াধীশ দেৱাশীষ বৰুৱাৰ আদালতে এই নিষেধাজ্ঞা জাৰি কৰে।

RelatedPosts

Peta India : অসম চৰকাৰক পেটাৰ আহ্বান বন বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ অনুসন্ধন কৰা

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ এক নির্দেশ মর্মে দেশৰ বিভিন্ন প্রান্তত অনুষ্ঠিত এনে ধৰণৰ খেলবোৰ ইতিমধ্যে নিষিদ্ধ হৈছিল। বিগত ২০১৪ৰ সাত মে’ত উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞা আৰোপ কৰিছিল। তাৰ মাজতে ঐতিহাসিক তথা পৰম্পৰাগত বিষয় হিচাপে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ বাহাল ৰখাক লৈ ইয়াৰ লগত জড়িত কে’বাটাও পক্ষ পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

এই বিষয়টোত হস্তক্ষেপ কৰি অসম চৰকাৰে বিগত বৰ্ষৰ ২৭ ডিচেম্বৰত নিজাববীয়াকৈ এখন এছঅ’পি জাৰি কৰে। তাত উল্লেখ কৰা হয় যে কেৱল ব’হাগ বিহুৰ দিনকেইটাৰ ভিতৰতহে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিব পাৰিব।

ৰাজ্য চৰকাৰৰ এই এছঅ’পিৰ ভিত্তিত যোৱা ব’হাগ বিহুৰ সময়ত ৰাজ্যত বিহুৰ সময়ত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ এই এছঅপি সংবিধান উলংঘাকাৰী বুলি অভিহিত কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়
পেটা ইণ্ডিয়া। সংস্থাটোৰ আবেদনখনৰ ওপৰত হয় চূড়ান্ত শুনানি ।

সংস্থাটোৰ হৈ অধিবক্তাই তেওঁলোকৰ যুক্তি তথ্য সহকাৰে দাঙি ধৰে। এই সন্দৰ্ভত পেটা ইণ্ডিয়াৰ হৈ ন্যায়ালয়ত যুক্তি দর্শোৱা জ্যেষ্ঠ অধিবক্তা দিগন্ত দাসে উল্লেখ কৰে যে ম’হ আৰু বুলবুলি চৰাইৰ যুঁজে ‘প্রিভেনচন অব ক্রুৱেল্টি টু এনিমেলছ এক্ট, ১৯৬০’ উলংঘা কৰে। তদুপৰি বুলবুলি চৰাইৰ যুঁজে অতিৰিক্তভাৱে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ উলংঘা কৰে।

ন্যায়ালয়ে পেটাৰ অধিবক্তাৰ এই যুক্তি গ্রহণযোগ্য বুলি কয়। আনহাতে, এই যুঁজত যি ক্রুৰতা প্রকাশ পায়, তাৰ তথ্যসহ বিৱৰণো পেটা ইণ্ডিয়াৰ পৰা শুনানিত দাখিল কৰা হয়। তথ্যৰ ভিতৰত যোৱা ১৬ জানুৱাৰীত মৰিগাঁও জিলাৰ আঁহতগুৰিত অনুষ্ঠিত ম’হ যুঁজৰ এটা ভিডিঅ’ ন্যায়ালয়ত দাখিল কৰা হয়। ভিডিঅ’টোত যুঁজত লিপ্ত হোৱা ম’ইবোৰ গুৰুতৰভাৱে আহত হোৱা, যুঁজত অৱতীৰ্ণ হ’বলৈ গৰাকীয়ে ম’হবোৰৰ ওপৰত নিৰ্যাতন চলোৱাৰ ছবি ভিডিঅ’বোৰত স্পষ্ট হয়।

একেদৰে যোৱা ১৫ জানুৱাৰীত হাজোত অনুষ্ঠিত বুলবুলি চৰাইৰ যুঁজৰ ভিডিঅ’ত চৰাইৰ গৰাকীয়ে যুঁজৰ বাবে বুলবুলি চৰাইবোৰৰ প্ৰতি আইন উলংঘাকাৰী আচৰণ প্রদর্শন কৰাটো স্পষ্ট হয়। এই সন্দৰ্ভত উল্লেখ কৰা হয় যে যুঁজৰ বাবে সাজু কৰিবলৈ বুলবুলিক ‘মাৰি জোৱানা’কে ধৰি উত্তেজিত কৰিব পৰা বিভিন্ন বিষাক্ত আৰু নিচাযুক্ত দ্রব্য সেৱন কৰোৱা হয়। তাৰ পাছত যিদৰে বুলবুলি চৰাইবোৰক যুঁজত নমোৱা হয়, তাত বুলবুলিৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শনত বাকী নাথাকে।

এই সকলো তথ্য পৰীক্ষা কৰি উচ্চ ন্যায়ালয়ে অসম চৰকাৰে জাৰি কৰা এছঅ’পি খাৰিজ কৰি ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ নিষিদ্ধ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Buffalo and Bulbul fightGuwahati High Court BansPeta India
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d