Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Advantage Assam 2.0: প্ৰধানমন্ত্ৰীৰ দ্বাৰা খানাপাৰাত এডভান্টেজ আছাম 2 ৰ বৃহৎ সন্মিলন মুকলি

সন্মিলনত উপস্থিত গৌতম আদানী,মুকেশ আম্বানি,টাটাৰ আৰু জিন্দাল গ্ৰুপৰ মুৰব্বী

publisher by publisher
February 25, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Advantage Assam 2.0: প্ৰধানমন্ত্ৰীৰ দ্বাৰা খানাপাৰাত এডভান্টেজ আছাম 2 ৰ বৃহৎ সন্মিলন মুকলি
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি গৌতম আদানী

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

Advantage Assam 2.0:

মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত দুদিনীয়াকৈ আজিৰে পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম 2 ৰ বৃহৎ সন্মিলনত ইতিমধ্যে সমবেত হৈছে দেশৰ বৃহৎ উদ্যোগপতি সকল ৷ আজি প্ৰথম দিনৰ মুল কাৰ্যসূচী উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় এছ জয়শংকৰ, জ্যোতিৰাদিত্য সিন্ধিয়া,সৰ্বানন্দ সোনোৱাল সহ প্ৰখ্যাত উদ্যোগপতিসকল। সন্মিলনৰ মুলসভাখনত এজন এজনকৈ উদ্যোগপতিয়ে নিজৰ মন্তব্য আগবঢ়াই উল্লেখ কৰে যে অসম উদ্যোগীকৰণৰ অন্যতম প্ৰাণ কেন্দ্ৰ হৈ উঠাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আদৰণি ভাষণত দেশ-বিদেশৰ উদ্যোগপতি-প্ৰতিনিধিসকলক উদ্দেশ্যি কয়, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত ২০১৮ত প্ৰথমে আমি এডভাণ্টেজ আছাম ছামিট আৰম্ভ কৰিছিলো। তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত নুমলীগড় ৰিফাইনেৰীলৈ ২৬০০০ কোটি টকাৰ সাহায্যৰে ইয়াৰ পৰিসৰ ৯ মিলিয়ন মেট্ৰিক টনলৈ সম্প্ৰসাৰণ কৰা হয়। পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ১৬০০ কিঃমিঃ ক্ৰুড পাইপলাইন বহুওৱা হয়।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,২০১৩-১৪ত আমাৰ জিডিপি ২৯ বিলিয়ন ডলাৰ আছিল। ২০২৩ত আমাৰ ৰাজ্যৰ জিডিপি ৬৮.৭ বিলিয়ন ডলাৰ হয়। ২০৩০ ভিতৰত ১৪৩ বিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ম। আমাৰ ৰাজ্যত টাটাই ছেমিকণ্ডাক্টৰ আৰম্ভ কৰিছে, পেপছি, কেম্পা কোলাৰ দৰে ব্ৰেণ্ড আহিছে। হিন্দুস্তান ইউনিলিভাৰৰ দৰে মাল্টিনেচনেল কোম্পানীয়ে উদ্যোগৰ কাম আৰম্ভ কৰিছে।’’এডভাণ্টেজ আছাম ২.০ত ভাৰতৰ উদ্যোগপতি সকলক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰীয়ে কয়, আহক উত্তৰ-পূব ভাৰতৰ বিকাশৰ সপোনত অন্তৰ্ভুক্ত হওক। উত্তৰ-পূবৰ বিকাশত আপোনালোকেও অংশগ্ৰহণ কৰক। দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখত আপোনালোকে কৰক বিনিয়োগ ৷

সন্মিলনৰ উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় ‘এডভাণ্টেজ আছাম একৰ সময়ত ৩ লাখ কোটি টকাৰ অৰ্থনীতি আছিল৷ কিন্ত বৰ্তমান ৬ লাখ কোটি টকা হ’লগৈ অসমৰ অৰ্থনীতি৷‘২০১৪ৰ পাছত সকলো দিশতে আগুৱাই গৈছে অসম৷ অসমৰ শান্তিৰ বাবেও কেন্দ্ৰই অধিক গুৰুত্ব প্ৰদান কৰিছে৷ উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে কেন্দ্রই’ ভাৰতৰে অৰ্থনৈতিক সম্পৰ্ক কৰিবলৈ আগুৱাই আহিছে উন্নয়নশীল দেশসমূহ ৷ ভাৰতৰ লগে লগে আগবাঢ়ি গৈছে অসমো ৷

দেশৰ প্ৰতিষ্ঠিত উদ্যোগপতি তথা আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানীয়ে অসমৰ অতুলনীয় সৌন্দর্যক প্রশংসা কৰি ৫০ হাজাৰ কোটি বিনিয়োগ কৰিব বুলি সদৰি কৰে ৷ উল্লিখিত ধন আদানী গ্ৰুপে বিনিয়োগ কৰিব বিমান বন্দৰ, পথ, গেছ, চিমেণ্টত প্ৰকল্পত ৷

আনহাতে ৰিলায়েন্সৰ প্ৰধান মুকেশ আম্বানিয়ে তেওঁৰ ভাষণত কয়,অসম চৰকাৰে এডভাণ্টেজ অসম দৰে যি সন্মিলন অনুষ্ঠিত কৰিছে সি সময়োচিত পদক্ষেপ ৷ ২০১৮ৰ পৰা বৰ্তমানলৈকে ৰিলায়েঞ্চে অসমত ইতিমধ্যেই বিনোয়োগ কৰিছে ১২ হাজাৰ কোটি টকা ৷ আগন্তুক ৫ বছৰত ৰাজ্য খনত বিভিন্ন খণ্ডত ৰিলায়েন্সে ৫০ হেজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি আশ্বাস দিয়ে আম্বানিয়ে ৷

সন্মিলনত উপস্থিত থকা টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে কয় টাটা গ্ৰুপে ৰাজ্য খনৰ উদ্যোগীকৰণত বিশেষ মাত্ৰা প্ৰদান কৰি ইতিমধ্যে জাগীৰোডৰ চেমিকণ্ডাক্টৰত টাটাই বিনিময় কৰিছে ৪৪ হেজাৰ কোটি টকা । একেদৰে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ ৩০,০০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰো হৈছে ৷ ভূটানৰ পৰা টাটা পাৱাৰে অসমক দিব ৫০০ মেগাৱাট বিদ্যুৎ ৷ একেদৰে টাটা পাৱাৰে অসমত দিব ৩ লাখ’প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ’৷ আগন্তক অহা ৬-৭বছৰত প্ৰতিবছৰে ১ গিগাৱাট নবীকৰণ উৎপাদনৰ লক্ষ্য টাটা পাৱাৰৰ ।

আনহাতে অসমৰ দুই প্ৰতিষ্ঠিত উদ্যোগপতি অনুপম ডেকা আৰু অভিজিৎ বৰুৱাই সভাখনত উপস্থিত থাকে৷ এই সন্দৰ্ভত প্ৰিমিয়াৰ ক্ৰায়’জেনিকৰ পৰিচালন সঞ্চালক অভিজিৎ বৰুৱাৰ ভাষণত কয় অসমৰ যুৱক এসময়ত আছিল চাকৰিমুখী কিন্ত বৰ্তমান আজিৰ অসমীয়াই চাকৰি সৃষ্টি কৰিব ধৰিছে ৷ আমেৰিকাত শিক্ষা গ্ৰহণ কৰি তাতে ভাল চাকৰি কৰিব পাৰিলোহেতেন ৷ কিন্তু দেশৰ হৈ কাম কৰিবলৈ উভতি আহিছো ৷  এই অঞ্চলটোত উদ্যোগীকৰণৰ বহু সম্ভাৱনা আছে ৷ চাকৰিলৈ বাট নেচায় বহু যুৱকে ন ন উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰতি আগ্ৰহী ৷

উদ্বোধনী অনুষ্ঠানত এছ আৰ ডিৰ মুৰব্বী অনুপম ডেকাই তেওঁৰ ভাষণত কয় এসময়ত পানীৰ ব্যৱসায়ৰে আৰম্ভ কৰি বৰ্তমান উত্তৰ- পূৰ্বৰ আগশাৰীৰ ৰিপ’জলৈকে দীঘলীয়া যাত্ৰাৰ বৰ্ণন কৰে ৷ বৰ্তমান তেওঁৰ গ্ৰুপে ১৭ টা কাৰখানা গঢ়ি তুলিছে । য’ত সংস্থাপিত হৈছে ৪,০০০ৰো অধিক কৰ্মচাৰী ৷ উদ্যোগৰ সম্ভাৱনা উজ্জ্বল কৰি তুলিবৰ বাবে ৰাজ্য খনত কেতবোৰ ইতিবাচক দিশ আছিল ৷ সাম্প্ৰতিক সময়ত অসম উদ্যোগীকৰণৰ দিশে আগবাঢ়িছে ৷

উল্লেখ্য যে ইতিমধ্যে কে’বাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হয় এডভান্টেজ আছাম ২.০ত ৷ সেই অনুসৰি ESSAR গ্ৰুপৰ সৈতে ২,১০০ কোটি টকাৰ স্বাক্ষৰ হোৱাৰ বিপৰীতে ৰিনিৱেবল এনার্জী প্রজেক্টৰ বাবে সম্পাদিত হয় স্বাক্ষৰ । অইল ইণ্ডিয়া লিমিটেডৰে ২৩,৩০০ কোটি টকা,এন আৰ এলৰে ১০,৭১১ হাজাৰ কোটি ,ইন্দ্ৰধনুস গেছ গ্ৰীডৰ সৈতে ১,২০০ কোটি টকা,ডিএমই প্লাণ্টৰ বাবে বায়’ ফ্ৰেণ্ডছৰ সৈতে ২৬০ কোটিৰ হয় চুক্তি ৷ডিএমইৰ এটা প্লান্ট হ’ব নামৰূপত ৷ ৱেল স্পুন গ্ৰুপৰ সৈতে ৩৫০ কোটি টকাৰ চুক্তি ৷ শক্তিখণ্ডৰ উন্নয়নৰ বাবে গ্রীনক’ এনার্জীৰে ৫,৮৫০ কোটি টকাৰ বুজাবুজি চুক্তিৰ উপৰিও এইছডিএফচি বেংকৰ দ্বাৰা অসমত স্থাপন হ’ব ডিজিটেল ফেক্টৰী ৷

আনহাতে,মাল্টি স্পেচিয়েলিটী চিকিৎসালয় স্থাপনৰ বাবে লীলাৱতী ফাউণ্ডেচনৰে চুক্তি অসম চৰকাৰৰ ৷ নাৰ্ছিং টেলেন্ট স্কীলৰ বাবে মিনিস্ত্রী অব ট্রেড এণ্ড ইন্ডাষ্ট্ৰীৰে চুক্তি অসম চৰকাৰৰ ৷ ইফালে অসমত স্থাপন হ’ব জাপানী ভাষাৰ এটা চেণ্টাৰ ৷ এই সম্পৰ্কীয় এক চুক্তি স্বাক্ষৰিত জাপানৰ সৈতে ৷ এই চুক্তিৰ ফলত জাপানত মুকলি হ’ব অসমৰ যুৱক-যুৱতীৰ সংস্থাপনৰ বাট ৷ প্ৰতিষ্ঠিত মেইক’ কেৰিয়াৰ পাৰ্টনাৰৰ সৈতেও হয় চুক্তি ৷ একেদৰে জেএছডব্লিঅ সৈতেও হয় ৭ হাজাৰ কোটি টকাৰ চুক্তি আৰু পঞ্চ তাৰকা হোটেলৰ বাবে জেবি মেৰিয়টৰ সৈতে চুক্তি স্বাক্ষৰিত হয় অসম চৰকাৰৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Advantage Assam2.0Gautam AdaniKhanapara Agriculture Director OffficeMUKESH AMBANIN. Chnadrasekharan
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d