Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Trump-Zelenskyy Row:ইউক্ৰেইনক আত্মসমৰ্পণ কৰিবলৈ হেঁচা ট্রাম্পৰ ’!

সামৰিক সাহায্য বন্ধ হোৱাত ক্ষোভ কিয়েভত

publisher by publisher
March 4, 2025
in International
Reading Time: 2 mins read
0
Trump-Zelenskyy Row:ইউক্ৰেইনক আত্মসমৰ্পণ কৰিবলৈ হেঁচা ট্রাম্পৰ ’!
1
SHARES
9
VIEWS
ShareShareShareShare

Trump-Zelenskyy Row:

আমেৰিকাই বিচাৰে ৰাছিয়াৰ দাবীৰ ওচৰত আত্মসমৰ্পণ কৰক ইউক্ৰেইনে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনলৈ সামৰিক সাহায্য বন্ধ কৰাৰ পাছত এই অনুমান ইউক্ৰেইনৰ সংসদৰ বৈদেশিক পৰিক্ৰমা সমিতিৰ মুৰব্বী অলেক্সেণ্ডাৰ মেৰেজকৰ। সংবাদ সংস্থা ৰয়টাৰ্ছক তেওঁ কয় ,” বিষয়টো দেখি বৰ দুখ লাগিছে। দেখাত অনুমান হৈছে হে তেওঁ (ট্ৰাম্পে) আমাক আত্মসমৰ্পণৰ দিশে ঠেলি দিছে। আমি যাতে ৰাছিয়াৰ দাবী মানি লওঁ তাৰে চেষ্টা চলিছে। ”

ADVERTISEMENT

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ স’তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ ৰাজহুৱা ভাষণৰ পাছত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক সম্পৰ্কে আলোচনা আৰম্ভ হয়। তথ্য অনুসৰি ,এই পৰিস্থিতিত মঙলবাৰে পুৱাই (ভাৰতৰ সময় অনুসৰি) ৱাশ্বিংটনে কিয়েভক সামৰিক সাহায্য প্ৰদান কৰা বন্ধ কৰি দিছে।

RelatedPosts

পুতিনৰ স’তে আমেৰিকাৰ দূত–কুশনাৰৰ বৈঠক!

ইউক্রেনত পুনৰ ৰাছিয়াৰ আক্ৰমণ!

ৰুছ তেল ক্ৰয়ত কঠোৰ আমেৰিকা! ৫০০ শতাংশ শুল্কৰ বিলত অনুমোদন ট্ৰাম্পৰ

নাম প্ৰকাশ নকৰাৰ চৰ্তত হোৱাইট হাউচৰ এজন বিষয়াই এএফপিক জনাইছে যে , “ৰাষ্ট্ৰপতিয়ে শান্তি পুনৰুদ্ধাৰ কৰিবলৈ সংকল্পবদ্ধ । আমি বিচাৰো আমাৰ বন্ধুসকলেও সেই একেটা লক্ষ্যতে স্থিৰ থাকক। সেয়েহে আমি সাহায্য (ইউক্ৰেইনলৈ সামৰিক সাহায্য) সাময়িকভাৱে স্থগিত ৰাখিছো আৰু সমাধান বিচাৰি ইয়াৰ পৰ্যালোচনা কৰিছো।’

যদিও ইয়াৰ কাৰণ হোৱাইট হাউছৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই, তথাপিও সেই বিষয়াজনৰ কথাৰ পৰা আমেৰিকাৰ উদ্দেশ্যৰ আভাস পোৱা গৈছে। হোয়াইট হাউছৰ চৰকাৰী সূত্ৰৰ মতে, সংবাদ সংস্থা এ পিয়ে কয় যে আমেৰিকাই বিচাৰে যে ইউক্ৰেইনে ৰাছিয়াৰ স’তে যুদ্ধবিৰতি চুক্তিৰ আলোচনাত সন্মত হওক।

দৰাচলতে, ট্ৰাম্প আৰু ভেন্সে জেলেনস্কিক হোৱাইট হাউচৰ বৈঠকত মীমাংসা কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু জেলেনস্কিয়ে ইয়াক গ্ৰহণ কৰিব নোৱাৰিলে।পাছত  যুটীয়া বিবৃতিৰ সময়ত, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিস্থিতিও উত্থাপিত হয় উত্তপ্ত বাক বিনিময়ৰ সময়ত, জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিষয়ে কয়, ‘মই বহু চুক্তি দেখিছো। কিন্তু তাৰ পাছতো তেওঁ বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰিছিল। আমাৰ দেশৰ মানুহক হত্যা কৰিলে। উভতাই দিয়া নহ’ল কয়দীসকলক। কোনো চৰ্ত মানি লোৱা নহ’ল।”

বিতৰ্কৰ মাজতে ট্ৰাম্পে তেওঁক ক’লে, “আপুনি লাখ লাখ মানুহৰ জীৱনৰ স’তে খেলা কৰি আছে। আমেৰিকাক অপমান কৰা।জেলেনস্কিক সকীয়াই দি ট্ৰাম্পে কয়,আপুনি এই যুদ্ধত জয়ী হ’ব নোৱাৰে। আমাৰ সহায়ত আপুনি ইয়াৰ পৰা ওলাই আহিব পাৰিব। আমাৰ অস্ত্ৰ অবিহনে এই যুদ্ধ দুসপ্তাহলৈকে চলি নাথাকিলহেঁতেন।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Donald Tramp AdministrationMilitary Aid StoppedTrump-Zelenskyy RowUkraine
publisher

publisher

Related Posts

সর্বকনিষ্ঠ সাঁতোৰবিদৰূপে সাঁতুৰি অতিক্ৰম কৰিলে পাল্ক প্রণালী
News

May 3, 2026
Myanmar’s former leader Aung San Suu Kyi moved to house arrest:কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি আকাশৰ তললৈ ম্যানমাৰৰ প্ৰাক্তন নেত্রী আংছান চ্যু কী

May 2, 2026
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d