Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

World famous biography of the Prophet Muhammad was launched in Assamese: অসমীয়া ভাষাত হজৰত মোহাম্মদৰ বিশ্ব খ্যাত জীৱনী গ্ৰন্থ উন্মোচন

উন্মোচক হিচাপে উপস্থিত থাকে অধ্যাপক আব্দুল মান্নান

publisher by publisher
December 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
World famous biography of the Prophet Muhammad was launched in Assamese: অসমীয়া ভাষাত হজৰত মোহাম্মদৰ বিশ্ব খ্যাত জীৱনী গ্ৰন্থ উন্মোচন
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

NDA Panchayat Pratinidhi Sanmmelan in Guwahati : এনডিএৰ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত খানাপাৰাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা

CRPF wins best team title in Republic Day Parade:খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন

World famous biography of the Prophet Muhammad was launched in Assamese:

হজৰত মোহাম্মদ (ছ:) ৰ জীৱনী সন্দৰ্ভত বিশ্ব খ্যাত ‘আৰ- ৰাহীকুল মাখতুম’ গ্ৰন্থখনৰ অসমীয়া অনুবাদ কিতাপখনি যোৱাকালি ২৮ ডিচেম্বৰৰ পুৱা ১১ বজাত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হৈ থকা ‘অসম গ্ৰন্থ মেলা’ৰ বাকৰিত উন্মোচন কৰা হয়।

ADVERTISEMENT

কিতাপখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানে । কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা গুৱাহাটী ৰাজধানী মছজিদৰ প্ৰাক্তন সভাপতি জিয়াউল ইছলামে।

কিতাপখনৰ মূল লিখক হৈছে উত্তৰ প্ৰদেশৰ আজমগড়ৰ শ্বায়খ চফিউৰ ৰহমান মুবাৰক পুৰী। কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ফজলুৰ ৰহমানল সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাখনি ৰাজধানী মছজিদৰ ইমাম মুফতি আশ্বৰাফ হুছেইনৰ পৱিত্ৰ কোৰানৰ বাণী পাঠৰ দ্বাৰা শুভাৰম্ভ হয়। প্ৰায় শতাধিক গণ্য মান্য আৰু গ্ৰন্থ ,সাহিত্য প্ৰেমী ব্যক্তিয়ে অংশগ্ৰহন কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আত ধৰে ছেবাত কৰ্মৰত জেষ্ঠ গাণিতিক বিষয়া চাহাব উদ্দিন আহমেদ আৰু অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সদস্য বজলুল বাছিত চৌধুৰীয়ে। সভাখনৰ শলাগৰ শৰাই আগবঢ়ায় সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক ছফিকুল ইছলামে।

কিতাপখন উন্মোচন কৰি আব্দুল মান্নানে কয়, হজৰত মোহম্মদ (ছ:) ৰ জীৱনাদৰ্শ সঠিকভাৱে জানিবলৈ সকলোৱে এই কিতাপখন অধ্যয়ন কৰা উচিত। এই কিতাপখন পঢ়িলে হজৰত মোহম্মদ (ছ:) যে কেৱল ধৰ্মীয় গুৰু নহয়, বৰং তেখেত যে সমগ্ৰ মানৱ জাতিৰ সমগ্ৰ দিশৰে সমাজ সংস্কাৰক আছিল সেই কথা জনা যায়। ইয়াৰোপৰি ইছলাম যে কেৱল এটা আনুষ্ঠানিক ধৰ্মৰ নাম নহয়, বৰং ইছলাম যে এটি শান্তি- ন্যায় প্ৰতিষ্ঠাৰ মিছন, এক সংগ্ৰাম সেইটো বোধগম্য হ’ব। কিতাপখনত তদানীন্তন আৰব সমাজৰ সামাজিক, ৰাজনৈতিক, ভৌগোলিক সকলো দিশৰ ওপৰত বিশ্লেষণ কৰি হজৰত মোহম্মদ (ছ:) ৰ জীৱনী চৰিত্ৰৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে।

কিতাপখনৰ মূল লিখক শ্বায়খ চফিউৰ ৰহমানে নবী মোহাম্মদ (ছ:) ৰ জীৱন চৰিত্ৰৰ ওপৰত উৰ্দু আৰবীত কিতাপখন লিখি ছিৰাতুন্নী প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

গ্ৰন্থ উন্মোচনী উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকি কিতাপখনিৰ ওপৰত চমু চমুকৈ বক্তব্য ৰাখে অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লা,বিশিষ্টা লেখিকা তথা মেঘালয়স্থিত তুৰা মহাবিদ্যালয়ৰ অধ্যাপিকা মিনাক্ষী বুঢ়াগোহাঁই, হস্ত তাত বস্ত্ৰ শিল্প বিভাগৰ পৰিদৰ্শক হিৰণময়ী ৰয়,হেডৱৰ্ড পাব্লিছিংৰ উপ -সভাপতি হেৰম্ভ কুমাৰ বৰা, অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক আব্দুৰ ৰহমান আৰু বিশিষ্ট সমাজ সেৱক, লেখক মজীদ আলীয়ে।

সভাখনত সাপ্তাহিক মুজাহিদ কাকতৰ পূৰ্বৰ মুখ্য সম্পাদক মুজাম্মেল হকে অসমীয়া ভাষাত লিখি উলিওৱা ‘কবিতাৰ ছন্দৰে পৱিত্ৰ কোৰান’ গ্ৰন্থ খনো উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে জামাত ই ইছলামী হিন্দ উত্তৰ অসমৰ সভাপতি তথা অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতিৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লাই ।

আজি উন্মোচন হোৱা দুয়োখন গ্ৰন্থ অসম গ্ৰন্থমেলাত থকা ১২৪ নং ‘অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতি’ৰ বিপনীত উপলব্ধ হ’ব বুলি উদ্যোগ্তাসকলে জানিবলৈ দিছে । ৮০০ পৃষ্ঠাৰ ‘আৰ -ৰাহিকুল মাখতুম’ কিতাপখনৰ মূল্য ৩৫০/ টকা। গ্ৰন্থ মেলাৰ সময়ত বিশেষ ৰেহাই মূল্যত দিয়া হ’ব বুলি লিখকে জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Book FairKhanapara Veterinary Playgroundlaunched in AssameseProphet MuhammadWorld famous biography
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d