Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰাজধানীত ১১,০০০ কোটিৰ প্ৰকল্প উদ্বোধন মোডীৰ !

publisher by publisher
August 17, 2025
in India, News
Reading Time: 1 min read
0
ৰাজধানীত ১১,০০০ কোটিৰ প্ৰকল্প উদ্বোধন মোডীৰ !
1
SHARES
7
VIEWS
ShareShareShareShare

Narendra Modi:✒️ৰাজধানীত বৃহৎ যান-জঁটৰ সমস্যা। দিল্লী আৰু এনচিআৰ অঞ্চলত যান-জঁট হ্ৰাস কৰাৰ লগতে যাতায়তৰ সময় ৰাহিৰ বাবে বৃহৎ আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ কৰে নৰেন্দ্ৰ মোদীয়ে।

ADVERTISEMENT

দেওবাৰে উদ্বোধন হ’ল আৰ্বান এক্সটেনছন ৰোড-২ আৰু দ্বাৰকা এক্সপ্ৰেছৱে উদ্বোধন। এই প্ৰকল্প দুটাৰ মুঠ ব্যয় প্ৰায় ১১ হেজাৰ কোটি টকা।

RelatedPosts

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে যে, মোডীৰ লক্ষ্য হৈছে বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলা যিয়ে জীৱন সহজ আৰু যোগাযোগ মসৃণ কৰে।

ৰোহিনীত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াৰ সিং ছাইনী আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী উপস্থিত থাকে।

৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনযুক্ত এক্সপ্ৰেছৱে আৰ্বান এক্সটেনচন ৰোড-২ । ।

৫,৫৮০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই অংশই বাহাদুৰগড় আৰু শোনিপাটৰ স’তে নতুন সংযোগৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত দিল্লীৰ ভিতৰৰ বিভিন্ন চ’ক পইণ্টত যানজঁট হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনাই যে, এই নতুন সংযোগে এনচিআৰ আৰু উদ্যোগিক এলেকাৰ মাজত দ্ৰুত সংযোগ বৃদ্ধি কৰিব, যাৰ ফলত মহানগৰীৰ ওপৰত চাপ হ্ৰাস হ’ব।

বিষয়াসকলে জনোৱা মতে, নতুন পথ ব্যৱস্থাৰ জৰিয়তে বিমানবন্দৰৰ পৰা দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিল্লীৰ বিভিন্ন অঞ্চললৈ যাতায়তৰ সময় কমেও ৪০ৰ পৰা ৬০ শতাংশ হ্ৰাস পাব। ইয়াৰ ওপৰিও দেওবাৰে উদ্বোধন হৈছে দ্বাৰকা এক্সপ্রেছয়ৰ ১০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লীৰ অংশ।

যিটো ৫৩৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই পথটোৱে যশোভাভান কনভেনচন চেণ্টাৰ, দিল্লী মেট্ৰ’ৰ নীলা আৰু কমলা লাইন, আগন্তুক বিজৱাসন ৰে’ল ষ্টেচন আৰু দ্বাৰকা ক্লাষ্টাৰ বাছ ডিপোৰ স’তে সংযোগ বৃদ্ধি কৰিব। এই অংশত দুটা খণ্ড আছে।

এটা ৫.৯ কিলোমিটাৰ আৰু আনটো ৪.২ কিলোমিটাৰ। ইয়াৰ ফলত দ্বাৰকা এক্সপ্ৰেছৱে আৰু আৰ্বান এক্সটেনচন ৰোড ২ৰ মাজত পোনপটীয়া সংযোগৰ সৃষ্টি হ’ব।যোৱা বছৰৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰীয়ে ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অংশ উদ্বোধন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra Modi
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d