Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Number of Registered Unemployed in the State rose by 7.63 Lakh in five Months: পাঁচ মাহতে ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৭.৬৩ লাখ বৃদ্ধি

অসমত নিবনুৱাৰ সংখ্যা ২৮.৬৬ লাখ ২৪ লাখৰে শীৰ্ষত গুৱাহাটী

publisher by publisher
June 13, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Number of Registered Unemployed in the State rose by 7.63 Lakh in five Months: পাঁচ মাহতে ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৭.৬৩ লাখ বৃদ্ধি
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Number of Registered Unemployed in the State rose by 7.63 Lakh in five Months:

ভয়াৱহ নিবনুৱা সমস্যাই ছানি ধৰিছে অসমক। বিগত পাঁচ মাহত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৭,৬৩,৭৫৯ গৰাকী বৃদ্ধি পালে। ইয়াৰ লগে লগে ৰাজ্যত সম্প্ৰতি মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’লগৈ ২৮,৬৬,৭৮৪ গৰাকী।

ADVERTISEMENT

উল্লেখ্য যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি ২০২৩ৰ তিনি ডিচেম্বৰ পৰ্যন্ত অসমত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ তিনি হেজাৰ ২৫ গৰাকী। ইয়াৰে গুৱাহাটীত আছিল এক লাখ ৯৭ হেজাৰ ৭৮৩গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা |

কিন্তু যোৱা পাঁচ মাহত গুৱাহাটীত ইয়াৰ সংখ্যা দুই লাখ ৬২ হেজাৰলৈ বৃদ্ধি পাইছে। কেৱল গুৱাহাটী
মহানগৰীতে নহয়, ৰাজ্যৰ প্ৰতিখন জিলাতে দ্রুতহাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধিৰে এক ভয়াবহ দিশকঢ়িয়াই আনিছে। বিভাগীয় তথ্য অনুসৰি, ৰাজ্যত মুঠ নিবনুৱা সংখ্যাৰ ৫৭.৮ শতাংশ পুৰুষ, ৪২.২ শতাংশ মহিলা নিবনুৱা। ৰাজ্যত আজি পর্যন্ত পঞ্জীয়নভুক্ত নিবনুৱা সংখ্যা হৈছে ২৮,৬৬,৭৮৪ গৰাকী। সমান্তৰালভাৱে ৬০,৬৭৬ খন আবেদন নাকচ কৰা হৈছে আৰু ৩,৮১৫ খন আবেদন বিচাৰহীন হৈ আছে।

উল্লেখ্য যে ৰাজ্যখনত উল্লিখিত মুঠ নিবনুৱা সংখ্যাৰ ভিতৰত সৰ্বাধিক ১২,০৭,৯৭৭ জন উচ্চতৰ মাধ্যমিক উত্তীর্ণ। ইয়াৰ উপৰি ৬,৯০,০৬৯ গৰাকী স্নাতক ডিগ্রীধাৰী,৯৯,৯৮৯ গৰাকী মাতকোত্তৰ ডিগ্রীধাৰী, ১৩,৩৯৭ ঔদ্যোগিক প্রশিক্ষণপ্রাপ্ত (আইটিআই) নিবনুৱা আছে। বিভাগীয় তথ্যঅনুসৰি, গুৱাহাটী জিলা নিয়োগ বিনিময় কেন্দ্রত সর্বাধিক দুই লাখ ৬২ হেজাৰ নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে।

সমান্তৰালভাৱে নগাঁও নিয়োগ বিনিময় কেন্দ্রত এক লাখ ১৪ হেজাৰ, যোৰহাট নিয়োগ বিনিময় কেন্দ্রত এক লাখ ২১ হেজাৰ, শিলচৰ নিয়োগ বিনিময় কেন্দ্রত এক লাখ ২৬ হেজাৰ, ধুবুৰী নিয়োগ বিনিময় কেন্দ্ৰত এক লাখ ১২ হেজাৰ, নলবাৰী নিয়োগ বিনিময় কেন্দ্রত এক লাখ ৬৪ হেজাৰ, লখিমপুৰ নিয়োগ বিনিময় কেন্দ্রত এক লাখ ৩৬ হেজাৰ নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে। একেদৰে বঙাইগাঁও নিয়োগ বিনিময় কেন্দ্রত ৭৯ হেজাৰ, বৰপেটা নিয়োগ বিনিময় কেন্দ্রত ৬৯ হেজাৰ, ডিব্ৰুগড় নিয়োগ বিনিময় কেন্দ্রত প্রায় ৭১ হেজাৰ, গোৱালপাৰা নিয়োগ বিনিময় কেন্দ্ৰত ৬৬ হেজাৰ, গোলাঘাট নিয়োগ বিনিময় কেন্দ্ৰত ৯১ হেজাৰ, হাইলাকান্দি নিয়োগ বিনিময় কেন্দ্ৰত ৫৫ হেজাৰ, কৰিমগঞ্জ নিয়োগ বিনিময় কেন্দ্রত ৪৩ হেজাৰ, কোকৰাঝাৰ নিয়োগ বিনিময় কেন্দ্ৰত ৭৬ হেজাৰ, মঙলদৈ নিয়োগ বিনিময় কেন্দ্ৰত ৯১ হেজাৰ, মৰিগাঁওনিয়োগ বিনিময় কেন্দ্রত ৫৪ হেজাৰ, শিৱসাগৰ নিয়োগ বিনিময় কেন্দ্ৰত ৯২ হেজাৰ, তেজপুৰ নিয়োগ বিনিময় কেন্দ্রত ৮৭ হেজাৰ, তিনিচুকীয়া নিয়োগ বিনিময় কেন্দ্রত ৩২ হেজাৰ, ডিগবৈ নিয়োগ বিনিময় কেন্দ্রত ২৬ হেজাৰ, ডুমডুমা নিয়োগবিনিময় কেন্দ্রত ৩২ হেজাৰ, গোসাঁইগাঁও নিয়োগ বিনিময় কেন্দ্রত ২৪ হেজাৰ, হাটশিঙিমাৰী নিয়োগ বিনিময় কেন্দ্রত ১৯ হেজাৰ, হোজাই নিয়োগ বিনিময় কেন্দ্রত ৪৯ হেজাৰ, নাজিৰা নিয়োগ বিনিময় কেন্দ্রত ১৪ হেজাৰ, ৰামকৃষ্ণনগৰ নিয়োগ বিনিময় কেন্দ্রত ১৬ হেজাৰ, ৰঙিয়া নিয়োগ বিনিময় কেন্দ্রত ৮০ হেজাৰ, শদিয়া নিয়োগ বিনিময় কেন্দ্রত ১০ হেজাৰ,ধনশিৰি নিয়োগ বিনিময় কেন্দ্ৰত ১৬ হেজাৰ, বিশ্বনাথ চাৰিআলি নিয়োগ বিনিময় কেন্দ্ৰত ৬৮ হেজাৰ, বোকাজান নিয়োগ বিনিময় কেন্দ্ৰত ১০ হেজাৰ, দুলীয়াজান নিয়োগ বিনিময় কেন্দ্ৰত ৩৭ হেজাৰ, হামৰেন নিয়োগ বিনিময় কেন্দ্ৰত ২৩ হেজাৰ, জাগীৰোড নিয়োগ বিনিময় কেন্দ্ৰত ১৯ হেজাৰ, জোনাই নিয়োগ বিনিময় কেন্দ্ৰত ২২ হেজাৰ, কলিয়াবৰ নিয়োগ বিনিময় কেন্দ্ৰত ৩৩ হেজাৰ, মাজুলী নিয়োগ বিনিময় কেন্দ্রত ২৭ হেজাৰ, মৰাণহাট নিয়োগ বিনিময় কেন্দ্রত ৩৪ হেজাৰ, নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰত ১৫ হেজাৰ, পাথাৰকান্দি নিয়োগ বিনিময় কেন্দ্ৰত ২৭ হেজাৰ, সোণাৰি নিয়োগ বিনিময় কেন্দ্রত৭৭ হেজাৰ, ওদালগুৰি নিয়োগ বিনিময় কেন্দ্ৰত চাৰি হেজাৰ নিবনুৱা পঞ্জীয়নভুক্ত হৈছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিবনুৱা পঞ্জীয়ন ব্যবস্থা ডিজিটেল মাধ্যমলৈ উন্নীত কৰি নিবনুৱা সংখ্যা হ্রাস পাব বুলি দাবী কৰি আহিছিল যদিও পঞ্জীয়ন নবীকৰণ হোৱাৰ পাছত ইয়াৰ সংখ্যা অধিক বৃদ্ধিহে পালে। ক’ভিদৰ সময়ছোৱাত ৰাজ্যত নিবনুৱাৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পোৱাৰ পাছতে যোৱা পাঁচ বছৰত এইবাৰ অভিলেখ সংখ্যক নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱা বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

প্রাপ্ত তথ্য অনুসৰি, ২০১৯ত ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,৪৭,১৯৫ গৰাকী। একেদৰে ২০২০ ত ২০,৮০,৭৬৭ গৰাকী, ২০২১ত ছেপ্টম্বৰ পৰ্যন্ত ২২,০০,১২৫ গৰাকী পঞ্জীয়নভুক্ত নিবনুৱা আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 7.63 Lakh in five MonthsAssam GovtNumber of Registered Unemployed
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d