Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

publisher by publisher
August 24, 2026
in Assam, News
Reading Time: 1 min read
0
নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

NasatraBaghekhaity : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বঙাইগাঁও জিলাৰ টাপাট্টাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নসত্ৰ-বাঘেখাইতি পঞ্চায়তত পঞ্চায়ত সচিব আৰু সভানেত্ৰীৰ স্বামীৰ দৌৰাত্ম্যৰ বাবে অতিষ্ঠ হৈছে সৰ্বসাধাৰণ জনতা। পঞ্চায়ত সচিব চিত্ত ৰায় আৰু সভানেত্ৰীৰ স্বামী নাছিৰ উদ্দিনে আন সদস্যৰ মতামতক কোনো গুৰুত্ব নিদি নিজৰ খেয়ালখুচিমতে আঁচনি ৰূপায়ণ কৰি অহাত ক্ষোভিত হৈ পৰিছে আন পঞ্চায়ত সদস্যসকল।

ADVERTISEMENT

অভিযোগ মতে, পঞ্চায়ত সচিব চিত্ত ৰায় আৰু জিআৰএছ ছহিদুল আলম আহমেদে পঞ্চায়ত কার্যালয়ত প্রায়ে অনুপস্থিত থাকে। পঞ্চায়তৰ বাসিন্দাসকলে বিশেষ জৰুৰী কামত যোগাযোগ কৰিলে প্রায়ে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, জিলা পৰিষদ কাৰ্যালয়ত ব্যস্ত থকা বুলিহে কৈ অহাত বহু সময়ত বিপাঙত পৰে পঞ্চায়তৰ বাসিন্দাই।

উল্লেখ্য যে, পঞ্চায়ত সচিব আৰু জিআৰএছ দুয়োৰে ঘৰ অভয়াপুৰী চহৰত। অভিযোগ মতে, পঞ্চায়ত সচিব চিত্ত ৰায় আৰু জিআৰএছ ছহিদুলে মাহেকে পষেকে একেখন বাহনতে আহি পঞ্চায়তত ভুমুকি মৰাত বিভিন্ন প্রমাণ পত্ৰ লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মুখীন হৈ আহিছে।

আনপিনে পঞ্চায়তৰ পৰা প্ৰমাণপত্র বা আন নথিপত্র বিচাৰিলে পঞ্চায়ত সচিবে ধন লোৱাৰো অভিযোগ উত্থাপিত হৈছে। তেনেদৰে পঞ্চায়তৰ জিআৰএছগৰাকীয়ে প্রধানমন্ত্রী আৱাস যোজনা, জৱ কার্ড, এনৰেগা আঁচনিৰ নামত ধন সংগ্ৰহ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে।

এই সন্দর্ভত ইতিমধ্যে বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক অভিযোগ পত্র দাখিল কৰাৰ লগতে ইয়াৰ প্রতিলিপি স্থানীয় বিধায়কক প্ৰদান কৰা হৈছে। অভিযোগ পত্রত সচিব চিত্ত ৰায় আৰু জিআৰএছ ছহিদুলক পঞ্চায়তখনৰ পৰা বদলি কৰাৰ বাবে দাবী জনায় যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্রহণ নকৰিলে।

উল্লেখ্য যে মহিলাক সৱলীকৰণ তথা পঞ্চায়তত মহিলাৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ বাবে পঞ্চায়তখনত সভাপতিৰ আসনখন মহিলাৰ বাবে সংৰক্ষণ কৰা হয় যদিও পঞ্চায়তখনত এতিয়া সভানেত্ৰীৰ স্বামী নাছিৰুদ্দিনে সৰ্বময়কৰ্তা হৈ পৰিছে। এনে অৱস্থাত সচিব চিত্ত ৰায়ে আন সদস্য-সদস্যাসকলৰ অস্থিত্বক একপ্ৰকাৰ নস্যাৎ কৰি কাৰ্যকৰী সভাকে ধৰি কোনো ধৰণৰ সভা-সমিতি অনুষ্ঠিত নকৰাকৈ পঞ্চায়তৰ কাম-কাজ চলাই নিয়া বুলিও অভিযোগ উত্থাপন কৰিছে পঞ্চায়তবাসীয়ে।

এই লৈ যোৱা ২১ আগষ্টত পঞ্চায়তখনৰ একাংশ নির্বাচিত সদস্যই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক অভিযোগ দাখিল কৰে। অভিযোগ পত্ৰত উল্লেখ কৰা মতে, পঞ্চায়ত সভানেত্রী তাহমিনা খাতুন, পঞ্চায়ত সচিব চিত্ত ৰায় আৰু জিআৰএছ ছহিদুল আলম আহমেদে পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত তুলি নির্বাচিত একাংশ সদস্যৰ স’তে কোনো ধৰণৰ আলোচনা নকৰাকৈ ২০২৬-২৭ বৰ্ষৰ বছৰেকীয়া আঁচনিসমূহ প্ৰস্তুত কৰাত পঞ্চায়তখনৰ ইছৱপুৰ খণ্ডত কোনো আঁচনি গ্ৰহণ নকৰাত উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে ৰাইজ। পঞ্চায়তখনৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগ ঊর্ধতন কর্তৃপক্ষক তদন্তমূলে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #NasatraBaghekhaity #Bongaigaon #PanchayatiRaj #Panchayat #BongaigaonNews #PanchayatSystem #Development #Allegations #RuralDevelopment #DainikAgradoot
publisher

publisher

Related Posts

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল
International

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

August 24, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান
News

পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

August 24, 2026
নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা
International

নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

August 24, 2026
সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে
International

সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

August 24, 2026
খুঁটাত বগাই বিদ্যুৎ চুৰি কৰিবলৈ গৈ গুৰুতৰভাৱে আহত এজন
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d