Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Myanmar’s former leader Aung San Suu Kyi moved to house arrest:কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি আকাশৰ তললৈ ম্যানমাৰৰ প্ৰাক্তন নেত্রী আংছান চ্যু কী

ঘৰতে গৃহবন্দী হৈ থাকিব আংছান চ্যু কী, ম্যানমাৰ চৰকাৰৰ পদক্ষেপক আদৰণি ৰাষ্ট্ৰসংঘৰ

publisher by publisher
May 2, 2026
in International, News
Reading Time: 1 min read
0
Myanmar’s former leader Aung San Suu Kyi moved to house arrest:কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি আকাশৰ তললৈ ম্যানমাৰৰ প্ৰাক্তন নেত্রী আংছান চ্যু কী
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Myanmar’s former leader Aung San Suu Kyi moved to house arrest:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বৌদ্ধ পূৰ্ণিমাৰ পবিত্ৰ দিনটোতে সুদীৰ্ঘ পাঁচবছৰ পিছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল ম্যানমাৰৰ প্ৰাক্তন নেত্ৰী তথা শান্তিৰ নোবেল বঁটা বিজয়ী আং ছান চ্যু কী ৷ অৱশ্যে কাৰাগাৰৰ পৰা মুকলি হলেও দেশখনৰ সামৰিক শাসক জুন্টা চৰকাৰে আংছান চ্যু কীক জেলৰ পৰা তেওঁৰ বাসগৃহলৈ স্থানান্তৰ কৰি একপ্ৰকাৰ গৃহবন্দী কৰি ৰাখিব

ADVERTISEMENT

উল্লেখ্য যে সামৰিক নেতা মিন আং হ্লাইং ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে সামৰিক শাসিত দেশখনক গণতন্ত্ৰৰ আভাস দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা বুলি ধাৰণা কৰা হৈছে। ম্যানমাৰৰ তথ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে জনোৱা মতে, ৰাষ্ট্ৰপতি গৰাকীয়ে নাই পিয় টাউ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা দেশ খনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আংছান চ্যু কীক বাকী থকা শাস্তি গৃহবন্দীলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পূৰ্বে ছ্যু কীক ২০২১ত সামৰিক শাসক জুণ্টা চৰকাৰে চ্যু কীৰ নেতৃত্বাধীন গণতান্ত্ৰিক চৰকাৰক উৎখাত কৰি তেওঁক নিক্ষেপ কৰিছিল কাৰাগাৰলৈ ৷

স্মতৰ্ৱ্য যে বিগতবৰ্ষৰ ডিচেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পিছত এই সংসদত অভ্যুত্থানৰ নেতৃত্ব দিয়া আৰু তেতিয়ালৈকে জন্টা দলৰ মুৰব্বী হিচাপে কৰ্মৰত জ্যেষ্ঠ জেনেৰেল মিন আং হ্লাইঙক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হয়। ৰাষ্ট্ৰপতি হোৱাৰ পিছত হ্লাইঙে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ আশাৰে কেতবোৰ আশাব্যঞ্জক কাম কৰাৰ প্ৰয়াস কৰে ৷ শেহতীয়াকৈ ম্যানমাৰক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰ প্ৰয়োজন হৈ পৰিছে৷ যাৰফলস্বৰূপে ৰাষ্ট্ৰপতি মিন আং হ্লাইঙ ম্যানমাৰৰ গণতান্ত্রিক নেত্রী আং চান চ্যু কীক মুকলি কৰি আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমৰ্থন আদায়ৰ চেষ্টা কৰে ৷

উল্লেখ্য যে সামৰিক শাসক জুন্টা চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা দেশখনৰ অৰ্থনীতিৰ পতন ঘটিছে ৷ বিশেষকৈ যোৱা বছৰৰ ভয়াৱহ ভূমিকম্পৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে আৰু দেশখনে একাধিক জাতিগত বিদ্ৰোহৰ সন্মুখীন হৈছে। যোৱা ১৭ এপ্ৰিলত ৪৩০০ৰো অধিক ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়া হৈছিল। যাৰ ভিতৰত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি উইন মাইণ্টক। জুন্টাই এই পদক্ষেপক ম্যানমাৰৰ নৱবৰ্ষ উপলক্ষে লোৱা পদক্ষেপ বুলি অভিহিত কৰে। পূৰ্বৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা নিৰ্বাসিত ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে (এন ইউ জি) কয় যে তেওঁলোকে “সামৰিক একনায়কত্ববাদে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা আমাৰ ৰাষ্ট্ৰপতি ইউ উইন মাইণ্টকে ধৰি কিছুমান ৰাজনৈতিক বন্দীক মুকলি কৰি দিয়াত সন্তুষ্ট”।

আনহাতে ম্যানমাৰৰ তথ্য মন্ত্ৰালয়ে কয় যে ৮০ বছৰীয়াবৰ্ষীয়ান আং চান ছ্যু কীক গৃহবন্দী কৰাৰ সিদ্ধান্তই “ৰাষ্ট্ৰৰ উদাৰতা আৰু সদিচ্ছা”ক প্ৰতিফলিত কৰিছে। ম্যানমাৰৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে ভগৱান বুদ্ধৰ জন্ম, জ্ঞান, নিৰ্বাণৰ স্মৃতিত পবিত্ৰ দিন কাছোন পূৰ্ণিমাৰ সৈতেও এই সিদ্ধান্তৰ মিল আছে। সামৰিক শাসনৰ সময়ত ছ্যু কীৰ বিৰুদ্ধে ৱাকি-টকি ৰখাৰ দৰে সৰু সৰু অভিযোগৰ পৰা আৰম্ভ কৰি দেশদ্ৰোহ আৰু দুৰ্নীতিৰ দৰে অধিক গুৰুতৰ অভিযোগৰ অভিযোগ উত্থাপন হৈছিল আৰু মুঠ ৩৩ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। এই শাস্তি পিছলৈ ২২ বছৰ ৬ মাহলৈ হ্ৰাস কৰা হয়, আৰু এতিয়া আৰু হ্ৰাস কৰা হৈছে যদিও তেওঁ পৰৱৰ্তী সময়ছোৱা গৃহবন্দী হৈ থাকিব।

মনকৰিবলগীয়া যে দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ স্নাতক আং চান চ্যু কী আছিল ১৯৪৮ চনত স্বাধীনতাৰ পূৰ্বে হত্যা কৰা ম্যানমাৰৰ স্বাধীনতা আন্দোলনৰ নেতা আউং ছান ছু কীৰ কন্যা। ১৯৬২ চনৰ অভ্যুত্থানৰ পিছৰে পৰা ম্যানমাৰত বেছিভাগ সময় সামৰিক শাসনৰ অধীনত আছে। এনে ঘটনাক্ৰমৰ মাজতে ১৯৮৮ চনত ম্যানমাৰলৈ উভতি গৈ ছ্যু কীয়ে নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন এল এ ডি)ৰ নেতা হয়। তেতিয়াৰ পৰাই তেওঁক কেইবাবাৰো কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। ব্ৰিটিছ নাগৰিকৰ সৈতে ছ্যু কী বিবাহৰ বাবে সামৰিক বাহিনী মুৰব্বী বা ৰাষ্ট্ৰপতি হ’ব পৰা নাছিল। ইয়াৰ পিছত এন এল ডিয়ে তেওঁৰ ৰাজ্যিক পৰামৰ্শদাতা নিযুক্তি দিয়ে, যাৰ ফলত তেওঁ চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

ইপিনে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে আং চান চ্যু কীক কাৰাগাৰৰ পৰা গৃহবন্দীলৈ স্থানান্তৰিত কৰা পদক্ষেপক আদৰণি জনাইছে। সচিব প্ৰধান গৰাকীৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে কয় যে এই পদক্ষেপ “বিশ্বাসযোগ্য ৰাজনৈতিক প্ৰক্ৰিয়াৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ”। বৃহস্পতিবাৰে ডুজাৰিকে কয় যে আমি আং ছান ছ্যু কীৰ শাস্তি গৃহবন্দীলৈ হ্ৰাস কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰিছো।এয়া এক অৰ্থপূৰ্ণ পদক্ষেপ। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি সচিব প্ৰধান আৰু ম্যানমাৰৰ বিশেষ দূত জুলি বিচপে কেইবামাহো ধৰি সকলো ৰাজনৈতিক বন্দীক শীঘ্ৰে মুক্তিৰ আহ্বান জনাই আহিছে। ডুজাৰিক কয় যে, “একমাত্ৰ কাৰ্য্যকৰী ৰাজনৈতিক সমাধান হিংসাৰ তাৎক্ষণিক বন্ধ আৰু সৰ্বাংগীন আলোচনাৰ প্ৰতি প্ৰকৃত প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: former leader Aung San Suu Kyi movedhouse arrestMyanmar Govt.
publisher

publisher

Related Posts

উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা
India

উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

October 22, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d