Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Gaurav Gogoi:কেন্দ্ৰৰ উদ্বেগক আওকাণ কৰি পাক উচ্চায়ুক্তক সাক্ষাৎ কৰিছিল গৌৰৱে

publisher by publisher
February 14, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Gaurav Gogoi:কেন্দ্ৰৰ উদ্বেগক আওকাণ কৰি পাক উচ্চায়ুক্তক সাক্ষাৎ কৰিছিল গৌৰৱে
2
SHARES
18
VIEWS
ShareShareShareShare

Gaurav Gogoi:

সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবার্ণ পাকিস্তানৰ এজেণ্ট বুলি বিজেপিৰ সামাজিক মাধ্যমৰ লগত জড়িত পক্ষই উত্থাপন কৰা অভিযোগৰ প্ৰসংগত আজি পুনৰ সৰৱ হয় মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা।

ADVERTISEMENT

বৃহস্পতিবাৰে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত সাংসদ গগৈ তথা তেওঁৰ পত্নীৰ নাম উল্লেখ নকৰাকৈ কয় যে ২০১৫ত নতুন দিল্লীস্থিত পাকিস্তানৰ উচ্চায়ুক্ত কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ উদ্বেগক আওকাণ কৰি হুৰিয়ত কনফাৰেন্সৰ স’তে এই নতুন সাংসদজন বৈঠকত মিলিত হৈছিল।

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Gaurav gogoi special speech in Loksabha:লোকসভাত সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিৰোধীতাৰে কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে

Reservation for Women-Constituency Redetermination-Increase in Lok Sabha Seats Bill:লোকপিয়ল অবিহনে আসন বৃদ্ধিৰ অভিসন্ধি

২০১৫ত ভাৰতস্থিত পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্ত কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ কৰিবলৈ প্ৰথম কার্যকালতে সাংসদ গগৈ আৰু তেওঁৰ ষ্টার্টআপ ‘পলিচী ফৰ য়ুথ’ক আমন্ত্ৰণ জনাইছিল।

এই কথা উল্লেখ কৰি বৃহস্পতিবাৰে সাংসদ গগৈৰ নাম নোলোৱাকৈ মুখ্যমন্ত্রী ড° শৰ্মাই সামাজিক মাধ্যমত কয়,‘২০১৫ৰ কথা। ভাৰতস্থ পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্ত কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথম কাৰ্যকালৰ এগৰাকী নৱাগত সাংসদ আৰু তেওঁৰ ষ্টার্টআপ পলিচী ফৰ য়ুথক আমন্ত্ৰণ জনাইছিল।

লক্ষ্যণীয়ভাৱে সেই সময়ত এই নতুন সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল। সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্রশ্ন উত্থাপন হৈছিল। বিশেষকৈ হৰিয়ৎ কনফাৰেন্সৰ স’তে সংপৃক্ত দেশৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ এনে হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাৱে প্ৰতিবাদ কৰাৰ পাছতো সাংসদজনে এই আমন্ত্ৰণ ৰক্ষা কৰিছিল।

এই সন্দৰ্ভত কেন্দ্ৰৰ উদ্বেগক আওকাণ কৰিয়ো সাংসদজনে ৫০-৬০ জন ভাৰতীয় যুৱকক লৈ পাকিস্তানী উচ্চায়ুক্তক সাক্ষাৎ কৰিছিল। এই ঘটনাৰ পাছতে সাংসদজনৰ ষ্টার্টআপে ‘দ্য হিন্দু’ কাকতত এটা প্ৰবন্ধ প্ৰকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত নিৰাপত্তা বাহিনীৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছিল।’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সাংসদজনৰ সেই সময়ৰ সংসদীয় প্রশ্নসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে কষ্ট গাৰ্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ স’তে বাণিজ্যৰ বাবে ট্রেনজিট পথ,কাশ্মীৰী ছাত্ৰ-ছাত্ৰী, গিৰ্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি অতি স্পৰ্শকাতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাটো পৰিলক্ষিত হয়।

এই প্রসংগই বাস্তৱিকতে অতি স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি সাংসদজনৰ অবাঞ্ছিত আগ্রহকে প্রতিপন্ন কৰিছে বুলি মুখ্যমন্ত্রীয়ে যুক্তি দর্শায়। তদুপৰি কথাবোৰ লক্ষ্যণীয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড: শৰ্মাই এই বুলিও কয়, ‘এই সমগ্ৰ ঘটনাপ্রবাহ তেওঁৰ প্ৰফেছনেল বেকগ্রাউণ্ড থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ স’তে বিবাহপাশত আবদ্ধ হোৱাৰ পিছমুহূর্ততে ঘটিছিল আৰু সেয়ে স্বাভাৱিকতেই ই অভিন্ন প্রশ্নৰ অৱতাৰণা ঘটাইছে।

বিবাহৰ পূৰ্বে সাংসদজনৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ স’তে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৱে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল। তেওঁ পাক চোৰাংচোৱা সংস্থা আইএছআইৰ ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল। এই সমগ্র ঘটনাপ্রবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদজনৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটাইছে।’

ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ উচ্চায়ুক্তৰ লগত সাংসদ গগৈয়ে বহি থকা এখন ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰি লিখে, ‘বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ স’তে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয়। ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্রাথমিক অগ্ৰাধিকাৰ পাব লাগে, আশা কৰো সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাবশ্যকীয় চৰ্তসমূহ সম্পূর্ণকৈ মানি চলিছিল।’

মনকৰিবলগীয়া যে পাকিস্তানৰ উচ্চায়ুক্তৰ স’তে উক্ত বৈঠকৰ পাছতে সংসদত প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিষয়ক প্রশ্ন উত্থাপন হয়। তেওঁ কয়, ‘২৬/১১ৰ মুম্বাই আক্রমণে ভাৰতৰ উপকূলীয় সুৰক্ষা ব্যৱস্থাত থকা সুৰুঙাসমূহ উন্মোচিত কৰিছিল। সেই সম্পৰ্কে সংসদৰ এগৰাকী সদস্যই উত্থাপন কৰা এক প্রশ্নৰ জৰিয়তে উপকূলীয় ৰাডাৰ ষ্টেছনসমূহৰ সম্পৰ্কে বিশদ তথ্য বিচাৰিছিল।’

সংসদত উত্থাপিত ২০১৭ৰ ১৭ মাৰ্চৰ উপকূলীয় সুৰক্ষা ব্যৱস্থা সম্পৰ্কীয় প্রশ্নৰ প্ৰতিলিপিও সামাজিক মাধ্যমত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পাছত তেওঁ এইদৰে প্ৰশ্ন কৰে, ‘অসমৰ দৰে ৰাজ্য এখনৰ সাংসদে কিয় উপকূলীয় ৰাডাৰ ব্যৱস্থা সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা গোপন তথ্য বিচাৰিছিল? এনে সংবেদনশীল তথ্য ৰাজহুৱা কৰাৰ কিবা প্ৰয়োজন আছে নেকি?

পাকিস্তানৰ উচ্চায়ুক্তৰ স’তে বৈঠকৰ পাছতে সংসদত এনে প্রশ্ন উত্থাপন কৰা হৈছিল?আপোনালোকে কওক,পাকিস্তানৰ উচ্চায়ুক্তৰ স’তে বৈঠকৰ পাছতে সংসদত প্রশ্ন উত্থাপন কৰাৰ পাছতো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এনে এটা বিষয় কেৱল কাকতালীয় সংযোগ বুলি উপেক্ষা কৰা উচিত হ’ব জানো?”

লক্ষ্যণীয় যে সাংসদজনৰ নাম উল্লেখ নকৰিলেও সেইজন যে গৌৰৱ গগৈ তাকো মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। কিয়নো নিজে নাম উল্লেখ নকৰিলেও সংশ্লিষ্ট সাংসদজনে কৰা তেনে প্রশ্নৰ প্ৰতিলিপি মুখ্যমন্ত্ৰীয়ে নিজৰ সামাজিক মাধ্যমত প্ৰকাশ কৰে। সেই প্ৰতিলিপিত প্রশ্নকর্তা হিচাপে গৌৰৱ গগৈৰ নাম উল্লেখ আছে।

gaurav gpgogiমুখ্যমন্ত্ৰীৰ এই সামাজিক মাধ্যমৰ প’ষ্টৰ আঁত ধৰি এই সমগ্ৰ ঘটনাপ্রবাহ গগৈয়ে ‘প্রফেছনেল বেকগ্রাউণ্ড’ থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ স’তে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে ঘটিছিল বুলি চৰ্চা হোৱাৰ লগতে বিভিন্ন প্রশ্নৰ অৱতাৰণা হৈছে।

এনে চৰ্চা অনুসৰি বিবাহৰ পূৰ্বে সাংসদ পত্নী এলিজাবেথে পাকিস্তানী প্ৰতিষ্ঠানৰ স’তে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৱে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল।
এলিজাবেথ পাক চোৰাংচোৱা সংস্থা আইএছআইৰ ঘনিষ্ঠ হিচাপে পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল।

এই সমগ্র ঘটনাপ্ৰৱাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটোৱা বুলি একাংশ মহলত চৰ্চা চলিছে। ইপিনে, পুনৰ মুখ্যমন্ত্ৰীয়ে আন এটা প’ষ্টত এইদৰে কয়, ‘সাংসদ গৰাকীৰ পত্নীয়ে ভাৰতৰ নাগৰিকত্ব লৈছে নে নাই সুধি থকা সকলৰ বাবে মোৰ সহজ উত্তৰ হ’ল—মই নাজানো। কিন্তু ইয়াৰ স’তে সংলগ্ন কৰি দিয়া যোৰহাটৰ ভোটাৰ তালিকাৰ প্ৰামাণিক প্রতিলিপিত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তর্ভুক্ত হোৱা দেখা গৈছে, কিন্তু তেওঁৰ পত্নীৰ নামটো ইয়াত নাই। ভোটাৰ তালিকাৰ এটা অংশও মুখ্যমন্ত্ৰীয়ে প’ষ্টত প্ৰকাশ কৰে।

#গৌৰৱক আৰম্ভ কৰা চৰ্চাই ৰাজ্যিক কেবিনেটতো স্থান পাব :

সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্কৰ যিবোৰ বিষয় সম্প্রতি চৰ্চালৈ অনা হৈছিল, সেই বিষয়ে অসম চৰকাৰৰ কেবিনেট বৈঠকতো আলোচনা কৰা হ’ব। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে গগৈৰ নাম উল্লেখ নকৰাকৈ কেৱল এজন সাংসদ বুলি সমগ্র বিষয় অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত পুংখানুপুংখভাৱে আলোচনা কৰা হ’ব বুলি বৃহস্পতিবাৰে সদৰী কৰে।

নিজৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে কয়, “কেবিনেট বৈঠকত সাংসদজনক লৈ প্ৰকাশ হোৱা তথ্যসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্রভাৱ আছে নেকি, সেই বিষয়ত আলোচনা কৰা হ’ব। সেই আলোচনাই বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৱে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰে যিকোনো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰাটো নিশ্চিত কৰিব।’

মুখ্যমন্ত্ৰীয়ে এইবাৰো কেৱল ৰাজ্যৰ এজন সাংসদ বুলিহে উল্লেখ কৰে যদিও সেইজন যে গৌৰৱ গগৈ তাক ইতিমধ্যে স্পষ্ট কৰিছে। উল্লেখ্য যে বিজেপিৰ সামাজিৰ মাধ্যম কোষৰ লগত জড়িত পক্ষৰ পৰা শেহতীয়াকৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ পাকিস্তানৰ এজেণ্ট আৰু আজিলৈকে ভাৰতৰ নাগৰিকত্ব নোলোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bitish WifeCitizen CotroversyElizabeth ColburnGaurav Gogoi
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d