Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Advantage Assam 2.0: প্ৰধানমন্ত্ৰীৰ দ্বাৰা খানাপাৰাত এডভান্টেজ আছাম 2 ৰ বৃহৎ সন্মিলন মুকলি

সন্মিলনত উপস্থিত গৌতম আদানী,মুকেশ আম্বানি,টাটাৰ আৰু জিন্দাল গ্ৰুপৰ মুৰব্বী

publisher by publisher
February 25, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Advantage Assam 2.0: প্ৰধানমন্ত্ৰীৰ দ্বাৰা খানাপাৰাত এডভান্টেজ আছাম 2 ৰ বৃহৎ সন্মিলন মুকলি
1
SHARES
8
VIEWS
ShareShareShareShare

Advantage Assam 2.0:

মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত দুদিনীয়াকৈ আজিৰে পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম 2 ৰ বৃহৎ সন্মিলনত ইতিমধ্যে সমবেত হৈছে দেশৰ বৃহৎ উদ্যোগপতি সকল ৷ আজি প্ৰথম দিনৰ মুল কাৰ্যসূচী উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় এছ জয়শংকৰ, জ্যোতিৰাদিত্য সিন্ধিয়া,সৰ্বানন্দ সোনোৱাল সহ প্ৰখ্যাত উদ্যোগপতিসকল। সন্মিলনৰ মুলসভাখনত এজন এজনকৈ উদ্যোগপতিয়ে নিজৰ মন্তব্য আগবঢ়াই উল্লেখ কৰে যে অসম উদ্যোগীকৰণৰ অন্যতম প্ৰাণ কেন্দ্ৰ হৈ উঠাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

khana 3প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণত দেশ-বিদেশৰ উদ্যোগপতি-প্ৰতিনিধিসকলক উদ্দেশ্যি কয়, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত ২০১৮ত প্ৰথমে আমি এডভাণ্টেজ আছাম ছামিট আৰম্ভ কৰিছিলো। তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত নুমলীগড় ৰিফাইনেৰীলৈ ২৬০০০ কোটি টকাৰ সাহায্যৰে ইয়াৰ পৰিসৰ ৯ মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণ কৰা হয়। পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ১৬০০ কিঃমিঃ ক্ৰুড পাইপলাইন বহুওৱা হয়।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

Gautam Adani Guwahati Visit:গুৱাহাটীত উপস্থিত গৌতম আদানী

তিৰুমালা মন্দিৰত আধুনিক ৰান্ধনীগৃহ নিৰ্মাণ কৰিব মুকেশ আম্বানীয়ে

khana 2মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,২০১৩-১৪ত আমাৰ জিডিপি ২৯ বিলিয়ন ডলাৰ আছিল। ২০২৩ত আমাৰ ৰাজ্যৰ জিডিপি ৬৮.৭ বিলিয়ন ডলাৰ হয়। ২০৩০ ভিতৰত ১৪৩ বিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ম। আমাৰ ৰাজ্যত টাটাই ছেমিকণ্ডাক্টৰ আৰম্ভ কৰিছে, পেপছি, কেম্পা কোলাৰ দৰে ব্ৰেণ্ড আহিছে। হিন্দুস্তান ইউনিলিভাৰৰ দৰে মাল্টিনেচনেল কোম্পানীয়ে উদ্যোগৰ কাম আৰম্ভ কৰিছে।’’এডভাণ্টেজ আছাম ২.০ত ভাৰতৰ উদ্যোগপতি সকলক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰীয়ে কয়, আহক উত্তৰ-পূব ভাৰতৰ বিকাশৰ সপোনত অন্তৰ্ভুক্ত হওক। উত্তৰ-পূবৰ বিকাশত আপোনালোকেও অংশগ্ৰহণ কৰক। দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখত আপোনালোকে কৰক বিনিয়োগ ৷

joint fotoসন্মিলনৰ উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ‘এডভাণ্টেজ আছাম একৰ সময়ত ৩ লাখ কোটি টকাৰ অৰ্থনীতি আছিল৷ কিন্ত বৰ্তমান ৬ লাখ কোটি টকা হ’লগৈ অসমৰ অৰ্থনীতি৷‘২০১৪ৰ পাছত সকলো দিশতে আগুৱাই গৈছে অসম৷ অসমৰ শান্তিৰ বাবেও কেন্দ্ৰই অধিক গুৰুত্ব প্ৰদান কৰিছে৷ উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে কেন্দ্রই’ ভাৰতৰে অৰ্থনৈতিক সম্পৰ্ক কৰিবলৈ আগুৱাই আহিছে উন্নয়নশীল দেশসমূহ ৷ ভাৰতৰ লগে লগে আগবাঢ়ি গৈছে অসমো ৷

nararajanদেশৰ প্ৰতিষ্ঠিত উদ্যোগপতি তথা আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানীয়ে অসমৰ অতুলনীয় সৌন্দর্যক প্রশংসা কৰি ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব বুলি সদৰি কৰে ৷ উল্লিখিত ধন আদানী গ্ৰুপে বিনিয়োগ কৰিব বিমান বন্দৰ, পথ, গেছ, চিমেণ্টত প্ৰকল্পত ৷

আনহাতে ৰিলায়েন্সৰ প্ৰধান মুকেশ আম্বানিয়ে তেওঁৰ ভাষণত কয়,অসম চৰকাৰে এডভাণ্টেজ অসম দৰে যি সন্মিলন অনুষ্ঠিত কৰিছে সি সময়োচিত পদক্ষেপ ৷ ২০১৮ৰ পৰা বৰ্তমানলৈকে ৰিলায়েঞ্চে অসমত ইতিমধ্যেই বিনোয়োগ কৰিছে ১২ হাজাৰ কোটি টকা ৷ আগন্তুক ৫ বছৰত ৰাজ্য খনত বিভিন্ন খণ্ডত ৰিলায়েন্সে ৫০ হেজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি আশ্বাস দিয়ে আম্বানিয়ে ৷

adaniসন্মিলনত উপস্থিত থকা টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে কয় টাটা গ্ৰুপে ৰাজ্য খনৰ উদ্যোগীকৰণত বিশেষ মাত্ৰা প্ৰদান কৰি ইতিমধ্যে জাগীৰোডৰ চেমিকণ্ডাক্টৰত টাটাই বিনিময় কৰিছে ৪৪ হেজাৰ কোটি টকা । একেদৰে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ ৩০,০০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰো হৈছে ৷ ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ ৷ একেদৰে টাটা পাৱাৰে অসমত দিব ৩ লাখ’প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’৷ আগন্তক অহা ৬-৭বছৰত প্ৰতিবছৰে ১ গিগাৱাট নবীকৰণ উৎপাদনৰ লক্ষ্য টাটা পাৱাৰৰ ।

mukeshআনহাতে অসমৰ দুই প্ৰতিষ্ঠিত উদ্যোগপতি অনুপম ডেকা আৰু অভিজিৎ বৰুৱাই সভাখনত উপস্থিত থাকে৷ এই সন্দৰ্ভত প্ৰিমিয়াৰ ক্ৰায়’জেনিকৰ পৰিচালন সঞ্চালক অভিজিৎ বৰুৱাৰ ভাষণত কয় অসমৰ যুৱক এসময়ত আছিল চাকৰিমুখী কিন্ত বৰ্তমান আজিৰ অসমীয়াই চাকৰি সৃষ্টি কৰিব ধৰিছে ৷ আমেৰিকাত শিক্ষা গ্ৰহণ কৰি তাতে ভাল চাকৰি কৰিব পাৰিলোহেতেন ৷ কিন্তু দেশৰ হৈ কাম কৰিবলৈ উভতি আহিছো ৷  এই অঞ্চলটোত উদ্যোগীকৰণৰ বহু সম্ভাৱনা আছে ৷ চাকৰিলৈ বাট নেচায় বহু যুৱকে ন ন উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰতি আগ্ৰহী ৷

উদ্বোধনী অনুষ্ঠানত এছ আৰ ডিৰ মুৰব্বী অনুপম ডেকাই তেওঁৰ ভাষণত কয় এসময়ত পানীৰ ব্যৱসায়ৰে আৰম্ভ কৰি বৰ্তমান উত্তৰ- পূৰ্বৰ আগশাৰীৰ ৰিপ’জলৈকে দীঘলীয়া যাত্ৰাৰ বৰ্ণন কৰে ৷ বৰ্তমান তেওঁৰ গ্ৰুপে ১৭ টা কাৰখানা গঢ়ি তুলিছে । য’ত সংস্থাপিত হৈছে ৪,০০০ৰো অধিক কৰ্মচাৰী ৷ উদ্যোগৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিবৰ বাবে ৰাজ্য খনত কেতবোৰ ইতিবাচক দিশ আছিল ৷ সাম্প্ৰতিক সময়ত অসম উদ্যোগীকৰণৰ দিশে আগবাঢ়িছে ৷

jindalউল্লেখ্য যে ইতিমধ্যে কে’বাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হয় এডভান্টেজ আছাম ২.০ত ৷ সেই অনুসৰি ESSAR গ্ৰুপৰ সৈতে ২,১০০ কোটি টকাৰ স্বাক্ষৰ হোৱাৰ বিপৰীতে ৰিনিৱেবল এনার্জী প্রজেক্টৰ বাবে সম্পাদিত হয় স্বাক্ষৰ । অইল ইণ্ডিয়া লিমিটেডৰে ২৩,৩০০ কোটি টকা,এন আৰ এলৰে ১০,৭১১ হাজাৰ কোটি ,ইন্দ্ৰধনুস গেছ গ্ৰীডৰ সৈতে ১,২০০ কোটি টকা,ডিএমই প্লাণ্টৰ বাবে বায়’ ফ্ৰেণ্ডছৰ সৈতে ২৬০ কোটিৰ হয় চুক্তি ৷ডিএমইৰ এটা প্লান্ট হ’ব নামৰূপত ৷ ৱেল স্পুন গ্ৰুপৰ সৈতে ৩৫০ কোটি টকাৰ চুক্তি ৷ শক্তিখণ্ডৰ উন্নয়নৰ বাবে গ্রীনক’ এনার্জীৰে ৫,৮৫০ কোটি টকাৰ বুজাবুজি চুক্তিৰ উপৰিও এইছডিএফচি বেংকৰ দ্বাৰা অসমত স্থাপন হ’ব ডিজিটেল ফেক্টৰী ৷

pm modiআনহাতে,মাল্টি স্পেচিয়েলিটী চিকিৎসালয় স্থাপনৰ বাবে লীলাৱতী ফাউণ্ডেচনৰে চুক্তি অসম চৰকাৰৰ ৷ নাৰ্ছিং টেলেন্ট স্কীলৰ বাবে মিনিস্ত্রী অব ট্রেড এণ্ড ইন্ডাষ্ট্ৰীৰে চুক্তি অসম চৰকাৰৰ ৷ ইফালে অসমত স্থাপন হ’ব জাপানী ভাষাৰ এটা চেণ্টাৰ ৷ এই সম্পৰ্কীয় এক চুক্তি স্বাক্ষৰিত জাপানৰ সৈতে ৷ এই চুক্তিৰ ফলত জাপানত মুকলি হ’ব অসমৰ যুৱক-যুৱতীৰ সংস্থাপনৰ বাট ৷ প্ৰতিষ্ঠিত মেইক’ কেৰিয়াৰ পাৰ্টনাৰৰ সৈতেও হয় চুক্তি ৷ একেদৰে জেএছডব্লিঅ সৈতেও হয় ৭ হাজাৰ কোটি টকাৰ চুক্তি আৰু পঞ্চ তাৰকা হোটেলৰ বাবে জেবি মেৰিয়টৰ সৈতে চুক্তি স্বাক্ষৰিত হয় অসম চৰকাৰৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Advantage Assam2.0Gautam AdaniKhanapara Agriculture Director OffficeMUKESH AMBANIN. Chnadrasekharan
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d