Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Trump has suspended aid to many countries, including Bangladesh: বাংলাদেশসহ বহু দেশৰ অনুদান বন্ধ কৰিলে ট্রাম্পে, তালিকাত ভাৰতো ?

ইজৰাইলৰ সাহায্য অব্যাহত থাকিব, ভাৰতলৈ সাহায্যৰ বিষয়টো পর্যালোচনা কৰিছে আমেৰিকাই,মোদীৰ বাৰ্তালাপ ট্রাম্পৰ স'তে

publisher by publisher
January 28, 2025
in News, International
Reading Time: 2 mins read
0
Trump has suspended aid to many countries, including Bangladesh: বাংলাদেশসহ বহু দেশৰ অনুদান বন্ধ কৰিলে ট্রাম্পে, তালিকাত ভাৰতো ?
0
SHARES
4
VIEWS
ShareShareShareShare

Trump has suspended aid to many countries, including Bangladesh:

নির্বাচনী প্ৰচাৰত প্ৰদান কৰা সকীয়নি দ্বিতীয়বাৰলৈ মার্কিন ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণৰ পাছতে কাৰ্যত পৰিণত কৰিবলৈ আৰম্ভ কৰিছে ড’নাল্ড ট্রাম্পে। তাৰে অংশৰূপে বিভিন্ন দেশক প্ৰদান কৰা আর্থিক সাহায্য বন্ধ কৰিলে ট্রাম্পৰ প্রশাসনে।
ক্ষমতালৈ প্ৰত্যাৱৰ্তনৰ পাছতেই এখনৰ পাছত এখন নির্দেশ পত্ৰত স্বাক্ষৰ কৰাত ব্যস্ত হৈ পৰিছে ট্রাম্প। ইয়াৰ মাজতে আছে সাহায্য বন্ধৰ নিৰ্দেশ পত্ৰ। অৱশ্যে মিছৰ আৰু ইজৰাইলে পূৰ্বৰ দৰেই সাহায্য লাভ কৰিব যদিও অনুদান বন্ধৰ তালিকাত আছে হ’ব পাৰে বুলি বিবুদ্ধিত পৰিছে ঢাকা। এই প্রসংগত বাংলাদেশ চৰকাৰৰ দাবী যে কেৱল তেওঁলোকৰ দেশতে যে সাহায্য বন্ধ হৈছে এনে নহয়। বিষয়টো তেওঁলোকৰ বাবে প্রত্যাশিত বুলি দাবী কৰে বাংলাদেশে।

ADVERTISEMENT

বাংলাদেশত আশ্রয় গ্রহণ কৰা ৰহিংগ্যাসকলৰ বাবে সাহায্য অব্যাহত থাকিব। ইপিনে, ভাৰতৰ ক্ষেত্রত অনুদান অব্যাহত থাকিব নে বন্ধ হ’ব, সেই বিষয়ে আমেৰিকাই সিদ্ধান্ত গ্রহণ কৰা নাই। নতুন দিল্লীৰ আমেৰিকান দূতাবাসৰ এক মুখপাত্রই জনোৱা মতে, ভাৰতৰ সাহায্য প্রসংগ পর্যালোচনা কৰিছে আমেৰিকাই।

RelatedPosts

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

‘১০০০ ডলাৰ লওক, আমেৰিকা এৰি যাওক’

bangladeshআমেৰিকাৰ অনুদান বন্ধ হ’লে ভাৰতত পৰিৱেশ-স্বাস্থ্যসহ যিসমূহ উন্নয়নমূলক প্রকল্প অব্যাহত আছে, সেইসমূহ বাধাগ্রস্ত হ’ব পাৰে। দীর্ঘদিন ধৰি এই ধৰণৰ প্ৰকল্প নতুন দিল্লীয়ে আমেৰিকান দূতাবাস আৰু ইউএছএইড-এ আর্থিক সাহায্য প্রদান কৰি আহিছে।

আমেৰিকাই এক বিবৃতিত প্রকাশ কৰে যে আমেৰিকাৰ আন্তর্জাতিক উন্নয়ন সংস্থা (ইউএছএইড)ৰ পৰা ইমানদিনে বাংলাদেশে লাভ কৰা আর্থিক সাহায্য বন্ধ হ’ল। এক বিবৃতিত উল্লেখ যে বাংলাদেশৰ স’তে চুক্তি-প্রকল্প বাতিলৰ নির্দেশ দিছে। প্রায় ৫০ বছৰ ধৰি বাংলাদেশৰ জনস্বাস্থ্য-শিক্ষা, ইন্ধন, পৰিৱেশ, খাদ্য, প্রাকৃতিক দুর্যোগ মোকাবিলাসহ বিভিন্ন ক্ষেত্ৰত আমেৰিকাই আর্থিক সাহায্য প্রদান কৰি আহিছে।

বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে আঠ কোটি ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৬৮ হেজাৰ কোটি টকা সাহায্য প্ৰদান কৰে আমেৰিকাই। ট্রাম্পৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত বাংলাদেশত কাম কৰা স্বেচ্ছাসেৱী সংগঠনসমূহ বিপাঙত পৰিল। এইসমূহে আমেৰিকাই প্ৰদান কৰা আর্থিক সাহায্যৰ দ্বাৰাই কাম কৰি আছিল। এনে সংগঠনসমূহে দাবী কৰে বিভিন্ন উন্নয়নৰ কাম-কাজ বন্ধ হ’ব।

ইপিনে, দেশখনৰ বৈদেশিক মন্ত্রণালয়ৰ উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয়, ‘এয়া প্রত্যাশিত। আমেৰিকাই নিৰ্বাচনৰ পূৰ্বৰে পৰা ড’নাল্ড ট্রাম্পে বিদেশলৈ সাহায্য প্রদানৰ কথাটো বিবেচনা কৰিব বুলি কৈ আহিছে। এই ধৰণৰ সাহায্য যে হ্রাস পাব, তাকে লৈ সকলো উদ্বিগ্ন আছিল।’ তেওঁৰ দাবী অনুসৰি, বাংলাদেশ চৰকাৰলৈ কোনো আনুষ্ঠানিক বার্তা প্ৰেৰণ কৰা নাই।

# ট্রাম্পৰ নিৰ্দেশ

যোৱা ২৪ জানুৱাৰীৰ নিৰ্দেশ মর্মে ট্রাম্পৰ প্ৰশাসনে ইজৰাইল আৰু মিছৰৰ বাহিৰে বহু দেশৰ বাবে আর্থিক সাহায্য বন্ধ কৰিলে। মার্কিন বৈদেশিক সচিব মার্ক’ ৰুবিয়ে জনোৱা মতে, নতুনকৈ সাহায্যৰ বিষয়টো অনুমোদিত নোহোৱা পর্যন্ত ই বন্ধ থাকিব। অহা ৮৫ দিনৰ ভিতৰত বৈদেশিক সাহায্যৰ বিষয়সমূহ পর্যালোচনা কৰা হ’ব। তাৰ পাছত পৰৱৰ্তী সিদ্ধান্ত গ্রহণ কৰিব ট্রাম্প চৰকাৰে। এই সম্পর্কত বিতং ব্যাখ্যা কৰা নাই আমেৰিকাই।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPincluding Bangladeshmany countriessuspended aid
publisher

publisher

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d