Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

এতিয়া ছিমৰনৰ দিন নাই: কাজল

জেন জিয়ে অভিভাৱকৰ পৰা অনুমতি নলয়

publisher by publisher
April 25, 2026
in Entertainment, News
Reading Time: 1 min read
0
এতিয়া ছিমৰনৰ দিন নাই: কাজল
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Unlocking Mr Luck Casino UK: tips for claiming your welcome bonus and fast withdrawals

Magyar Online Casino VIP program: a prémium élmény és előnyök világában

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

এতিয়া আৰু ছিমৰনৰ দিন নাই।’ সম্প্রতি নিজৰ এখন স্মৰণীয় ছবিৰ প্রসংগত এই মন্তব্য কৰিছে বলিউদৰ অভিনেত্রী কাজলে। নতুন প্ৰজন্মৰ স’তে তুলনা কৰিবলৈ গৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বহুচৰ্চিত ছবি ‘দিলবালে দোলহোনীয়া লে জায়েংগে’ৰ প্রসংগ উত্থাপন কৰি কাজলে মন্তব্য কৰিছে যে জেন জিয়ে অভিভাৱকৰ পৰা কোনো অনুমতি নলয়।

ADVERTISEMENT

নিজৰ মনৰ কথা খুলি ক’বলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰা অভিনেত্ৰীগৰাকীয়ে সম্প্রতি এক সাক্ষাৎকাৰত ১৯৯০ৰ তুলনাত সম্পর্ক আৰু জীৱনশৈলী কিমান সলনি হৈছে, সেয়া বুজাবলৈকে ‘দিলবালে দোলহোনীয়া লে জায়েংগে’ত নিজৰ চৰিত্ৰটোৰ প্রসংগ টানি আনে।

একে সময়তে তেওঁ ৩১ বছৰ সম্পূৰ্ণ কৰা বলিউদৰ সৰ্বকালৰ অন্যতম জনপ্রিয় ছবিখনৰ স্মৃতিও ৰোমন্থন কৰে।

উল্লেখ্য যে চিত্রগৃহত মাহ মাহ ধৰি চলা ছবিখনৰ মূল অভিনেতা-অভিনেত্রী আছিল শ্বাহৰুখ খান আৰু কাজল। কাহিনী অনুসৰি, ইউৰোপত ফুৰিবলৈ গৈ কাজলে অভিনয় কৰা ছিমৰনৰ চৰিত্ৰটোৱে ঘটনাক্রমে শ্বাহৰুখৰ চৰিত্ৰটোক লগ পায়। হাঁহি-ধেমালিৰ মাজেৰেই তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

ইউৰোপত লগৰীয়াৰ স’তে ফুৰিবলৈ যোৱাৰ বাবে ছিমৰনে অত্যন্ত কঠোৰ পিতৃৰ পৰা অনুমতি ল’বলগীয়া হৈছিল। এক সাক্ষাৎকাৰত কাজলে নতুন প্ৰজন্মৰ মানসিকতাৰ কথা ক’বলৈ গৈ ছিমৰনে পিতৃৰ পৰা অনুমতি লোৱাৰ বিষয়টো উত্থাপন কৰে। কাজলে কয় যে সময় বাগৰাৰ লগে লগে আজিৰ প্ৰজন্মৰ মানসিকতাতো ব্যাপক পৰিৱৰ্তন ঘটিছে।

তেওঁ কয়, ‘মই নাভাবো যে আজিৰ দিনত কোনো ১৮ বা ১৯ বছৰীয়া তৰুণীয়ে ক’ৰবালৈ যোৱাৰ পূৰ্বে নিজৰ পিতৃক ক’ব, ‘অনুগ্রহ কৰি মোক এই ভ্রমণত যাবলৈ অনুমতি দিবনে?’

তাতকৈ এনেদৰে ক’ব, ‘দেউতা, মই নিশ্চিতভাবে এই স্কুলীয়া ভ্রমণত যাম আৰু তাৰ কাৰণে তুমি খৰচ বহন কৰিব লাগিব।’ গতিকে এয়া অনুমতি বিচৰাতকৈ বহু বেছি।’

নৱ প্ৰজন্মৰ মানসিকতালৈ পৰিৱৰ্তন অহা বুলি মানি ল’লেও কাজলে অৱশ্যে কয় যে ‘দিলৱালে দোলহোনীয়া লে জায়েংগে’ত দিয়া মূল বার্তাত আজিও যুক্তিযুক্ততা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত
Assam

August 24, 2026
সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল
International

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

August 24, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান
News

পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

August 24, 2026
নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা
International

নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

August 24, 2026
সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে
International

সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

August 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d