Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    খুঁটাত বগাই বিদ্যুৎ চুৰি কৰিবলৈ গৈ গুৰুতৰভাৱে আহত এজন

    সর্বনিম্ন আইনী মান এক কিলোমিটাৰ হ’লেও বিজ্ঞানসন্মতভাৱে গ্ৰহণযোগ্য নহয়

    মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা

    মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা

    শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

    পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

    পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

publisher by publisher
August 24, 2026
in International, News
Reading Time: 1 min read
0
সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰ’ছ আইচ ছেল্ফ হৈছে বিশ্বৰে সৰ্ববৃহৎ বৰফৰ স্তৰ বা তাক। শেহতীয়াভাবে এই ৰ’ছ আইচ ছেল্ফে সমগ্র পৃথিৱীক এক প্রলয়ৰ পৰা ৰক্ষা কৰে। এনে বৰফৰ তাক গঠন হয় হিমবাহৰ বৰফৰে। মহাসাগৰত ওপঙি হিমবাহৰ বৰফে একোটা তাক গঠন কৰে। এইসমূহে সমগ্র পৃথিৱীৰ সাগৰসমূহৰ পৃষ্ঠ নিয়ন্ত্ৰণত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ADVERTISEMENT

বিজ্ঞানীসকলে সাগৰপৃষ্ঠৰ উত্থান পাঁচ মিটাৰ ঘটাৰ আশংকা কৰিছিল। সৌভাগ্যবশতঃ ৰ’ছ আইচ ছেল্ফে সাগৰপৃষ্ঠৰ এই অস্বাভাৱিক উত্থান প্রতিৰোধ কৰি পৃথিৱীখনক ৰক্ষা কৰে। কাৰণ এনে উচ্চতালৈ সাগৰপৃষ্ঠৰ উত্থান ঘটা হ’লে প্রায় সমগ্র বিশ্ব প্রচণ্ড বানত বুৰ যোৱাৰ আশংকা আছিল। উল্লেখ্য যে ১৮৪১ৰ ২৮ জানুৱাৰীত ব্রিটিছ অন্বেষণকাৰী ছাৰ জেমছ ক্লার্ক ৰ’ছে ৰ’ছ আইচ ছেল্ফ প্রথমে প্রত্যক্ষ কৰিছিল।

দক্ষিণ চুম্বকীয় মেৰুৰ সন্ধান কৰি থকাৰ সময়ত তেওঁ এই প্রকাণ্ড বৰফৰ তাক প্রত্যক্ষ কৰে। প্ৰথম অৱস্থাত এই বৰফৰ তাকৰ নাম ‘দ্য বেৰিয়াৰ’ আছিল। পৰৱৰ্তী সময়ত ইয়াৰ নাম গ্রেট আইচ বেৰিয়াৰ বা ডাঙৰ বৰফৰ প্রতিবন্ধক ৰখা হৈছিল। এই বৰফৰ তাক স্পেইনৰ ভূখণ্ডৰ সমান।

অর্থাৎ এই বৰফৰ তাকে পাঁচ লাখ ৮০৯ বর্গ কিলোমিটাৰ পৰিসৰ আগুৰি আছে। ইয়াৰ দৈর্ঘ্য দুয়োদিশে আঠশ কিলোমিটাৰ। এই বৰফৰ তাক এণ্টাৰ্ক’টিকাৰ ৰ’ছ সাগৰৰ দক্ষিণ প্ৰান্তত ওপঙি আছে। কে’বাশ মিটাৰ ডাঠ এই বৰফৰ তাকৰ সন্মুখ ছশ কিলোমিটাৰৰো অধিক দীঘল। পানীৰ পৃষ্ঠৰ ওপৰত ইয়াৰ উচ্চতা ১৫-৫০ মিটাৰ।

অৱশ্যে পানীৰ তলতে ইয়াৰ অধিকাংশ আছে। গতিকে ইয়াৰ সঠিক উচ্চতা নির্ণয় কৰাটো সম্ভৱ হোৱা নাই। লক্ষ্যণীয়ভাৱে আকাৰৰ দিশৰ পৰা প্রকাণ্ড হ’লেও এই বৰফৰ তাক স্থিৰ নহয়। প্ৰতিবছৰে ই তিনিশৰ পৰা এহেজাৰ মিটাৰ বেগত গতি কৰি থাকে। ইয়াৰ কাৰণ হৈছে হিমবাহৰ পৰা বৰফ আহি ইয়াৰ স’তে পাছফালৰ পৰা সংযোজিত হয়।

যেতিয়া এই বৰফৰ তাক অগ্ৰসৰ হয় তেতিয়া ই ৰ’ছ সাগৰৰ পৰা বিপুল পৰিমাণত আইচবার্গ সাবটি লয়। এনে আইচবাৰ্গৰ অন্যতম হৈছে বি-১৫ আইচবার্গ। ২০০০ৰ মাৰ্চত এই আইচবার্গ ভাঙি পৰে। ফলত ৩৭কিলোমিটাৰ দৈৰ্ঘ্যৰ আইচবাৰ্গৰ টুকুৰাৰ সৃষ্টি হয়। বিজ্ঞানীসকলে ৰ’ছ আইচ ছেল্ফৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।

কাৰণ সাগৰপৃষ্ঠ নিয়ন্ত্ৰণত ৰখাত এই বৰফৰ তাকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বিজ্ঞানীসকলৰ মতে বৰফৰ এই বিশাল তাকে দক্ষিণ মেৰুৰ বৰফৰ পৃষ্ঠ সুস্থিৰ কৰি ৰখাত ভূমিকা পালন কৰি আছে। এই ভূমিকা এক প্রকাণ্ড প্রাকৃতিক ব্ৰেকৰ ৰূপত ই পালন কৰি আহিছে।

ভৱিষ্যতেও এই বৰফৰ তাকে এনে ভূমিকা পালন কৰি যাব বুলি বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে। অৱশ্যে বিশ্বৰে সৰ্ববৃহৎ এই বৰফৰ তাকো শেহতীয়াভারে গলন ঘটিবলৈ ধৰিছে। ইয়াকে লৈ উৎকণ্ঠিত হৈছে বিজ্ঞানীসকল। তৎসত্ত্বেও ইয়াৰ গলন দ্রুততৰ নহয় বুলি একাংশ বিজ্ঞানীয়ে প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #RossIceShelf #Antarctica #ClimateChange #SeaLevelRise #GlobalWarming #IceShelf #Environment #Science #Earth #ClimateCrisis #AntarcticIce #Nature
publisher

publisher

Related Posts

খুঁটাত বগাই বিদ্যুৎ চুৰি কৰিবলৈ গৈ গুৰুতৰভাৱে আহত এজন
Assam

খুঁটাত বগাই বিদ্যুৎ চুৰি কৰিবলৈ গৈ গুৰুতৰভাৱে আহত এজন

August 24, 2026
সর্বনিম্ন আইনী মান এক কিলোমিটাৰ হ’লেও বিজ্ঞানসন্মতভাৱে গ্ৰহণযোগ্য নহয়
Assam

সর্বনিম্ন আইনী মান এক কিলোমিটাৰ হ’লেও বিজ্ঞানসন্মতভাৱে গ্ৰহণযোগ্য নহয়

August 24, 2026
মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা
India

মহাৰাষ্ট্ৰৰ পাছত দিল্লীত শিহৰণকাৰী ঘটনা

August 24, 2026
শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল
Assam

শিৱসাগৰ-চৰাইদেউৰ জিলা আয়ুক্তদ্বয়ৰ ভুলৰ বাবে মৃত্যু হ’ল ১০৫ জনৰ: অখিল

August 24, 2026
পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই
India

পুঁজিপতিক ৩৬ হেজাৰ কোটিৰ ঋণ ৰেহাই

August 24, 2026
ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুঃ এঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই

August 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d