Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Second edition of the Inland Waterways Development Council special event in Kaziranga:কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ জাহাজ মন্ত্ৰী সোনোৱাল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ 

২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র), ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) আৰুভাৰত-বাংলাদেশ প্রট'কল জলপথৰ উন্নয়নৰ বাবে ৩,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হ'ব: সৰ্বানন্দ সোণোৱাল

publisher by publisher
January 10, 2025
in India, Assam, National, News
Reading Time: 4 mins read
0
Second edition of the Inland Waterways Development Council special event in Kaziranga:কাজিৰঙাত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ জাহাজ মন্ত্ৰী সোনোৱাল মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ 
2
SHARES
15
VIEWS
ShareShareShareShare

Second edition of the Inland Waterways Development Council special event in Kaziranga:

ভাৰতত আভ্যন্তৰীণ জলপথৰ প্ৰচাৰ-প্ৰসাৰ আৰু নীতিগত তথা বিভিন্ন কাৰিকৰী আৰু আনুষংগিক আলোচনাৰ বাবে কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত জলপথৰ বিকাশৰ বাবে দায়বদ্ধ ন’ডেল সংস্থা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে আয়োজন কৰা পৰিষদৰ দ্বিতীয় বৈঠকত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে অহা পাঁচ বছৰত ৫০,০০০ কোটিতকৈও অধিক বিনিয়োগৰ কথা ঘোষণা কৰা হৈছে।

ADVERTISEMENT

KAZI1শুক্ৰবাৰে কাজিৰঙাত ২১ খন ৰাজ্যৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ বাবে ১,৪০০ কোটিতকৈও অধিক মূল্যৰ নতুন পদক্ষেপ ঘোষণা কৰা হয়। বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালে অধ্যক্ষতা কৰে। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা কঁহৰাত উপস্থিত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী শচীন তেণ্ডুলকাৰ কৰে

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

বৈঠকত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, গোৱাৰ বন্দৰ মন্ত্ৰী এলেক্স’ ছেকুয়েৰা, অসমৰ পৰিবহণ মন্ত্ৰী যোগেন মহন, মণিপুৰৰ পৰিবহণ মন্ত্ৰী খাছিম ভাশুম, জম্মু-কাশ্মীৰৰ পৰিবহণ মন্ত্ৰী সতীশ শৰ্মা, মিজোৰামৰ পৰিবহণ মন্ত্ৰী বনলাহলানা আৰু অৰুণাচল প্ৰদেশৰ পৰিবহণ মন্ত্ৰী অজিং টেছিং প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

KAZI2

ৰাষ্ট্ৰীয় জলপথৰ পাৰত বাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে আন্তঃগাঁথনিৰ বিকাশ, বাণিজ্য আৰু পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰ, দক্ষতা বৃদ্ধি, যুৱপ্ৰজন্মক প্রশিক্ষণ প্ৰদান আৰু নদী কাষৰীয়া সম্প্রদায়সমূহৰ নদীৰ পৰম্পৰাগত জ্ঞান উন্নত কৰাৰ বাবে নদীকেন্দ্ৰিক জনগণৰ সামূহিক উন্নয়ন আঁচনিৰ ৰূপত এক গুৰুত্বপূৰ্ণ নীতিগত পদক্ষেপ ৰখা হৈছে। উপকূলীয় সম্প্ৰদায়ৰ বিকাশৰ সৈতে সংগতি ৰাখি নদীকেন্দ্রিক জনগণৰ সামূহিক উন্নয়ন প্রকল্প ৰূপায়ণ হ’ব। সামুদ্রিক খণ্ডত দক্ষ জনশক্তি বৃদ্ধিৰ বাবে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি সোণোৱালে উল্লেখ কৰে।

কোচিনৰ ৱাটাৰ মেট্ৰ’ৰ সফলতাৰ আৰ্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ সম্প্ৰসাৰণ কৰা হ’ব বুলিও সোণোৱাল উল্লেখ কৰে। ২০৩০ চনৰ ভিতৰত ৰাষ্ট্ৰীয় জলপথ-২ (ব্রহ্মপুত্র), ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক) আৰু ভাৰত-বাংলাদেশ প্ৰট’কল জলপথৰ উন্নয়নৰ বাবে ৩,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হ’ব- সৰ্বানন্দ সোণোৱালে আজি উল্লেখ কৰে। শীঘ্ৰেই অধিক ৰাষ্ট্ৰীয় জলপথৰ বাবে পাণ্ডুত নির্মীয়মান জাহাজ মেৰামতি কেন্দ্ৰৰ দৰে জাহাজ মেৰামতিৰ সুবিধা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও সর্বানন্দ সোণোৱালে কয়।

KAZI4

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাষ্ট্ৰীয় নদী ট্রেফিক আৰু নেভিগেচন প্রণালী নির্দেশনা মুকলি কৰে। সৰ্বানন্দ সোণোৱালে আভ্যন্তৰীণ জলপথ পৰিবহণ বৃদ্ধিৰ বাবে বিভিন্ন ৰাজ্যত ৬২টা নতুন জেটি ঘোষণা কৰে। যাত্ৰীৰ সুচল চলাচলৰ বাবে সকলো কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথত কুইক পন্টুন অপেনিং মেকানিজম (কিউপিঅ’এম) স্থাপন কৰা হ’ব। নতুন ৰাষ্ট্ৰীয় জলপথ উন্নয়ন আৰু সেউজ জাহাজ পৰিবহণৰ বাবে ২৩,০০০ কোটিৰো অধিক পুঁজি ধার্য কৰা হ’ব বুলি সোণোৱালে উল্লেখ কৰে। “বিগত বছৰকেইটাত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডত ১,০০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰা হৈছে।” সোণোৱাল

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, “বিগত ১০ বছৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অপাৰ শক্তি-সম্ভাৱনাক অফুৰন্ত সুযোগলৈ ৰূপান্তৰিত কৰাত যথেষ্ট সফল হৈছোঁ। ২০১৪ চনলৈকে আমাৰ দেশৰ জলপথ খণ্ডত মাল পৰিচালনা কৰাৰ পৰিমাণ আছিল কেৱল ১৮.১ মেট্রিক টন, ২০১৪ চনৰ পাছত এই পৰিমাণ বৃদ্ধি পালে ১৩৩ মিলিয়ন টনলৈ। ২০১৪ চনৰ পূৰ্বে দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত মাত্র ১৫০০ কোটি টকা বিনিয়োগ হৈছিল, তাৰ বিপৰীতে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ আভ্যন্তৰীণ জলপথ খণ্ডত ৭০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। কাজিৰঙাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণত ১৪০০ কোটি টকাতকৈও অধিক ব্যয়ৰ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰা হ’ল।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে তেখেতক এইছেগতে আন্তৰিক ধন্যবাদ জনাইছোঁ। জলপথৰ জৰিয়তে নৱনিৰ্মাণ, দেশৰ প্ৰগতিত নতুন প্ৰাণ সঞ্চাৰ কৰাৰ দিশত এই পৰিষদীয় বৈঠকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আগন্তুক ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথ খণ্ডত ৫০,০০০ কোটি টকাৰ পুঁজি বিনিয়োগ কৰা হ’ব। তদুপৰি আগন্তুক ৫ বছৰত ১০০০ খন জাহাজক সেউজ জাহাজলৈ ৰূপান্তৰিত কৰা হ’ব, যিয়ে ত্বৰান্বিত কৰিব পৰিৱেশ অনুকূল জল পৰিবহণ ব্যৱস্থাক। অসমৰ জল পৰিবহণ ব্যৱস্থাক এক নতুন গতি প্রদানেৰে কোচিনত সূচনা হোৱা চহৰীয়া মেট্ৰ’

KAZI5জল পৰিবহণ ব্যৱস্থাৰ আৰ্হিত গুৱাহাটীকে ধৰি দেশৰ ১৫ খন চহৰত এই অভিনৱ ব্যৱস্থা আৰম্ভ কৰা হ’ব। তদুপৰি যুৱপ্ৰজন্মৰ মাজত সামুদ্রিক খণ্ডৰ দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যৰে দেশৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়ত আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ মুকলি কৰা হ’ব। আমি নদীকেন্দ্রিক সামূহিক উন্নয়নতো বিশেষ অগ্ৰাধিকাৰ দিছোঁ। ২১ খন ৰাজ্যৰ মন্ত্ৰী, প্রতিনিধিৰে মুখৰিত হৈ উঠা আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন অধিৱেশনে জল পৰিবহণ খণ্ডৰ উত্তৰণৰ বাবে নতুন চিন্তা-চর্চা, শক্তি-সম্ভাৱনাৰ পথ প্রশস্ত কৰিব। বিকশিত ভাৰতৰ গতি ত্বৰান্বিত কৰাত বিকশিত জলপথে সবল ভূমিকা গ্ৰহণ কৰি যাব।”

আজি ঘোষণা কৰা বিভিন্ন প্ৰকল্পৰ ভিতৰত আছে- ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনর্নির্মাণ, অসমৰ ৪টা স্থানত পৰ্যটক টার্মিনেলৰ বিকাশ, ডিব্ৰুগড়ৰ আঞ্চলিক উৎকর্ষ কেন্দ্ৰৰ নিৰ্মাণ, পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰপৰা পাণ্ডু বন্দৰলৈ সংযোগী পথৰ নিৰ্মাণ, ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক নদী) টার্মিনেলৰ বাবে ২টা ষ্টীল পন্টুন স্থাপন, ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক)ত চলাচলৰ বাবে ১২ খন জাহাজ ক্ৰয় আৰু বৰাক নদীৰ বাবে এখন জৰীপ জাহাজ।

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আজি কয়, “যোৱা ১৫ ডিচেম্বৰত কলকাতাৰ পৰা আমি ফ্লেগ্‌-অফ কৰা কলকাতা-পাণ্ডু সংযোগী জাহাজ সেৱাই ইতিমধ্যে সফলতাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে। এই জলবাহক আঁচনিয়ে ৯৫.৪ কোটি টকা ব্যয়সাপেক্ষে দেশৰ জলপথলৈ প্রায় ৮০০ নিযুত টন কিল’মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল’মিটাৰ কাৰ্গ’ৰ প্ৰায় ১৭%। জলপথেৰে মালবাহী জাহাজৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক গুৰুত্বপূর্ণ আ চনি ‘জলবাহক’এ ৰাষ্ট্ৰীয় জলপথ ১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ ২ (ব্রহ্মপুত্র) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক)ৰ জৰিয়তে দীঘলীয়া যাত্ৰাৰ সামগ্ৰীৰ চলাচলত উদগনি দিব।

KAZI6প্রথমখন জাহাজ দুখন ডাম্ব বার্জ অজয় আৰু দিখুৰ সৈতে এমভি ত্রিশূলে কলকাতাৰ জিআৰ জেটিৰ পৰা ভাৰত- বাংলাদেশ প্রট’কল ৰুট (আইবিপিআৰ) হৈ গুৱাহাটীৰ পাণ্ডুলৈ ইতিমধ্যে সফলতাৰে ১৫০০ টন চিমেণ্ট কঢ়িয়াই আনিছে, যি হৈছে ৭৫০ খন ট্রাকে কঢ়িয়াই আনিব পৰা সামগ্ৰীৰ সমান। জলপথৰ সমৃদ্ধিৰ দ্বাৰা স্থলপথসমূহত যাতায়াতৰ চাপ হ্রাস পাব, ৰচদ-পাতিৰ খৰচ কমাব পৰা যাব আৰু পৰিৱেশ তথা সেউজ অনুকূল পৰিবহণ ত্বৰান্বিত হ’ব।”

কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি পৰিষদৰ বৈঠকত ৰাষ্ট্ৰীয় জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ৰাজ্যিক প্রতিনিধি সকলৰ মাজত ৰাজ্যিক সমর্থন চুক্তি স্বাক্ষৰিত হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaInland Waterways Development CouncilKazirangaSecond editionSpecial EventUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d