Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kanoka The Village Resort:বছৰটোৰ অন্তিম দিনকেইটাত লোকে লোকাৰণ্য পৰিৱেশ কনকা গ্ৰাম্য ৰিজৰ্টত

গ্ৰাম্য পৰিৱেশৰ মাজেৰে বনভোজৰো অভিজ্ঞতা লোৱাৰ সুবিধা

publisher by publisher
December 30, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Kanoka The Village Resort:বছৰটোৰ অন্তিম দিনকেইটাত লোকে লোকাৰণ্য পৰিৱেশ কনকা গ্ৰাম্য ৰিজৰ্টত
9
SHARES
93
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Kanoka The Village Resort:

গ্ৰাম্য পৰ্যটনৰ এক জনপ্ৰিয় নাম হৈছে কনকা গ্ৰাম্য ৰিজৰ্ট। বছৰটোৰ অন্তিম দিনকেইটাত এতিয়া লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে ৰিজৰ্টখনত। প্ৰতিদিনে প্ৰায় ৩০০ৰ পৰা ৫০০ জনলৈ অতিথিয়ে বৰ্তমান ৰিজৰ্টখনত ভিৰ কৰাৰ কথা কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।

ADVERTISEMENT

ওদালগুৰি-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাঁচনৈ নদীৰ পাৰত বিগত প্ৰায় ৬-৭ বছৰ পূৰ্ৱে গঢ়ি উঠা এই ৰিজৰ্টখন বৰ্তমান প্ৰকৃতিপ্ৰেমী পৰ্যটকসকলৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। গ্ৰাম্য চহা পৰিৱেশৰ মাজত গঢ়ি উঠা এই ৰিজৰ্টখনে এতিয়া দেশী-বিদেশী পৰ্যটকসকলকো যথেষ্ট পৰিমাণে আকৰ্ষিত কৰিছে। যাৰ ফলশ্ৰুতিত বছৰটোৰ প্ৰায় প্ৰতিটো মাহতে ৰিজৰ্টখনত আহি ভিৰ কৰে বিদেশী পৰ্যটকসকলে। চহৰৰ সেই যান্ত্ৰিক পৰিৱেশৰ পৰা আতৰি আহি এক নৈসৰ্গিক গ্ৰাম্য পৰিৱেশৰ মাজত সম্পূৰ্ণ এটা দিন কটাবলৈ ৰিজৰ্টখনক সাজু কৰি তুলিছে কৰ্তৃপক্ষ‌ই। বিভিন্ন দুসাহসিক ক্ৰীড়াৰ লগতে শিশুসকলৰ মনোৰঞ্জনৰ বাবেও বিভিন্ন ক্ৰীড়া সমাহাৰ উপলব্ধ আছে ৰিজৰ্টখনত।

ইয়াৰোপৰি বৰশীৰে মাছ মৰা, নাও চলোৱা, ঘোৰাত উঠি ৰিজৰ্টখনৰ পৰিৱেশ উপভোগৰ লগতে ফুটবল, বেডমিণ্টন, কেৰম, দবা, বাস্কেটবল খেল ইত্যাদিৰো সু-ব্যৱস্থা আছে ৰিজৰ্টখনত। লগতে ৰিজৰ্টখনৰ সাংস্কৃতিক মঞ্চত দিনটোৰ বিভিন্ন সময়ত চলি থকা সাংস্কৃতিক অনুষ্ঠানসমূহ পৰ্যটকসকলক ব্যস্ত কৰি ৰাখে। ৰিজৰ্টখনত থকা ৰেষ্টুৰেণ্টত পৰ্যটকসকলে অসমৰ থলুৱা খাদ্যৰো জুতি লব পৰাকৈ পৰিৱেশ গঢ়ি তোলা হৈছে। এক সেউজ পৰিৱেশৰ মাজত গঢ় লৈ উঠা এই ৰিজৰ্টখনে স্থানীয় বহু লোককো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে।

ৰিজৰ্ট কৰ্তৃপক্ষ‌ই এইবেলি ৰিজৰ্টখনৰ সৈতে সংযোজন কৰিছে এক বনভোজস্থলীও। পাচনৈ নদীৰ পাৰত এক শান্তিময় পৰিৱেশৰ মাজেৰে বনভোজপ্ৰেমী সকলে বনভোজ খাব পৰাকৈ সুন্দৰ পৰিৱেশ সজাই তুলিছে ৰিজৰ্টখনৰ কৰ্তৃপক্ষ‌ই। য’ত ৰিজৰ্টখনলৈ যোৱা অতিথিসকলেও ভিৰ কৰা পৰিলক্ষিত হয়। একেদৰে আবেলি সূৰ্যাস্তৰ দৃশ্য‌ইও এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে বনভোজস্থলীত এই দৃশ্য কেমেৰাত বন্দী কৰাৰ বাবে বনভোজস্থলীত ভিৰ কৰে অতিথিসকলে।

একপ্ৰকাৰ ক’বলৈ গ’লে এক বিৰক্তিহীন পৰিৱেশৰ মাজেৰে সুন্দৰকৈ দিন পাৰ কৰিবলৈ উপযোগী হিচাপে গঢ়ি তোলা এই ৰিজৰ্টখনলৈ আহি প্ৰতিজন লোকে সুন্দৰভাৱে নিজৰ দিনটো স্মৰণীয় কৰি ৰাখিব পৰিব। ৰিজৰ্টখনৰ বিভিন্ন বিষয়ে জানিবলৈ ৯৭০৭৭৪৯৫৪৭ অথবা ৯৯৫৪৬৮৬৩৮৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰিজৰ্ট কৰ্তৃপক্ষ‌ই | আগন্তুক দিনবোৰত ৰিজৰ্টখনক লৈ অধিক পৰিকল্পনা কৰি থকাৰ কথাও কৰ্তৃপক্ষ‌ই সাংবাদিকক জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kanaka The Village ResortOdalguriPeople Are Crowded
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d