Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Wildlife

Gibbon Wildlife Sanctuary:গিবন অভয়াৰণ্যত তেল -গেছ অন্বেষণত অনুমোদন কেন্দ্ৰৰ

ৰাজহুৱা প্রতিবাদক আওকাণ কৰি হোলোঙাপাৰৰ হলৌ বান্দৰৰ বসতিস্থললৈ আনিলে আশংকা 

publisher by publisher
January 17, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Gibbon Wildlife Sanctuary:গিবন অভয়াৰণ্যত তেল -গেছ অন্বেষণত অনুমোদন কেন্দ্ৰৰ
1
SHARES
12
VIEWS
ShareShareShareShare

Gibbon Wildlife Sanctuary:

ৰাজহুৱা প্রতিবাদক সমূলি গুৰুত্ব নিদি হোলোঙাপাৰ গিবন বন্যপ্রাণী অভয়াৰণ্যত তেল অৰু গেছৰ অন্বেষণত সেউজ সংকেত প্রদান কেন্দ্ৰীয় চৰকাৰৰ।

ADVERTISEMENT

যোৱা ২১ ডিচেম্বৰত কেন্দ্রীয় বনমন্ত্রী ভুপেন্দ্র যাদৱৰ অধ্যক্ষতত অনুষ্ঠিত ৰাষ্ট্ৰীয় বন্যপ্রাণী ব’র্ড (এনবিডব্লিউএল) স্থায়ী সমিতিয়ে গিবন অভয়াৰণ্যত তেল আৰু গেছৰ অন্বেষণৰ বাবে বিদেশী প্রতিষ্ঠান বেদান্ত গ্ৰুপৰ কেয়ার্ণ অইল আৰু গেছ প্রতিষ্ঠানক অনুমোদন দিয়ে। উল্লেখ্য যে দুষ্প্রাপ্য হলে বান্দৰৰ বাবে বিখাত গিবন বন্যপ্রাণী অভয়াৰণ্যত কেন্দ্রীয় চৰকাৰে তেল আৰু গেছ খননৰ লক্ষ্য লোৱা বুলি যোৱা বছৰত পোহৰলৈ আহে।

RelatedPosts

পুনৰ ৰেলৰ খুন্দাত নিহত বন্যহস্তী

ইয়াৰ লগে লগে যোৰহাটকে ধৰি ৰাজ্যৰ বিভিন্নজনে প্রকৃতি- পৰিৱেশ ধ্বংসকাৰী এই কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠে। অৱশেষত এই ৰাজহুৱা প্রতিবাদক আওকাণ কৰি ৰাষ্ট্ৰীয় বন্যপ্রাণী ব’ৰ্ডৰ স্থায়ী সমিতিয়ে বিদেশী প্রতিষ্ঠানটোক তেল আৰু গেছৰ অন্বেষণ কৰিবলৈ অনুমতি প্ৰদান কৰে।

GIBBAN 2অৱশ্যে ইয়াৰ পূৰ্বে যোৱা বছৰৰ আগষ্টত অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্রাণী) আৰু মুখ্য বন্যপ্রাণী বার্ডেনে বেদান্ত গ্রুপক গিবন অভয়াৰণ্যত তেল আৰু গেছৰ খনন কৰিবলৈ অনুমোদন জনাই মতপোষণ কৰে যে ‘ৰাষ্ট্ৰীয় স্বার্থ’ত অভয়াৰণ্যখনত তেল আৰু গেছৰ অনুমোদন জনোৱা হৈছে।

একেদৰে যোৱা বছৰৰ ২৭ আগষ্টত অনুষ্ঠিত কেন্দ্রীয় বন মন্ত্রণালয়ৰ বন উপদেষ্টা সমিতিয়েও গিবন অভয়াৰণ্যত নীতিগত অনুমোদন জনায়। আনহাতে, যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় বন্যপ্রাণী ব’ৰ্ডৰ স্থায়ী সমিতিৰ বৈঠকৰ সবিশেষ তথ্য অনুসৰি, কেন্দ্রীয় বন মন্ত্রণালয়, ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠান (ডব্লিউআইআই) আৰু অসমৰ বন বিভাগৰ বিষয়াবৰ্গৰে গঠিত এটা দলে যোৱা ১৫ নৱেম্বৰত প্রকল্পস্থলী পৰিদৰ্শন কৰে।

এই প্রকল্পস্থলী গিবন বন্যপ্রাণী অভয়াৰণ্যৰ পৰা ১৩ কিলোমিটাৰ নিলগত অৱস্থিত। এই পৰিদৰ্শনকাৰী সমিতিয়ে তথ্য উদ্ধাৰ কৰে যে তেল-গেছৰ অন্বেষণে পৰিৱেশগতভাৱে সংবেদনশীল গিবন অভয়াৰণ্যৰ ন্যূনতম ক্ষতি কৰিব। সমিতিখনে অভয়াৰণ্যখনত তেল আৰু গেছৰ বাণিজ্যিক খননত অনুমতি নজনোৱাৰ পোষকতা কৰে।

প্রাপ্ত তথ্য অনুসৰি, বেদান্ত গ্রুপে কেন্দ্রক লিখিত প্রতিশ্রুতি দিছে যে গিবন অভয়াৰণ্যত কোনো বাণিজ্যিক খনন চলোৱা নহ’ব। অৱশ্যে কেন্দ্রীয় বন মন্ত্রণালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, অন্বেষণকাৰী খনন হৈছে হাইড্র’কার্বন নিষ্কাসনৰ এটা মূল ঢাপ। ইয়ে মূৰকত বাণিজ্যিক খননত পৰিণত হ’ব পাৰে।

আনহাতে, এজন বিষয়াই কয় যে পৰিদৰ্শনকাৰী সমিতিয়ে দাখিল কৰা প্রতিবেদনত পৰিৱেশ সংবেদনশীল মণ্ডলত তেল বা গেছৰ খননৰ বিৰোধিতা কৰা হৈছে। আনকি তেল আৰু গেছৰ উঁহ পালেও তেনে খনন পৰিৱেশ সংবেদনশীল অঞ্চলত সম্পন্ন কৰিব নোৱাৰিব বুলি সমিতিখনে প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা বুলি বিষয়াজনে সদৰী কৰে।

ইপিনে, একাংশ বিষয়াই জনায় যে কেৱল হাইড্ৰ’কার্বন ভাণ্ডাৰ চিনাক্তকৰণৰ বাবেহে গিবন অভয়াৰণ্যত খনন কৰিব বুলি বেদান্ত গ্রুপে প্রতিশ্রুতি দিছে। খননৰ সময়ত যদি তেল-গেছৰ কোনো ভাণ্ডাৰ আৱিষ্কৃত হয়, তেতিয়া পৰিৱেশ সংবেদনশীল অঞ্চলৰ বাহিৰৰ পৰা খনন চলাব লাগিব। লগতে প্রতিষ্ঠানটোৱে অন্বেষণ কার্যত কোনো বিপজ্জনক সামগ্রী ব্যৱহাৰ নকৰাৰ প্ৰতিশ্রুতিও দিছে বুলি কেন্দ্রীয় বন মন্ত্রণালয়ৰ বিষয়াই জনায়।

বন মন্ত্রণালয়ৰ একাংশ বিষয়াৰ মতে, প্রস্তাবিত প্রকল্পস্থলী অসম-নগালেণ্ড সীমান্তৰ এক বিবাদমান অঞ্চলত অৱস্থিত। কেন্দ্রীয় বন মন্ত্রণালয়, ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠান আৰু অসমৰ বন বিভাগৰ যুটীয়া পৰিদৰ্শনকাৰী দলে প্রকল্পস্থলী পৰিদৰ্শনৰ সময়ত নগালেণ্ডৰ এটা তালাচী চকী অতিক্ৰম কৰিব লগা হয়। পৰিদৰ্শনকাৰী দলটোক নগালেণ্ডৰ সীমান্ত দণ্ডাধীশ আৰু স্থানীয় নগা লোকসকলে আদৰি নিয়ে।

প্রাপ্ত তথ্য অনুসৰি, গিবন অভয়াৰণ্যত তেল আৰু গেছৰ অন্বেষণৰ বিৰোধিতা কৰিছে প্রকল্পস্থলীৰ কাষৰ নগা লোকসকলে। কেন্দ্রীয় বন মন্ত্রণালয়, ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠান আৰু অসমৰ বন বিভাগৰ যৌথ পৰিদৰ্শনকাৰী দলে যোৱা ১৫ নৱেম্বৰত প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। অসম-নগালেণ্ড সীমান্তৰ এক বিবদমান অঞ্চলত অৱস্থিত এই প্রকল্পস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা যৌথ পৰিদৰ্শনকাৰী দলটোৰ আগত স্থানীয় নগা লোকসকলে পৰিৱেশ সংবেদনশীল অভয়াৰণ্যখনত তেল-গেছৰ খননৰ বিৰোধিতা কৰে।

এই লোকসকলে স্পষ্ট কৰি দিয়ে যে নগা ভিলেজ কাউন্সিল আৰু নগালেণ্ড চৰকাৰৰ অনুমতি অবিহনে কোনেও অভয়াৰণ্যখনৰ ভূমিত তেল আৰু গেছৰ অন্বেষণ কৰিব নোৱাৰিব। লক্ষ্যণীয় যে হোলোঙাপাৰ গিবন বন্যপ্রাণী অভয়াৰণ্যই ২০.৯৮ বর্গ কিলোমিটাৰ ভূমি আগুৰি থাকিলেও ইয়াৰ পৰিৱেশ সংবেদনশীল মণ্ডলে ২৬৪.৯২ বর্গ কিলোমিটাৰ ভূমি আৱৰি আছে। এই পৰিৱেশ সংবেদনশীল মণ্ডলে গিবন অভয়াৰণ্য, দিছৈভেলী সংৰক্ষিত বনাঞ্চল আৰু নগালেণ্ডৰ বনভূমিসমূহৰ মাজৰ সংযোগ নিশ্চিত কৰিছে। অভয়াৰণ্যখনত থকা সাতটা প্ৰজাতিৰ বান্দৰৰ বাবে এই সংযোগ গুৰুত্বপূর্ণ।

আনহাতে, একাংশ বন বিষয়াই আঙুলিয়াই দিছে যে মানুহৰ কেতবোৰ কাৰ্যকলাপৰ বাবে ইতিমধ্যে গিবন বন্যপ্রাণী অভয়াৰণ্য চাপত আছে। এনে অৱস্থাতে কেন্দ্রই অভয়াৰণ্যখনত তেল আৰু গেছৰ অন্বেষণত অনুমোদন জনাইছে। কেৱল সেয়াই নহয়, অভয়াৰণ্যখনৰ মাজেৰে পাৰ হোৱা ৰে’লপথৰ বৈদ্যুতিকৰণৰ প্ৰস্তাৱতো কেন্দ্রই অনুমোদন জনাইছে। এই দুয়োটা প্রস্তাৱত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় বন্যপ্রাণী ব’ৰ্ডৰ স্থায়ী সমিতিয়েই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Forest ministryGibbon Wildlife SanctuaryNBWLOil Gas ExplorationUnion Forest Minister Bhupen yadavWII
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d