Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Climate change: Summer flow days to increase in India:জলবায়ু পৰিৱৰ্তন: ভাৰতত বৃদ্ধি পাব গ্রীষ্ম প্ৰৱাহৰ দিন, নতুন অঞ্চলকো সামৰি ল’ব

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সতর্কবাণী ,২০২৫ৰ পৰা ২০২৯লৈ দক্ষিণ এছিয়াত ভিজা বতৰ অব্যাহত থাকিব,বিশ্বৰ তাপমাত্রা বৃদ্ধিৰো আশংকা, ২০৫০ৰ পৰা ব্ৰহ্মপুত্ৰ-গংগা-সিন্ধুৰ পানী হ্ৰাসৰ সম্ভাৱনা

publisher by publisher
May 30, 2025
in India, News, Weather, weather
Reading Time: 3 mins read
0
Climate change: Summer flow days to increase in India:জলবায়ু পৰিৱৰ্তন: ভাৰতত বৃদ্ধি পাব গ্রীষ্ম প্ৰৱাহৰ দিন, নতুন অঞ্চলকো সামৰি ল’ব
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

IMD Report:ৰাজ্যত চাৰে তিনি মাহতকৈ অধিক দিন বৰষুণ নাই

এশ কোটিৰো অধিক লোকৰ জীৱন-জীৱিকাৰ প্ৰতি প্রচণ্ড ভাবুকি

Climate change: Summer flow days to increase in India:

জলবায়ু পৰিৱৰ্তনৰ অশুভ প্রভাৱত আগন্তুক সময়ত ভাৰতকে ধৰি সমগ্র বিশ্বৰে তাপমাত্রা বৃদ্ধিৰ আশংকা কৰিছে বতৰ বিজ্ঞানীসকলে। এনে অৱস্থাতে আইআইটি দিল্লীৰ বায়ুমণ্ডলীয় বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী কৃষ্ণা অচুতা ৰাৱে এক সতর্কবাণী প্ৰেৰণ কৰিছে যে চলিত বৰ্ষৰ পৰা দেশত গ্রীষ্ম প্ৰৱাহৰ দিন বৃদ্ধিৰ আশংকা আছে। কেৱল গ্রীষ্ম প্রৱাহৰ দিনেই নহয়, পূর্বে এনে অসহনীয় অৱস্থাৰ পৰা মুক্ত থকা বহু অঞ্চলতো গ্রীষ্ম বতাহ প্রৱাহিত হ’ব বুলি অধ্যাপক গৰাকীয়ে আশংকা কৰিছে। ‘

ADVERTISEMENT

‘ক্লাইমেট ট্রেণ্ডছ’ শীর্ষক গৱেষণা গোটে আয়োজন কৰা ‘ইণ্ডিয়া হীট ছামিট-২০২৫’ শীর্ষক সম্মিলনত ভাষণ দি অধ্যাপক ৰাৱে কয়, ‘আমাৰ ভবিষ্যৎ অতি ধূসৰ হৈছে। গ্রীষ্ম প্ৰৱাহৰ দৰে ঘটনাৰ সময় বৃদ্ধি পাব পাৰে। এসপ্তাহ গ্রীষ্ম বতাহ প্রৱাহিত হোৱা অঞ্চলত গ্রীষ্ম প্ৰৱাহৰ দিন ডেৰ মাহ-দুমাহলৈ বৃদ্ধিৰ আশংকা আছে।’ মৌচুমী বতাহ বলি থকা মাহকেইটাতে গ্রীষ্ম বতাহ প্রবাহিত হ’ব পাৰে আৰু এয়া অধিক বিপজ্জনক বুলি বিজ্ঞানীজনে মন্তব্য কৰে।

এই সম্পর্কত তেওঁ অধিক ব্যাখ্যা কৰি কয়, ‘মৌচুমী বায়ু প্রৱাহিত হৈ থকাৰ মাহকেইটাত গ্রীষ্ম বতাহ প্রবাহিত হোৱাটো অধিক বিপজ্জনক। কাৰণ এনে অঞ্চলসমূহত এই মাহকেইটাত তাপমাত্রা ৪০ ডিগ্ৰীৰ ওপৰত হয়। তদুপৰি আর্দ্রতাও অধিক হয়।’ আগন্তুক সময়ত উত্তৰ ভাৰতৰ সমভূমি তথা দক্ষিণ ভাৰতৰ কে’বাখনো ৰাজ্যত গ্রীষ্ম বতাহ প্রৱাহিত হোৱাৰ দিন বৃদ্ধি পাব বুলিও বাৱে উদ্বেগ প্রকাশ কৰিছে। ইয়াৰ সমান্তৰালভাৱে ন ন অঞ্চলত গ্রীষ্ম বতাহ প্রৱাহিত হ’ব বুলিও তেওঁ আশংকা কৰিছে।

উল্লেখ্য যে কেরল এই বিজ্ঞানীজনে নহয়, জলবায়ু পৰিৱর্তন সম্পকীয় আন্তঃচৰকাৰ সমিতি (আইপিচিচি) য়েও আগন্তুক সময়ত দক্ষিণ এছিয়াত মৌচুমী বায়ু বলা মাহকেইটাত সঘনে আৰু অধিক প্রবল গ্রীষ্ম প্রবাহ হ’ব বুলি আশংকা কৰিছে। অলপতে আইপিচিচিয়ে ইয়াৰ ষষ্ঠ মূল্যায়ন প্রতিবেদন আৰু শেহতীয়া বৈজ্ঞানিক পত্র প্রকাশ কৰে। এই সমূহতে দক্ষিণ এছিয়া সম্পর্কত এনে আশংকা কৰা হৈছে।

একেদৰে সংহত পর্বত উন্নয়নৰ বাবে আন্তর্জাতিক কেন্দ্র (আইচিআইএমঅ’ডি)ৰ জ্যেষ্ঠ বিশেষজ্ঞ ফারুক আজমেও অদূৰ ভৱিষ্যতে ভাৰতত পৰিৱেশজনিত জটিল সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে। উষ্ণতা বৃদ্ধিয়ে ভাৰতৰ নদীসমূহক পানী যোগান হিমবাহসমূহৰ দ্রুততৰে গলাবলৈ ধৰিছে বুলি আজমে মন্তব্য কৰিছে। ইয়ে অদূৰ ভৱিষ্যতে পানীক লৈ ভাৰতত সমস্যাৰ সৃষ্টি কৰিব বুলি বিশেষজ্ঞজনে আশংকা কৰিছে।

তেওঁ কয়, ‘কৃষি আৰু বিদ্যুৎ উৎপাদনৰ বাবে ভাৰতে হিমবাহৰ পানীৰ ওপৰত ব্যাপকভাৱে নিৰ্ভৰ কৰে। বৰ্তমানলৈ হিমবাহৰ গলনত উষ্ণতাই ভূমিকা পালন কৰি আছে। কিন্তু এই ক্ষেত্রত এক সীমা আছে। এই সীমাৰ পাছত হিমবাহসমূহে কমকৈ পানী যোগান ধৰিব। কেতবোৰ পৰীক্ষা-নিৰীক্ষাত দেখা গৈছে যে ২০৫০ত ব্রহ্মপুত্র, গংগা আৰু সিন্ধু নৈৰ অৱবাহিকাত এনে পৰিস্থিতি সৃষ্টিৰ আশংকা আছে।’

য়াৰ অৰ্থ ২০৫০ লৈকে দেশত অধিক বান সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি তেওঁ উল্লেখ কৰে। একেদৰে ২০৫০ত পানীৰ নাটনিয়ে দেশত দেখা দিয়াৰ আশংকা তেওঁ ব্যক্ত কৰে। বিশেষজ্ঞজনে লগতে কয়, ‘২০২২ত দেখা গ’ল যে হিমবাহত জমা হোৱাতকৈ অধিক বৰফ গলে। অথচ ২০২৩ আৰু ২০২৪তহে বার্ষিক উষ্ণতা অধিক আছিল। তৎসত্ত্বেও ২০২২ত হিমবাহত অধিক বৰফ গলাৰ কাৰণ হ’ল বছৰটোৰ মাৰ্চত উষ্ম বতাহ প্রবাহিত হয়।

এই উষ্ণ বতাহে আগতীয়াকৈ হিমবাহ গলায়। ফলত নদীসমূহৰে প্ৰয়োজনতকৈ অধিক পানী ববলৈ ধৰে। এনে আগতীয়া উষ্ণ বতাহৰ ফলতে বছৰটোত পাকিস্তান বিধ্বংসী বানৰ কৱলত পৰে।’ ভাৰত আৰু পাকিস্তানকে ধৰি দক্ষিণ এছিয়াত বানৰ প্রকোপ বৃদ্ধি হোৱাৰ কাৰণ গ্রীষ্ম বতাহৰ ফলত হিমবাহৰ অধিক গলন বুলি বিশেষজ্ঞজনে আখ্যা দিছে।

আনহাতে, চলিত বৰ্ষৰ পৰা ২০২৯ লৈ দক্ষিণ এছিয়াত ভিজা বতৰ অব্যাহত থাকিব বুলি আন্তর্জাতিক বতৰ বিজ্ঞান সংস্থাই পূর্বানুমান কৰিছে। ইয়াৰ সমান্তৰালভাবে এই বছৰকেইটাত বিশ্বত উষ্ণতা বৃদ্ধিও সর্বকালৰ অভিলেখ ভংগ কৰাৰো আশংকা কৰিছে সংস্থাটোৱে। সংস্থাটোৰ মতে, ২০২৫ৰ পৰা ২০২৬ৰ বছৰকেইটাৰ প্ৰতিটো বৰ্ষতে উষ্ণতা ১.২ ডিগ্রী চেলচিয়াছৰ পৰা ১.৯ ডিগ্রী চেলচিয়াছ অধিক হোৱাৰ ৮০ শতাংশ সম্ভাবনা আছে।

ফলত এই বছৰকেইটা ১৮৫০-১৯০০ বছৰকেইটাৰ গড়তকৈ অধিক উষ্ণ হোৱাৰ আশংকা প্রবল হৈছে। আনহাতে, ২০২৫-২০২৯ৰ বছৰকেইটাত দক্ষিণ এছিয়াৰ বতৰ স্বাভাৱিকতকৈ অধিক সিক্ত বা ভিজা হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশ্ব বতৰ বিজ্ঞান সংস্থাই। ২০২৩ক বাদ দি বিগত বছৰসমূহৰ বতৰৰ বৈশিষ্ট্য লক্ষ্য কৰি সংস্থাটোৱে এনে আশংকা কৰিছে।

উল্লেখ্য যে ২০২৪ৰ বছৰটো বিগত বহু বছৰৰ ভিতৰত সবাতোকৈ উষ্ণ বতৰ আছিল। এই অভিলেখো চলিত বর্ষত বা আগন্তুক বর্ষসমূহত ভংগ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশ্ব বতৰ বিজ্ঞান সংস্থাই। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ দশকীয় জলবায়ুৰ শেহতীয়া তথ্যৰ অলপতে প্রকাশ পোৱা বার্ষিক প্রতিবেদনত কোৱা হয় যে ২০২৫ৰ পৰা ২০২৯ৰ সময়ছোৱাত বিশ্বৰ তাপমাত্রা একে থাকিব বা নতুন অভিলেখ গঢ়িব পাৰে।

অৱশ্যে সংস্থাটোৱে এই বুলিও সতর্ক কৰি দিছে যে এই বছৰকেইটাত উষ্ণতা ২০২৪তকৈ অধিক হোৱাৰ ৮০ শতাংশ সম্ভাৱনা আছে। আনহাতে, এই বছৰকেইটাৰ অন্ততঃ এটা বছৰৰ উষ্ণতা প্রাক ঔদ্যোগিক পর্যায়তকৈ ১.৫ ডিগ্রী চেলচিয়াছ অধিক হোৱাৰো আশংকা ব্যক্ত কৰিছে আন্তর্জাতিক সংস্থাটোৱে। যদি সেয়াই হয়, তেন্তে আগন্তুক সময়ত গ্রীষ্ম প্রৱাহৰ দিন বৃদ্ধি, প্রচণ্ড বান বা দীঘলীয়া খৰাং, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ দৰে অত্যন্ত প্রতিকূল পৰিৱেশ সৃষ্টিৰ আশংকা আছে। এনে পৰিস্থিতিত বেমাৰ-আজাৰ বৃদ্ধি পোৱাটো স্বাভাৱিক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Climate Changeincrease in IndiaSummer Flow
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d