Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Minister Pijush Hazarika:ৰহাত খহনীয়া প্ৰতিৰোধী কাম আৰু বঢ়মপুৰত দুটাকৈ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ড: হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে আৰু বিগত সময়ত যথেষ্ট সফলতা লাভ কৰিছেঃ মন্ত্ৰী হাজৰীকা

Editor by Editor
January 10, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Digboi Congress Protest:ডিগবৈত জিলা কংগ্ৰেছৰ অৱস্হান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী
1
SHARES
13
VIEWS
ShareShareShareShare

Minister Pijush Hazarika:

অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলা ভ্ৰমণ কৰি ৰহা বিধানসভা সমষ্টিত লোকনিৰ্মাণ বিভাগৰ এটা খহনীয়া প্ৰতিৰোধী প্ৰকল্প আৰু বঢ়মপুৰ সমষ্টিত দুটাকৈ নতুন মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে । উল্লেখ্য যে বিগত বানৰ সময়ত কপিলী নৈৰ ব্যাপক খহনীয়াৰ ফলত ৰহা-কামপুৰ সংযোগী পথটোৰ বগলাজান অঞ্চলত যথেষ্ট ক্ষতিসাধন হৈছিল। ইয়াতে আজি মন্ত্ৰী হাজৰীকাই লোকনির্মাণ বিভাগৰ অধীনত ১৭.৮৪ কোটি টকাৰ পুঁজিৰে কপিলী নৈৰ খহনীয়া প্ৰতিৰোধী কামৰ আধাৰশিলা স্থাপন কৰে ।

ADVERTISEMENT

WhatsApp Image 2025 01 10 at 5.45.10 PM 1

RelatedPosts

Barhampur:বঢ়মপুৰ কংগ্ৰেছত মোক্ষম আঘাত

Apsc Result:এ পি এছ চিত উজলিল ৰহাৰ জাহ্নু হাজৰিকা

Heavy Storm in Barhampur:নগাঁৱৰ বঢ়মপুৰত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

পাছত জলসম্পদ মন্ত্ৰী গৰাকীয়ে বঢ়মপুৰ সমষ্টিৰ অধীনৰ কামপুৰত উপস্থিত হৈ মুঠ তিনিটা আধাৰশিলা স্থাপন কৰে । বঢ়মপুৰ সমষ্টিত বান সমস্যা সমাধানৰ উদ্দেশ্যৰে ইতিপূৰ্বে জলসম্পদ মন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দি ৰখা অনুসৰি আজি কপিলী নৈৰ বাঁওপাৰে গাৰোখুন্দা আৰু বৰচুঙৰ পৰা চাংচকীলৈ আৰু নিশাৰী নৈৰ বাঁওপাৰে গৰুবন্ধাৰ পৰা মাজৰআটি গাঁৱলৈ দুটাকৈ নতুন মথাউৰি নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে | লগতে আজিৰ ভ্ৰমণ কালতে মন্ত্ৰী গৰাকীয়ে বিধায়ক জিতু গোস্বামীৰ সৈতে চাপানলা চাহ বাগিচাত অসমৰ চাহ জনগোষ্ঠীৰ সামাজিক, সাংস্কৃতিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ অন্তৰ্গত ‘জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰ’ৰো আধাৰশিলা স্থাপন কৰে |

পাছত কামপুৰত এখন সভাত স্থানীয় ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিগত চাৰে তিনিটা বছৰৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই তেওঁক জলসম্পদ বিভাগৰ দায়িত্ব প্ৰদান কৰাৰ পাছৰে পৰা মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে আন্তৰিকতাৰে কাম কৰি আহিছে | এই সময়চোৱাত ৰাজ্য চৰকাৰে কৰি থকা আন্তৰিক প্ৰয়াসবোৰৰ বাবেই চৰকাৰে বিগত সময়ত ৰাজ্যখনৰ বান আৰু খহনীয়াৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে |

WhatsApp Image 2025 01 10 at 5.45.09 PM 1

বিগত দুটা দিনত মন্ত্ৰীগৰাকীয়ে ধেমাজি জিলাৰ জোনাই, মাজুলী, গোলাঘাট আৰু নগাঁৱত ৫ টাকৈ নতুন মথাউৰিৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা বুলি মন্তব্য কৰি কয় যে এই দিনকেইটাতে ৰাজ্যখনত ৩৬ টাকৈ নতুন মথাউৰিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে | মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এনেদৰে একেটা সময়তে ৩৬ টাকৈ নতুন মথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ সক্ষম হোৱা বাবে মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ মন্ত্ৰী হিচাপে যথেষ্ট সুখী হোৱা বুলি মন্তব্য প্ৰকাশ কৰে |

আনহাতে ৰাজ্য চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই, অৰুণোদয় আঁচনি আদিৰ জড়িয়তে ৰাজ্যৰ মহিলাসকলক সকাহ দি অহা বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে প্ৰতি মূহুৰ্ততে ৰাজ্যৰ সৰ্বাংগীন উন্নতিৰ বাবে কাম কৰি আহিছে | ডেৰ লাখ যুৱক-যুৱতীক নিকা নিযুক্তিৰে চৰকাৰী চাকৰিত নিযুক্তি দিয়াকে ধৰি চৰকাৰখনে বিশ্ববিদ্যালয় নিৰ্মাণ, চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, ভূমিৰ সমস্যাৰ নিষ্পত্তিকৰণকে ধৰি জনকল্যাণমূলক কামৰ জড়িয়তে অসমক দেশৰ শীৰ্ষ ৫ খন উন্নত ৰাজ্যলৈ উন্নীত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে |

WhatsApp Image 2025 01 10 at 5.45.08 PM

কৃষকৰ পৰা আৰম্ভ কৰি নিবনুৱা যুৱক -যুৱতী সকলো পৰ্যায়ৰ নাগৰিকেই বৰ্তমানৰ চৰকাৰৰ দিনত সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | আনহাতে ৰহা বিধানসভা সমষ্টিৰ ৰাইজৰ সৈতে আবেগিকভাৱে জড়িত হৈ থকাৰ কথা উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক উদ্দেশ্যি কয় যে মন্ত্ৰী-বিধায়ক হৈ নাথাকিলেও তেওঁ ৰহা অথবা বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ উন্নয়নৰ বাবে সদায়ে কাম কৰি যাব |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BarhampurErosion Prevention ProjectMla Sashikanta DasRahaWR Minister Pijush Hazarika
Editor

Editor

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d