Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

World famous biography of the Prophet Muhammad was launched in Assamese: অসমীয়া ভাষাত হজৰত মোহাম্মদৰ বিশ্ব খ্যাত জীৱনী গ্ৰন্থ উন্মোচন

উন্মোচক হিচাপে উপস্থিত থাকে অধ্যাপক আব্দুল মান্নান

publisher by publisher
December 29, 2024
in India, Assam, News
Reading Time: 2 mins read
0
World famous biography of the Prophet Muhammad was launched in Assamese: অসমীয়া ভাষাত হজৰত মোহাম্মদৰ বিশ্ব খ্যাত জীৱনী গ্ৰন্থ উন্মোচন
2
SHARES
16
VIEWS
ShareShareShareShare

World famous biography of the Prophet Muhammad was launched in Assamese:

হজৰত মোহাম্মদ (ছ:) ৰ জীৱনী সন্দৰ্ভত বিশ্ব খ্যাত ‘আৰ- ৰাহীকুল মাখতুম’ গ্ৰন্থখনৰ অসমীয়া অনুবাদ কিতাপখনি যোৱাকালি ২৮ ডিচেম্বৰৰ পুৱা ১১ বজাত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হৈ থকা ‘অসম গ্ৰন্থ মেলা’ৰ বাকৰিত উন্মোচন কৰা হয়।

ADVERTISEMENT

কিতাপখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানে । কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা গুৱাহাটী ৰাজধানী মছজিদৰ প্ৰাক্তন সভাপতি জিয়াউল ইছলামে।

RelatedPosts

CRPF wins best team title in Republic Day Parade:খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন

Assam Book Fair:নিজম পৰিল খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ বাকৰি

কিতাপখনৰ মূল লিখক হৈছে উত্তৰ প্ৰদেশৰ আজমগড়ৰ শ্বায়খ চফিউৰ ৰহমান মুবাৰক পুৰী। কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ফজলুৰ ৰহমানল সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাখনি ৰাজধানী মছজিদৰ ইমাম মুফতি আশ্বৰাফ হুছেইনৰ পৱিত্ৰ কোৰানৰ বাণী পাঠৰ দ্বাৰা শুভাৰম্ভ হয়। প্ৰায় শতাধিক গণ্য মান্য আৰু গ্ৰন্থ ,সাহিত্য প্ৰেমী ব্যক্তিয়ে অংশগ্ৰহন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আত ধৰে ছেবাত কৰ্মৰত জেষ্ঠ গাণিতিক বিষয়া চাহাব উদ্দিন আহমেদ আৰু অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সদস্য বজলুল বাছিত চৌধুৰীয়ে। সভাখনৰ শলাগৰ শৰাই আগবঢ়ায় সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক ছফিকুল ইছলামে।

hazarat 2কিতাপখন উন্মোচন কৰি আব্দুল মান্নানে কয়, হজৰত মোহম্মদ (ছ:) ৰ জীৱনাদৰ্শ সঠিকভাৱে জানিবলৈ সকলোৱে এই কিতাপখন অধ্যয়ন কৰা উচিত। এই কিতাপখন পঢ়িলে হজৰত মোহম্মদ (ছ:) যে কেৱল ধৰ্মীয় গুৰু নহয়, বৰং তেখেত যে সমগ্ৰ মানৱ জাতিৰ সমগ্ৰ দিশৰে সমাজ সংস্কাৰক আছিল সেই কথা জনা যায়। ইয়াৰোপৰি ইছলাম যে কেৱল এটা আনুষ্ঠানিক ধৰ্মৰ নাম নহয়, বৰং ইছলাম যে এটি শান্তি- ন্যায় প্ৰতিষ্ঠাৰ মিছন, এক সংগ্ৰাম সেইটো বোধগম্য হ’ব। কিতাপখনত তদানীন্তন আৰব সমাজৰ সামাজিক, ৰাজনৈতিক, ভৌগোলিক সকলো দিশৰ ওপৰত বিশ্লেষণ কৰি হজৰত মোহম্মদ (ছ:) ৰ জীৱনী চৰিত্ৰৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে।

কিতাপখনৰ মূল লিখক শ্বায়খ চফিউৰ ৰহমানে নবী মোহাম্মদ (ছ:) ৰ জীৱন চৰিত্ৰৰ ওপৰত উৰ্দু আৰবীত কিতাপখন লিখি ছিৰাতুন্নী প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

গ্ৰন্থ উন্মোচনী উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকি কিতাপখনিৰ ওপৰত চমু চমুকৈ বক্তব্য ৰাখে অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লা,বিশিষ্টা লেখিকা তথা মেঘালয়স্থিত তুৰা মহাবিদ্যালয়ৰ অধ্যাপিকা মিনাক্ষী বুঢ়াগোহাঁই, হস্ত তাত বস্ত্ৰ শিল্প বিভাগৰ পৰিদৰ্শক হিৰণময়ী ৰয়,হেডৱৰ্ড পাব্লিছিংৰ উপ -সভাপতি হেৰম্ভ কুমাৰ বৰা, অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক আব্দুৰ ৰহমান আৰু বিশিষ্ট সমাজ সেৱক, লেখক মজীদ আলীয়ে।

সভাখনত সাপ্তাহিক মুজাহিদ কাকতৰ পূৰ্বৰ মুখ্য সম্পাদক মুজাম্মেল হকে অসমীয়া ভাষাত লিখি উলিওৱা ‘কবিতাৰ ছন্দৰে পৱিত্ৰ কোৰান’ গ্ৰন্থ খনো উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে জামাত ই ইছলামী হিন্দ উত্তৰ অসমৰ সভাপতি তথা অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লাই ।

আজি উন্মোচন হোৱা দুয়োখন গ্ৰন্থ অসম গ্ৰন্থমেলাত থকা ১২৪ নং ‘অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতি’ৰ বিপনীত উপলব্ধ হ’ব বুলি উদ্যোগ্তাসকলে জানিবলৈ দিছে । ৮০০ পৃষ্ঠাৰ ‘আৰ -ৰাহিকুল মাখতুম’ কিতাপখনৰ মূল্য ৩৫০/ টকা। গ্ৰন্থ মেলাৰ সময়ত বিশেষ ৰেহাই মূল্যত দিয়া হ’ব বুলি লিখকে জনাইছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Book FairKhanapara Veterinary Playgroundlaunched in AssameseProphet MuhammadWorld famous biography
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d