Drugs Seized in Lamding:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ড্ৰাগছৰ বিৰুদ্ধে লামডিং আৰক্ষীয়ে কঠোৰস্থিতি লৈ অহাৰ মাজত জালত পৰে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ বিশেষ খবৰৰ ভিত্তিত লামডিং আৰক্ষীয়ে ব্রিক ফিল্ড কলনীল অৰ্তকিতে অভিযান চলাই অমিত মজুমদাৰ নামৰ সৰবৰাহকাৰীটোক ৭টা ড্ৰাগছভর্তি কণ্টেইনাৰ সহ আটক কৰিবলৈ সক্ষম হয়।
ADVERTISEMENT
উল্লেখ্য যে ,অমিত মজুমদাৰ নামৰ সৰবৰাহকাৰীটো দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহেৰে জড়িত আছিল ৷ যাৰবাবে একাধিকবাৰ গ্ৰেপ্তাৰ হৈ জেল- হাজোতলৈ গৈছিল যদিও জেলৰ পৰা মুকলি হৈ আহি পুনৰ নামি পৰে ড্ৰাগছ সৰবৰাহত।




































