Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

100th anniversary of the CPI was celebrated in Guwahati: মহানগৰীত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাৰ শতবৰ্ষৰ শুভ আৰম্ভণি অনুষ্ঠান 

publisher by publisher
December 26, 2024
in India, Assam, News
Reading Time: 2 mins read
0
100th anniversary of the CPI was celebrated in Guwahati: মহানগৰীত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাৰ শতবৰ্ষৰ শুভ আৰম্ভণি অনুষ্ঠান 
1
SHARES
10
VIEWS
ShareShareShareShare

100th anniversary of the CPI was celebrated in Guwahati:

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয় প্ৰাঙ্গনত শুভ আৰম্ভণিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । কাৰ্যসুচীৰ আৰম্ভণিতে পাৰ্টিৰ ৰক্ত পতাকা উত্তোলন কৰে পাৰ্টিৰ বৰ্ষীয়ান নেতা কমৰেড ডম্বৰু বৰাই। ইয়াৰ লগে লগে বিগত ১০০ বছৰে পাৰ্টিৰ যিসকল সংগ্ৰামী নেতাই তেওঁলোকৰ বিপ্লৱী কাৰ্যৰে পাৰ্টি তথা দেশখনক সেৱা আগবঢ়াই জীৱন উছৰ্গা কৰিলে, সেই সকলৰ প্ৰতি শ্ৰদ্ধা জনাই স্মৃতি সৌধত পুষ্প অৰ্পন কৰে বিশিষ্ট নিবন্ধকাৰ তথা ট্ৰেড ইউনিয়ন নেতা কমৰেড শৰত চন্দ্ৰ দাসে।

ADVERTISEMENT

ইয়াৰ পিছতে পাৰ্টিৰ জ্যেষ্ঠ নেতা কমৰেড চক্ৰেশ্বৰ কলিতাৰ পৰিচালনাত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। কমিউনিষ্ট ইন্টাৰনেচনেল গীতেৰে আৰম্ভ কৰা সভাখন আৰম্ভ কৰা হয় ৷ আদৰণি ভাষণ আগবঢ়াই চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে চি পি আইয়ে হৈছে একমাত্ৰ বাওঁপন্থী ৰাজনৈতিক দল যিয়ে ১৯২৫ চনৰ ২৬ ডিচেম্বৰত কানপুৰ চহৰত প্ৰতিষ্ঠা লাভ কৰি আজি বিভিন্ন ঘাট প্ৰতিঘাত তথা উৎত্থান পতনৰ মাজেৰে আহি এশবছৰ সম্পূৰ্ণ কৰিছে ৷ যিটো দলে দেশৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰাৰ উপৰিও নৱ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত সংগ্ৰামী কাৰ্যসূচীৰ জৰিয়তে অভাৱনীয় অৱদান আগবঢ়াইছিল ৷ গগৈয়ে আজি অনুষ্ঠানৰ বিশিষ্ট নেতা সকলৰ পৰা এক সমালোচনাত্মক দিহা পৰামৰ্শ আশা কৰিছোঁ বুলি কৈ সকলোকে অনুষ্ঠানলৈ স্বাৰ্গতম জনাই ৷

RelatedPosts

Assam State Bjp comittee:আজিৰে পৰা বিজেপিৰ ৪৩৩ টা মণ্ডল সমিতিৰ কাৰ্য্যনির্বাহক সভা

Artificial Flood: এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ একাধিক অঞ্চল

Tax evasion: তিনি বছৰে পাঁচ কোটিৰ কৰ ফাকি, ফাঁচীবজাৰৰ ব্যৱসায়ী ধৃত

cpi 2ইয়াৰ পাছতে পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক কমৰেড মুনিন মহন্তই শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ উদ্বোধন কৰি চি পি আইৰ জন্মৰ ইতিহাস আলোকপাত কৰে আৰু দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ নকৰা লোকসকলৰ ঐৰসত জন্ম হোৱাৰ আজি ক্ষমতাত থকাসকলে ফেচিষ্ট শাসন চলাই জনতাক চিন্তিত কৰি তুলিছে আৰু ইয়াৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হৈ যুঁজিবৰ বাবে আহ্বান জনাই । সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ-চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে কয় যে আজিৰ দেশখনৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত যিটো ফেচিষ্ট শক্তিয়ে দেশৰ শাসন ক্ষমতা দখল কৰি আছে, ইয়াৰ

বিৰুদ্ধে সকলো বাওঁ-গণতান্ত্ৰিক দলসমূহক ঐক্যবদ্ধ হৈ যুজ দিবলৈ আহ্বান জনাই আৰু ইয়েই একমাত্ৰ বিকল্প বুলি কয়। লগতে তেওঁ আৰু কয় যে চিপিআই দলৰ ১০০ বছৰীয়া এটা ৰাজনৈতিক দলৰ কি কাৰণে এই সাংগঠনিক দুৰৱস্থা, এই সম্পৰ্কত দলৰ নেতা-কৰ্মীসকলে নিৰ্মোহ ভাবে পৰ্যালোচনা কৰিব লাগিব। কমিউনিষ্ট দলসমূহৰ নেতা-কৰ্মীসকলেই সমাজৰ ৰূপান্তৰ ঘটাব লাগিব। দলৰ বাহিৰৰ শুভাকাংক্ষী আৰু ৰাইজে সহযোগিতাহে আগবঢ়াব পাৰিব বুলি তেখেতে মত প্ৰকাশ কৰে ৷

cpi 3অনুষ্ঠানত চিপিআই (এম) ৰ নেতা শতঞ্জীৱ দাস , ফৰৰ্ৱাড ব্লকৰ ৰাজ্যিক অধ্যক্ষ মিহিৰ নন্দী, এনচিপি দলৰ সম্পাদক পৰেশ বৰুৱা, বিশিষ্ট সাংবাদিক বৈকুণ্ঠ গোস্বামী, দেবেন তামূলী, লেখিকা ডঃ সুপৰ্ণা লাহিৰীয়ে বক্তব্য ৰাখি আগত সময়ত এখন সুন্দৰ সমাজৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আহ্বান জনাই ৷ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড° অপূৰ্ব বৰুৱা, মনোৰমা শৰ্মা, নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, জেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ , যুৱনেতা সুব্ৰত তালুকদাৰ, অসম মহিলা সংঘৰ ৰাজ্যিক সভানেত্ৰী অসমী গগৈ, এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক ৰমেন দাস, নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সম্পাদক জয়ন্ত গগৈ, ইপ্টা সাধাৰণ সম্পাদক বিপুল তালুকদাৰ , এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি কৃষ্ণ গগৈ, ৰাজ্যিক নিৰ্মাণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ফণীধৰ দাসক ধৰি বহুকেইজন নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । গণনাট্য শিল্পী হুমায়ুন চৌধুৰী আৰু মানস দাসৰ বিপ্লৱী গীতে অনুষ্ঠানটো জীপাল কৰে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 100th anniversary DAYAssam State CPI celebratedGuwahatiMunin Mahanta
publisher

publisher

Related Posts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
News

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

June 16, 2025
‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
India

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
India

সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

June 16, 2025
দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
India

দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d