Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

    BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Bjp : সৰ্বস্তৰৰ জনতাৰ সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধনেই  হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্যঃ সোণোৱাল

Bjp :অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতিৰূপে কলিং ময়ঙৰ নাম ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

publisher by publisher
January 18, 2025
in Politics, India
Reading Time: 1 min read
0
Bjp : সৰ্বস্তৰৰ জনতাৰ সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধনেই  হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্যঃ সোণোৱাল
1
SHARES
14
VIEWS
ShareShareShareShare

Bjp :কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে শণিবাৰে অৰুণাচল প্ৰদেশত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বত উপস্থিত থাকি অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কৰে।

ADVERTISEMENT

7

RelatedPosts

China’s Provocation in Arunachal Pradesh:এইবাৰ অৰুণাচলক লৈ আগ্রাসী চীন

কাজিৰঙা-কাৰ্বি আংলঙৰ হোমষ্টেক আৰণ্যকৰ সৌৰ ইনভাৰ্টাৰ যোগান

India is concerned about China’s aggression:চীনৰ আগ্রাসনক লৈ উদ্বিগ্ন ভাৰত

এগৰাকী নিষ্ঠাবান আৰু কৰ্মোদ্যমী কাৰ্যকৰ্তা কলিং ময়ঙে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ বলিষ্ঠ নেতৃত্বত অৰুণাচল প্ৰদেশত বিজেপিৰ সাংগঠনিক সশক্তিকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাই যাব বুলি সোণোৱালে উল্লেখ কৰে আৰু এই বিশেষ উপলক্ষত তেওঁক আন্তৰিক অভিনন্দন তথা নতুন কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে। তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে অৰুণাচলৰ প্ৰতিনিধিৰূপে য়ালেম টাগা বুৰাং, টাগিন চিগা আৰু কামৰাং টেচিয়াৰ নাম ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰতৰ যাত্ৰাক ন উদ্যমেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে সাংগঠনিক কাম-কাজৰ ত্বৰান্বিতকৰণেৰে সবল ভূমিকা ল’ব লাগিব বুলি সোণোৱালে উল্লেখ কৰে।

9

সোণোৱালে ভাষণ প্ৰসংগত কয়, “বিগত ১০ বছৰত অৰুণাচল প্ৰদেশ তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ হৈছে, বিগত ১০ বছৰত দিল্লী নিজেই উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চাপি আহিছে। ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সৰ্বাংগীণ বিকাশ, সম-মৰ্যাদা, সমৃদ্ধি, সমতা, সৰ্বত্ৰ শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্ৰশক্তি হৈছে কেৱল ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট।  প্ৰধানমন্ত্ৰী  মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো পূৰ্বৰ চৰকাৰৰ শাসনকালত কেৱল সপোনহে আছিল। আগৰ চৰকাৰৰ দিনত দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলোৱা হৈছিল। পিছে বিজেপি নেতৃত্বাধীন এনডিএ-ৰ চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে।”

8

সোণোৱাল কয়, “সূৰ্য উঠা প্ৰদেশ অৰুণাচলত উন্নয়নৰ নতুন জাগৰণৰ এতিয়া সূচনা হৈছে আৰু সৰ্বত্ৰে শান্তি-সমন্বয় বিৰাজমান কৰিছে। পৰ্যটন, আন্তঃগাঁথনি, যাতায়াত-যোগাযোগ, সংস্কৃতিৰ প্ৰসাৰ আদি বিভিন্ন দিশত ৰাজ্যখনক ন ৰূপত জিলিকাই তোলা হৈছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনসাধাৰণে সামাজিক মৰ্যাদা লাভ কৰিছে। এই চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে। বিজেপি চৰকাৰ নেতৃত্বত থাকিলে দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱচাম নিবনুৱা হৈ থাকিব নালাগে। মেধা আৰু যোগ‍্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে।

10

প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদী ডাঙৰীয়াই ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্ৰা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্ৰা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্ৰা। এই যাত্ৰাৰ সুবাদতে ভাৰতৰ প্ৰতিখন ৰাজ‍্যৰ জনসাধাৰণে আজি সম-বিকাশ লাভ কৰি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামগ্ৰিকভাৱে ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ সন্মান বুটলিবলৈ সক্ষম হৈছে।

111 1

ভাৰতীয় জনতা পাৰ্টিয়ে উত্তৰ-পূব ভাৰতৰ বিকাশ আৰু সমৃদ্ধিৰ যাত্ৰাত ন ইতিহাস ৰচনা কৰিছে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে পাঁচ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰাষ্ট্ৰ সৰ্বোপৰি ভাৱনাৰে ভাৰতীয় জনতা পাৰ্টিয়ে বিশাল মন লৈ নিষ্ঠাৰে কাম কৰি আহিছে। অৰুণাচল প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজৰ অগ্ৰগতি অধিক শক্তিশালী কৰিবলৈ সক্ৰিয় ভূমিকা ল’বলৈ প্ৰতিগৰাকী কৰ্মকৰ্তাক তেওঁ আহ্বান জনায়।‌ বিশ্বৰ তিনিটা বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ দৃঢ় লক্ষ্যত কৰ্মকৰ্তাসকলেও সাৰ-পানী যোগাব লাগিব আৰু এই মহৎ বাৰ্তাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ সকলোকে আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ARUNACHAL PRADESHAyush Minister Sarbananda Sonowal
publisher

publisher

Related Posts

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 
India

May 30, 2025
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

May 30, 2025
সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!
India

সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

May 30, 2025
ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 
India

ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

May 30, 2025
Climate change: Summer flow days to increase in India:জলবায়ু পৰিৱৰ্তন: ভাৰতত বৃদ্ধি পাব গ্রীষ্ম প্ৰৱাহৰ দিন, নতুন অঞ্চলকো সামৰি ল’ব

আকবৰে জোধাবাইক বিয়া কৰোৱা নাই ,মিছা কথা লিখা আছে ইতিহাসৰ কিতাপত!

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d