Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Reactionদীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰোধিতাৰে চৰকাৰী বিৰোধী স্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গছ নকটাকৈ বিকল্প চিন্তা কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

samimsultana by samimsultana
October 30, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Cm Reactionদীঘলীপুখুৰী পাৰৰ গছ কটাৰ বিৰোধিতাৰে চৰকাৰী বিৰোধী স্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Opposition tribute ceremony:এছআইটিয়ে শ্যামকানুৰে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক লুকুৱাবলৈ কাম কৰা বুলি ৰাইজৰ সন্দেহ

Cm Himanta Viswa Sarma;তুলিৰামৰ প্ৰাসাদোপম অট্টালিকাক লৈ গৌৰৱ গগৈয়ে কৰা তিৰ্যক মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Women Congress Protest: দীঘলীপুখুৰীত নিশাৰ অন্ধকাৰত গছ কটাৰ বিৰুদ্ধে গৰজি উঠিল মহিলা কংগ্ৰেছ

Cm Reaction:

মহানগৰীৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীৰ পাৰত থকা ২৫ জোপাকৈ গছ কাটিবলৈ প্ৰশাসন তৎপৰ হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে নাগৰিক তথা বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী। মঙলবাৰে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক সহ বহু শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে হাতত বেনাৰ – প্লেকাৰ্ড লৈ দীঘলীপুখুৰী পাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনকি নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে গছ ৰক্ষাৰ বাবে নৈশ পহৰা দিয়ে ৷

ADVERTISEMENT

শিক্ষাৰ্থীৰ লগতে নাগৰিক সমাজে প্ৰতিবাদ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মেডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,চৰকাৰে গুৱাহাটীৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে ঐতিহ্য আৰু পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰতো বদ্ধপৰিকৰ বুলি সামাজিক মাধ্যমযোগে জনালে । দীঘলীপুখুৰীৰ পৰা নুনমাটি সংযোগী উৰণ সেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছ নকটাকৈ বিকল্প ব্যৱস্থাৰ চিন্তা চৰ্চা কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

শেহতীয়াকৈ জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে এসপ্তাহৰ ভিতৰতে প্ৰস্তুত কৰিব বিকল্প ব্যৱস্থা। গছ কটাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদত সেও মানি লোকনিৰ্মাণ বিভাগে বিকল্প ব্যৱস্থাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে ,গছ কটাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কন্ঠশিল্পী জুবিন গাৰ্গ,অংগৰাগ পাপন মহন্ত,দীপলীনা ডেকা,প্ৰথিতযশা চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে ৷ গছ কটাৰ বিকল্প ব্যৱস্থা ল’বলৈ আহ্বান জনালে চৰকাৰক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Citizens And StudentsCM Assured To Take Alternative MeasuresCM Himanta Biswa Sarma ReactionDighalipukhuriOpposition To Cutting Down Trees
samimsultana

samimsultana

Related Posts

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’
India

‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

August 20, 2026
জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে
Assam

জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

August 20, 2026
শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত
Assam

শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

August 20, 2026
বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ
Assam

বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d