Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ১৮ টা প্ৰশ্ন — উত্তৰ কেতিয়া পাম?

publisher by publisher
March 13, 2026
in News, Assam
Reading Time: 2 mins read
0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদৰ ১৮ টা প্ৰশ্ন — উত্তৰ কেতিয়া পাম?
2
SHARES
24
VIEWS
ShareShareShareShare

Narendra Modi:✒️প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ভ্ৰমণ প্ৰাক্ কালত অসম জাতীয় পৰিষদে অসমৰ জনগণৰ হৈ পুনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তো আমি কিছুমান প্ৰশ্ন উত্থাপন কৰিছিলোঁ। কিন্তু আজিলৈকে এইবোৰৰ কোনো সন্তোষজনক উত্তৰ বা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰি ‘এ ফৰ এপল নহয়, এ ফৰ আছাম’ বুলি কৈছিল — কিন্তু বাস্তৱত বিজেপি চৰকাৰে অসমবাসীৰ প্ৰতিটো দাবীৰ ক্ষেত্ৰত ‘ইউ টাৰ্ণ’ লৈ আহিছে।

ADVERTISEMENT

অসম জাতীয় পৰিষদে এই প্ৰশ্নসমূহ পুনৰ উত্থাপন কৰি প্ৰধানমন্ত্ৰীক স্পষ্ট উত্তৰ দিবলৈ আহ্বান জনাইছে। অসমবাসীৰ ভোট লৈ প্ৰতিশ্ৰুতি পূৰণ নকৰাটো প্ৰতাৰণামূলক কাৰ্য।

RelatedPosts

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

১) বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কেতিয়া হ’ব? বিদেশীয়ে টালি-টোপোলা বান্ধি কেতিয়া দেশ এৰিব?

– ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল — সকলো অবৈধ বিদেশীয়ে ১৬ মে’ৰ পিছত ভাৰত এৰিব লাগিব।

– কিন্তু বিজেপি চৰকাৰে বিদেশী বহিষ্কৰণৰ কোনো পদক্ষেপ লোৱা নাই। আজিও একে প্ৰশ্ন — কেতিয়া হ’ব?

২) ন্যায়াধীশ (অৱঃ) বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন কি পৰ্যায়ত আছে?

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় বিপ্লৱ শৰ্মা কমিটিয়ে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহতে প্ৰতিবেদন প্ৰস্তুত কৰিছিল।

– কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ নকৰিলে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গেও চহীও নকৰিলে। প্ৰতিবেদনখন আজি কি পৰ্যায়ত আছে? অসম বিধান সভাত তত্য প্ৰকাশ পাইছে যে ৰাজ্য চৰকাৰে প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণেই কৰা নাই।

– ২০১৯ চনত ৰাজ্যসভাত গৃহমন্ত্ৰীয়ে ‘দাৰি-কমা নকটাকৈ’ উক্ত প্ৰতিবেদন কাৰ্যকৰী কৰিম বুলি ঘোষণা কৰিছিল। আমাৰ প্ৰশ্ন, সেই প্ৰতিশ্ৰুতি কেতিয়া পালন হ’ব?

৩) থলুৱাসকলৰ সাংবিধানিক ৰক্ষাকৱচ কেতিয়া নিশ্চিত হ’ব?

– বিপ্লৱ শৰ্মা কমিটিয়ে ‘অসমীয়া মানুহ’ৰ বাবে সংসদ, বিধানসভা আৰু স্থানীয় নিকায়ত ৮০% আসন সংৰক্ষণৰ পৰামৰ্শ দিছে।

– কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় চৰকাৰী চাকৰিত ৮০-১০০%, গ্ৰুপ চি চাকৰিত ৮০%, ব্যক্তিগত খণ্ডত ৭০% সংৰক্ষণৰ দাবী সাৰ্বজনীন।

– অসমত ইনাৰ লাইন পাৰমিট ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ।

 উক্ত দাবীসমূহ কেতিয়া পূৰণ কৰিব?

৪) ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰিব?

– ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি বিজেপি দলে প্ৰায় দুটা দশক ধৰি দি আহিছে।

– কিন্তু বিজেপিৰ চৰকাৰে এই দিশত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই। উক্ত জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ ঘোষণা কেতিয়া হ’ব?

৫) অসমৰ অবৈধ কয়লা খনন আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে কেতিয়া আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব?

– গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ জনস্বাৰ্থ গোচৰ ৰুজু কৰিবলগীয়া হৈছে। প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ পৰা উমৰাংছ’ৰ শ্ৰমিক মৃত্যুলৈকে ভয়ানক চিত্ৰ উন্মোচিত।

– অসম জাতীয় পৰিষদে তথ্য-প্ৰমাণসহ প্ৰধানমন্ত্ৰীলৈ দুবাৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল। দিছপুৰৰ আশীৰ্বাদপুষ্ট বিজেপি নেতাৰ জড়িত থকাটো প্ৰমাণ হৈছে।

– তথাপিও কোনো ব্যৱস্থা কিয় লোৱা হোৱা নাই?

৬) বিজেপিৰ দুৰ্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি কেতিয়া পালন হ’ব?

– বাট-পথ, ফ্লাই অভাৰ, হাইৱে নিৰ্মাণত ব্যাপক অনিয়ম আৰু অতিৰিক্ত পুঁজি ধাৰ্য কৰি ৰাজকোষৰ অসৎ ব্যৱহাৰ চলি আহিছে।

– CBI, ED, আয়কৰ বিভাগ আদি কেন্দ্ৰীয় সংস্থাসমূহৰ চকুত এই অনিয়মসমূহ কিয় পৰা নাই? ৰাজ্য চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পথত।

– দুৰ্নীতি-অনিয়মবোৰৰ কেন্দ্ৰীয় চৰকাৰে কেতিয়া তদন্ত কৰিব?

৭) অসম ৰাজ্যৰ ওপৰত ২৭খন টোল গেট জাপি দিলে কিয়? টোল কৰ লোৱা স্বত্বেও ঘাইপথৰ অৱস্থা শোচনীয় কিয়?

– ২০১৪ চনৰ পূৰ্বে অসমত এখনো টোলগেট নাছিল। এতিয়া অসমত মুঠ ২৭খন টোলগেট স্থাপনৰ প্ৰস্তুতি চলি আছে।

– ঘাইপথ নিৰ্মাণৰ কাম শেষ নোহোৱাকৈ বা শোচনীয় অৱস্থাতে উচ্চ হাৰত টোল কৰ কিয় লোৱা হৈছে.। ইয়াৰ যুক্তিসংগত উত্তৰ প্ৰধানমন্ত্ৰীয়ে দিব লাগিব।

৮) নামনি সোৱণশিৰি প্ৰকল্প সন্দৰ্ভত বিজেপি চৰকাৰে ওলোটা খৰ মাৰিলে কিয়?

– ২০১০ চনত গেৰুকামুখত ৰাজনাথ সিঙে এই প্ৰকল্প বন্ধ কৰিম বুলি ঘোষণা কৰিছিল। স্বয়ং প্ৰধানমন্ত্ৰীয়ে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল।

– ২০২৩ত ভূমিস্খলনৰ ফলত নামনি অঞ্চলত ব্যাপক ক্ষতি হোৱাৰ পিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনমতৰ বিপৰীতে ইয়াক সমৰ্থন কৰি আহিছে। গেৰুকামুখ প্ৰকল্পত উৎপাদন আৰম্ভ হৈছে। নামনিৰ গাঁওসমূহত ধ্বংসলীলা চলিল।

তাৰ পিছতো চৰকাৰে গেৰুকামুখ প্ৰকল্পটো বন্ধ কৰা নাই। কাৰ স্বাৰ্থত?

৯) ১৫ লাখ টকা বেংক একাউণ্টত কেতিয়া সোমাব?

– ২০১৪ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

– সেই বাবে ৪৭.৮ কোটি জনধন একাউণ্ট খোলা হৈছিল।

প্ৰতিশ্ৰুতি অনুসৰি ধন কেতিয়া পাব ৰাইজে?

১০) খাদ্য-দ্ৰব্য, ৰন্ধন গেছ, পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্য কেন্দ্ৰীয় নিয়ন্ত্ৰণ হ’ব? ‘আচ্ছে দিন’ কেতিয়া আহিব?

– বিজেপিয়ে ‘আচ্ছে দিন’ৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ কৰি তুলিছে।

– ৰন্ধন গেছৰ মূল্য গগণচুম্বী হৈ পৰিছে। পেট্ৰল-ডিজেলৰ মূল্যও নিয়ন্ত্ৰণহীন। শেহতীয়াকৈ যুদ্ধৰ বাবে ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাইছে।

কেন্দ্ৰীয় চৰকাৰে কেতিয়া ব্যৱস্থা ল’ব?

১১) অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কেতিয়া হ’ব?

– ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰীত খানাপাৰা খেলপথাৰত বিজেপিৰ ‘মহা জাগৰণ ৰেলী’ত প্ৰধানমন্ত্ৰীয়ে বান সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল।

– ১২ বছৰ পিছতো বান প্ৰতিৰোধৰ কোনো স্থায়ী ব্যৱস্থা পৰিলক্ষিত হোৱা নাই। প্ৰতিটো বানে লক্ষাধিক মানুহৰ জীৱন-জীৱিকা ধ্বংস কৰে।

বান সমস্যাৰ স্থায়ী সমাধান কিয় নহ’ল?

১২) স্মাৰ্ট মিটাৰ কেতিয়া উঠাই লৈ যাব?

– কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে ২০২১ চনত কৈছিল যে কেৱল বাণিজ্যিক প্ৰতিষ্ঠানতহে পৰ্যায়ক্ৰমে স্মাৰ্ট মিটাৰ স্থাপন কৰিব লাগে।

– কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় নিৰ্দেশনাৰ বিপৰীতে ৰাজ্যত প্ৰায় ৩৫লাখতকৈ অধিক স্মাৰ্ট মিটাৰ সাধাৰণ ঘৰত স্থাপন কৰালে।

 কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অসম চৰকাৰে উলংঘা কৰাৰ বাবে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই?

১৩) মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধ্বংসৰ ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰত প্ৰধানমন্ত্ৰী মৌন কিয়?

– ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অথচ অসমত ইতিমধ্যে ৮ সহস্ৰাধিক মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ কৰা হৈছে।

– অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি হস্তক্ষেপৰ অনুৰোধ কৰিছিল। প্ৰধানমন্ত্ৰী নিমাত কিয়?

১৪) কৃষকৰ আয় কেতিয়া দুগুণ হ’ব?

– প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনতে কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, অসমৰ নাম উল্লেখ কৰিছিল।

– অসম চৰকাৰৰ পৰিসংখ্যা তথ্য মতে ৰাজ্যৰ ৮২.৩% কৃষি ভূমিক চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থাই স্পৰ্শ কৰা নাই। অসমত বছৰি গড়ে ১০% চাহ আৰু ধানৰ উৎপাদন হ্ৰাস পাইছে।

– চৰকাৰী বিনামূলীয়া আঁচনিৰ ফলত খেতি কৰিবলৈ কৃষকৰ আগ্ৰহ কমিছে। কৃষকৰ আয় দুগুণ কেতিয়া হ’ব?

১৫) অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কেতিয়া ঘুৰাই দিব?

– দীৰ্ঘদিন ধৰি অসমে কেন্দ্ৰীয় ধ্বজাবাহী আঁচনিত ৯০:১০ হাৰত ধন লাভ কৰি আহিছিল।

– মোদী চৰকাৰে সেই বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিলে। কিয় প্ৰত্যাহাৰ কৰিলে? কেতিয়া উভতাই দিব?

১৬) অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল/ঘনিষ্ঠসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ কেতিয়া তদন্ত হ’ব?

– মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে অবৈধ উপায়েৰে চৰকাৰী মাটি হস্তান্তৰ কৰি বৃহৎ ভূমি কেলেংকাৰীত জড়িত হোৱাৰ তথ্য ৰাজহুৱা হৈছে।

– বিজেপি সংসদীয় দলে ২০১৫ চনত ‘হিমন্ত বিশ্ব শৰ্মাক জেলৈ পঠিয়াম’ বুলি পুস্তিকা প্ৰকাশ কৰিছিল। সেই প্ৰতিশ্ৰুতি কেতিয়া পালন কৰিব?

১৭) চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি আৰু বাগানৰ এলেকা সংকোচনেৰে শ্ৰমিক সমুদায়ৰ জীৱন-জীৱিকাৰ প্ৰতি অনা ভাৱুকিৰ স্থায়ী সমাধান কেতিয়া?

– বিজেপি দলে ২০১৬ চনত ‘ভিজন ডকুমেন্ট’ত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাত গড়ে ২৫০ টকা আৰু বৰাক উপত্যকাত ২২৮ টকাহে মজুৰি দিয়া হৈছে।

– স্বয়ং প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত অসমৰ চাহ শ্ৰমিকে কম পাৰিশ্ৰমিক পাই থকা বুলি স্বীকাৰ কৰিছিল । চাহ বাগানৰ ১০% ভূমি অকৃষিকাৰ্যত ব্যৱহাৰৰ আইনে শ্ৰমিকৰ কৰ্মসংস্থাপন আৰু হ্ৰাস কৰাৰ আশংকা হৈছে।

মজুৰি বৃদ্ধি আৰু কৰ্মসংস্থাপন ৰক্ষা — দুয়োটা পদক্ষেপ একেসময়তে ল’বলৈ কেন্দ্ৰীয় চৰকাৰ কেতিয়া প্ৰস্তুত?

১৮) অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল/ঘনিষ্ঠসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ কেতিয়া তদন্ত হ’ব?

– প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ভাৰতৰত্ন দিয়াটো অসমবাসীৰ দাবী আছিল।

– জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আপুনি অসমলৈ কেইবাবাৰো আহিল। কিন্তু আপুনি এবাৰো জুবিন ক্ষেত্ৰ ভ্ৰমণ নকৰিলে বা আপোনাৰ ভাষণত এবাৰো জুবিন গাৰ্গৰ নাম উল্লেখ নকৰিলে।

জুবিন গাৰ্গৰ প্ৰতি আপোনালোকৰ এনে আচৰণৰ কাৰণ কি? জুবিন গাৰ্গক ভাৰত ৰত্ন কেতিয়া দিব?

অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই ১৮টা প্ৰশ্নৰ সুনিৰ্দিষ্ট, কাৰ্যকৰী আৰু সময়বদ্ধ উত্তৰ দিবলৈ আহ্বান জনাইছে। কেৱল ঘোষণা আৰু প্ৰতিশ্ৰুতিত অসমৰ জনগণে আৰু বিশ্বাস কৰিব নোৱাৰে। অসমবাসীৰ ভোট লৈ শাসনত বহা চৰকাৰে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিয়াটো সাংবিধানিক আৰু নৈতিক দায়িত্ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra Modi
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d