Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

100th anniversary of the CPI was celebrated in Guwahati: মহানগৰীত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাৰ শতবৰ্ষৰ শুভ আৰম্ভণি অনুষ্ঠান 

publisher by publisher
December 26, 2024
in Assam, India, News
Reading Time: 2 mins read
0
100th anniversary of the CPI was celebrated in Guwahati: মহানগৰীত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাৰ শতবৰ্ষৰ শুভ আৰম্ভণি অনুষ্ঠান 
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

100th anniversary of the CPI was celebrated in Guwahati:

ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয় প্ৰাঙ্গনত শুভ আৰম্ভণিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । কাৰ্যসুচীৰ আৰম্ভণিতে পাৰ্টিৰ ৰক্ত পতাকা উত্তোলন কৰে পাৰ্টিৰ বৰ্ষীয়ান নেতা কমৰেড ডম্বৰু বৰাই। ইয়াৰ লগে লগে বিগত ১০০ বছৰে পাৰ্টিৰ যিসকল সংগ্ৰামী নেতাই তেওঁলোকৰ বিপ্লৱী কাৰ্যৰে পাৰ্টি তথা দেশখনক সেৱা আগবঢ়াই জীৱন উছৰ্গা কৰিলে, সেই সকলৰ প্ৰতি শ্ৰদ্ধা জনাই স্মৃতি সৌধত পুষ্প অৰ্পন কৰে বিশিষ্ট নিবন্ধকাৰ তথা ট্ৰেড ইউনিয়ন নেতা কমৰেড শৰত চন্দ্ৰ দাসে।

ADVERTISEMENT

ইয়াৰ পিছতে পাৰ্টিৰ জ্যেষ্ঠ নেতা কমৰেড চক্ৰেশ্বৰ কলিতাৰ পৰিচালনাত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। কমিউনিষ্ট ইন্টাৰনেচনেল গীতেৰে আৰম্ভ কৰা সভাখন আৰম্ভ কৰা হয় ৷ আদৰণি ভাষণ আগবঢ়াই চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে চি পি আইয়ে হৈছে একমাত্ৰ বাওঁপন্থী ৰাজনৈতিক দল যিয়ে ১৯২৫ চনৰ ২৬ ডিচেম্বৰত কানপুৰ চহৰত প্ৰতিষ্ঠা লাভ কৰি আজি বিভিন্ন ঘাট প্ৰতিঘাত তথা উৎত্থান পতনৰ মাজেৰে আহি এশবছৰ সম্পূৰ্ণ কৰিছে ৷ যিটো দলে দেশৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰাৰ উপৰিও নৱ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত সংগ্ৰামী কাৰ্যসূচীৰ জৰিয়তে অভাৱনীয় অৱদান আগবঢ়াইছিল ৷ গগৈয়ে আজি অনুষ্ঠানৰ বিশিষ্ট নেতা সকলৰ পৰা এক সমালোচনাত্মক দিহা পৰামৰ্শ আশা কৰিছোঁ বুলি কৈ সকলোকে অনুষ্ঠানলৈ স্বাৰ্গতম জনাই ৷

ইয়াৰ পাছতে পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক কমৰেড মুনিন মহন্তই শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ উদ্বোধন কৰি চি পি আইৰ জন্মৰ ইতিহাস আলোকপাত কৰে আৰু দেশৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ নকৰা লোকসকলৰ ঐৰসত জন্ম হোৱাৰ আজি ক্ষমতাত থকাসকলে ফেচিষ্ট শাসন চলাই জনতাক চিন্তিত কৰি তুলিছে আৰু ইয়াৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধ হৈ যুঁজিবৰ বাবে আহ্বান জনাই । সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ-চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে কয় যে আজিৰ দেশখনৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিত যিটো ফেচিষ্ট শক্তিয়ে দেশৰ শাসন ক্ষমতা দখল কৰি আছে, ইয়াৰ

বিৰুদ্ধে সকলো বাওঁ-গণতান্ত্ৰিক দলসমূহক ঐক্যবদ্ধ হৈ যুজ দিবলৈ আহ্বান জনাই আৰু ইয়েই একমাত্ৰ বিকল্প বুলি কয়। লগতে তেওঁ আৰু কয় যে চিপিআই দলৰ ১০০ বছৰীয়া এটা ৰাজনৈতিক দলৰ কি কাৰণে এই সাংগঠনিক দুৰৱস্থা, এই সম্পৰ্কত দলৰ নেতা-কৰ্মীসকলে নিৰ্মোহ ভাবে পৰ্যালোচনা কৰিব লাগিব। কমিউনিষ্ট দলসমূহৰ নেতা-কৰ্মীসকলেই সমাজৰ ৰূপান্তৰ ঘটাব লাগিব। দলৰ বাহিৰৰ শুভাকাংক্ষী আৰু ৰাইজে সহযোগিতাহে আগবঢ়াব পাৰিব বুলি তেখেতে মত প্ৰকাশ কৰে ৷

অনুষ্ঠানত চিপিআই (এম) ৰ নেতা শতঞ্জীৱ দাস , ফৰৰ্ৱাড ব্লকৰ ৰাজ্যিক অধ্যক্ষ মিহিৰ নন্দী, এনচিপি দলৰ সম্পাদক পৰেশ বৰুৱা, বিশিষ্ট সাংবাদিক বৈকুণ্ঠ গোস্বামী, দেবেন তামূলী, লেখিকা ডঃ সুপৰ্ণা লাহিৰীয়ে বক্তব্য ৰাখি আগত সময়ত এখন সুন্দৰ সমাজৰ বাবে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আহ্বান জনাই ৷ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড° অপূৰ্ব বৰুৱা, মনোৰমা শৰ্মা, নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, জেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ , যুৱনেতা সুব্ৰত তালুকদাৰ, অসম মহিলা সংঘৰ ৰাজ্যিক সভানেত্ৰী অসমী গগৈ, এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক ৰমেন দাস, নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সম্পাদক জয়ন্ত গগৈ, ইপ্টা সাধাৰণ সম্পাদক বিপুল তালুকদাৰ , এ আই ৱাই এফৰ ৰাজ্যিক সভাপতি কৃষ্ণ গগৈ, ৰাজ্যিক নিৰ্মাণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ফণীধৰ দাসক ধৰি বহুকেইজন নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । গণনাট্য শিল্পী হুমায়ুন চৌধুৰী আৰু মানস দাসৰ বিপ্লৱী গীতে অনুষ্ঠানটো জীপাল কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 100th anniversary DAYAssam State CPI celebratedGuwahatiMunin Mahanta
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d