Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Traditional Buffalo Fighting In Ahatguri:পৰম্পৰাগতভাৱে ৯ বছৰৰ মূৰত আঁহতগুৰিত আজি অনুষ্ঠিত হ’ল ম’হ যুঁজ

publisher by publisher
January 16, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Traditional Buffalo Fighting In Ahatguri:পৰম্পৰাগতভাৱে ৯ বছৰৰ মূৰত আঁহতগুৰিত আজি অনুষ্ঠিত হ’ল ম’হ যুঁজ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Traditional Buffalo Fighting In Ahatguri:

চৰকাৰে নিদিষ্ট কৰি দিয়া নীতি নিয়ম মানি আজি ৯ বছৰৰ মূৰত ঐতিহ্যমণ্ডিত আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ। ৰজাদিনীয়া পৰম্পৰাগত ভাৱে অনুষ্ঠিত হোৱা ম’হযুঁজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ADVERTISEMENT

উদ্বোধন কৰি দিয়া ভাষণত কয় যে, ৯ বছৰৰ অপেক্ষাৰ অন্তত পুনৰ অসমৰ ৰাইজে ভোগালী বিহুত ‘বুলবুলি যুঁজ’, ‘ম’হ যুঁজ’ৰ দৰে প্ৰাচীন পৰম্পৰা পালন কৰিলে।
আমাৰ চৰকাৰৰ প্ৰয়াস হৈছে অসমৰ চহকী পৰম্পৰা আৰু সংস্কৃতিক সুৰক্ষিত কৰা, যাতে আমাৰ ভৱিষ্যৎ প্ৰজন্মই শিপাৰ সৈতে সংযুক্ত হৈ থাকে। আজি আঁহতগুৰিৰ ঐতিহ্যমণ্ডিত এই ম’হযুঁজ পুনৰ আগৰ দৰে অসমৰ ৰাইজৰ বাবে হিয়াৰ আমঠু হৈ উঠক ৷ মই এইয়া অন্তকৰণেৰে কামনা কৰো ৷ লোকবিশ্বাস আৰু পৰম্পৰাক শ্ৰদ্ধা জনাই আমাৰ চৰকাৰে সুদীৰ্ঘ ৯ বছৰৰ মূৰত আঁহতগুৰিত ম’হ যুঁজ পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এই যুঁজ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে কেইটিমান বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। প্ৰাণীবিধৰ সুৰক্ষা আৰু প্ৰাচীন পৰম্পৰা ৰক্ষাৰ মাজত এক সন্তুলন ৰখাৰ উদ্দেশ্যে এই ব্যৱস্থা হাতত লোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷।

এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীখাৰ উদ্দেশ্যে এই ব্যৱস্থা হাতত লোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সহধৰ্মিনী ৰিনিকি ভূঞা শৰ্মা,স্থানীয় জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব ,সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা,ৰহাৰ বিধায়ক শশীকান্ত দাস ৷

উল্লেখ্য যে, ম’হ যুঁজৰ পৰম্পৰাক ধৰি ৰাখিব পাৰি বৃহত্তৰ আঁহতগুৰি অঞ্চলৰ ৰাইজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয় ।

মনকৰিবলগীয়া যে, ২০১৪ চনত উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ জালিকাট্টু বন্ধ কৰিছিল। একেদৰে বন্ধ কৰি দিয়া হৈছিল অসমৰ ম’হযুঁজ ৷ কিন্ত ২০২৩ ৰ মে’ত সৰ্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে জালিকাট্টু সহ আন জন্তুকলৈ হোৱা খেলতসেউজ সংকেত দিয়ে ৷

ইয়াৰ পাছতে ইতিপূৰ্বে বন্ধ হৈ থকা আঁহতগুৰিৰ ম’হ যুঁজ কেতবোৰ নীতি নিয়ম অনুসৰি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AhatguriCm Himanta Biswa SarmaTraditional Buffalo Fight
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d