Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Book Fair in Dhemaji : অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় চেতনা শীৰ্ষক আলোচনা সত্ৰ

ষষ্ঠ দিনাও অসম গ্ৰন্থমেলা , ধেমাজিত পুথিপ্ৰেমীৰ ভিৰ , কিতাপ বিক্ৰীৰ হাৰ আশাব্যঞ্জক,সন্ধিয়া মনপৰশা সাংস্কৃতিক অনুষ্ঠান

publisher by publisher
November 9, 2022
in News, Assam, India
Reading Time: 2 mins read
0
Book Fair in Dhemaji : অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় চেতনা শীৰ্ষক আলোচনা সত্ৰ
5
SHARES
51
VIEWS
ShareShareShareShare

Book Fair in Dhemaji :

‘অসমীয়া গল্প উপন্যাসত জনগোষ্ঠীয় চেতনা” শীৰ্ষক আলোচনা সত্ৰ আজি বৌদ্ধিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে ধেমাজিত অব্যাহত থকা অসম গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত কৰা গ্ৰন্থমেলাত এই আলোচনা সত্ৰ সঞ্চালনা কৰে বিশিষ্ট সাহিত্য গৱেষক অনুবাদক , ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মামণি গগৈ বৰগোহাঞিয়ে ৷

WhatsApp Image 2022 11 09 at 19.42.50বিষয় প্ৰসংগত তেওঁ কয়—“চেতনা হৈছে মনৰ ভিতৰত হোৱা এক ধৰণৰ জাগৰণ ৷ এই দিশেৰে বা ধাৰণাৰে বিশ্লেষণ কৰিলে এটা কথা ক’ব পাৰি যে জনগোষ্ঠীয় চেতনাৰে অসমীয়া সাহিত্য চহকী হৈছে আৰু এই সাহিত্যৰে জনগোষ্ঠীয় সমাজত বিভিন্ন চেতনা জাগৰিত হৈছে ৷ কিয়নো গল্প-উপন্যাসে ন্যায় সংগত অধিকাৰ , সংস্কৃতিৰ মূল্য , নতুন, জীৱনবোধ ,ভাষাৰ প্ৰতি দায়িত্বশীলতা , প্ৰকৃতিৰ প্ৰতি সচেতনতা আদি বিভিন্ন বিষয় তুলি আনে ৷

ADVERTISEMENT

ইয়াৰ দ্বাৰা সাহিত্য আৰু সমাজ উভয়ে ঋদ্ধি লাভ কৰে ৷”তেওঁ লগতে কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল জনগোষ্ঠীয় সমাজৰ বিচিত্ৰতাৰে জিলিকি থকা ভূমি ৷ সেইবাবে অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় চেতনাৰ পোহৰ পৰাটো তেনেই স্বাভাৱিক ৷
আলোচনা সত্ৰত অংশগ্ৰহণ কৰি বিশিষ্ট লেখক-সমালোচক , ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অঞ্জন ওজাই কয় যে “ অসমীয়া গল্প-উপন্যাস জনগোষ্ঠীয় চেতনাৰে সমৃদ্ধ হৈ আছে ৷ ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰীৰ জৰিয়তে এই বাট মুকলি কৰিছিল ৷ বৰদলৈ কিন্তু অজনজাতীয় ব্যক্তি আছিল ৷

RelatedPosts

World famous biography of the Prophet Muhammad was launched in Assamese: অসমীয়া ভাষাত হজৰত মোহাম্মদৰ বিশ্ব খ্যাত জীৱনী গ্ৰন্থ উন্মোচন

Terrible fire broke out in Dhemaji: ধেমাজীত ভয়ংকৰ অগ্নিকাণ্ড

ADRE question paper goes viral again: ADREৰ প্ৰশ্নকাকত ভাইৰেলক লৈ পুনৰ বিতৰ্ক 

তেতিয়াৰ পৰা এতিয়ালৈকে জনজাতীয়, অজনজাতীয় বহু ঔপন্যাসিক আৰু কথাশিল্পীয়ে জনগোষ্ঠীয় সমাজ সংস্কৃতিৰ চেতনাৰে গল্প-উপন্যাস ৰচনা কৰি আহিছে ৷ মিচিং , কাৰ্বি , বড়ো , ৰভাকে ধৰি সকলো সৰু-বৰ জনগোষ্ঠীৰ জন-জীৱন লৈ কালজয়ী উপন্যাস সৃষ্টি হৈছে অসমীয়া ভাষাত ৷ এই সৃষ্টিকৰ্ম সমূহে সামগ্ৰিকভাৱে অসমীয়া গদ্য সাহিত্যক ঐশ্বৰ্যশালী কৰি তুলিছে ৷”

তেওঁ এইক্ষেত্ৰত অসম তথা অৰুণাচলৰো কেবাগৰাকী দিক্‌গজ সাহিত্যিকৰ বহুল পঠিত আৰু সমাদৃত সাহিত্যকৰ্মৰ বিষয়ে উল্লেখ কৰে ৷ সাম্প্ৰতিক কালৰ গল্পকাৰ ঔপন্যাসিকসকলেও জনগোষ্ঠীয় সমাজ-জীৱনলৈ অহা বিভিন্ন পৰিৱৰ্তন , বিছিন্নতাবাদৰ আধাৰত গঢ়ি উঠা সংগ্ৰাম আৰু ইয়াৰ পৰিনতি , বিশ্বায়নে আনি দিয়া দ্বন্দ্ব আদি বষয়ক লৈ উচ্চস্তৰৰ সাহিত্য সৃষ্টি কৰিছে ৷

WhatsApp Image 2022 11 09 at 19.42.50 1তেওঁ এই পৰম্পৰা অসমীয়া ভাষা-সাহিত্যৰ বাবে আশাব্যঞ্জক বুলিও মন্তব্য কৰে ৷ আন এগৰাকী আলোচক , বিশিষ্ট লেখক-সমালোচক , উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই অসমীয়া উপন্যাসত জনগোষ্ঠীয় চেতনাৰ স্ৰোত অৱধাৰিত বুলি উল্লেখ কৰে ৷ প্ৰসংগক্ৰমে তেওঁ কয় যে জনগোষ্ঠীয় সমাজক বাদ দি অসমৰ সমাজ-জীৱন যিদৰে কল্পনা কৰিব নোৱাৰি সেইদৰে জনজাতীয় সমাজ-জীৱনক এৰি অসমীয়া সাহিত্যৰো কল্পনা কৰিব নোৱাৰি ৷সমাজ গঢ়াৰ ক্ষেত্ৰত ৰাজনীতিৰ যি ভূমিকা সাহিত্যৰো সেই একেই ভূমিকা ৷

সাম্প্ৰতিক প্ৰেক্ষাপটত বহু জনগোষ্ঠীয়ে বিভিন্ন কাৰণত বিচ্ছিন্নতাবাদক আঁকোৱালী লৈছে ৷ সেই বিচ্ছিন্নতাৰ চেতনাক সংশ্লিষ্ট জনগোষ্ঠী সমূহে ন্যায় সংগত বুলি ভাবে ৷ গতিকে জনগোষ্ঠীয় চেতনাৰে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত এতিয়া অতি সাৱধানতাৰে আগবাঢ়িব লাগিব ৷ ব্ৰিটিছসকলে অতি কৌশলে অসমত জাতি আৰু জনজাতিৰ মাজত বিচ্ছিন্নতাৰ বীজ ৰোপণ কৰিছিল ৷

সেই চেতনাৰ এতিয়া উদ্‌গিৰণ ঘটিছে ৷ গতিকে এনে প্ৰেক্ষাপটত সাহিত্যিকসকলে কি দৃষ্টিভংগী লোৱা উচিত সেইটো বিচাৰ্যৰ বিষয় ৷ কাৰণ অতীজৰে পৰা এতিয়ালৈ অসমীয়া গল্প-উপন্যাসত জনগোষ্ঠীয় সমাজ-জীৱনৰ চেতনাৰ সোঁত আছে আৰু থাকিবই ৷ অৱশ্যে ড° ৰাজখোৱাই এই বক্তব্যক সিন্ধান্ত বুলি নলৈ আলোচনা বুলি গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক -সমালোচক , দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যাপক ড° চিত্ৰজিৎ শইকীয়াই কয় —“ পৰম্পৰাগত চিন্তা-চেতনাৰ লগতে বিশ্বায়নৰ ফল জনগোষ্ঠীয় সমাজেও প্ৰত্যক্ষ কৰিছে ৷ গতিকে সামাজিক উত্থান-পতনে জনগোষ্ঠীয় জন-জীৱনকো চুই গৈছে ৷

এনে প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ বিচিত্ৰ জনগোষ্ঠীয় সমাজৰ পটভূমিত উপন্যাস ৰচনা কৰাৰ প্ৰচুৰ সুবিধা আহিছে ৷ কাৰণ পৰিৱৰ্তনৰ প্ৰভাৱে জনগোষ্ঠীয় সমাজৰ সৰল-নিৰ্ভেজাল জন-জীৱনতো পৰিছে ৷ ইয়ে পুৰনি বিশ্বাস , পৰম্পৰা , ধৰ্ম আদিকো স্পৰ্শ কৰিছে ৷ এই পৰিৱৰ্তনশীল ইতিহাসক উপন্যাসে ধৰি ৰাখিবলৈ সক্ষম হ’ব ৷” তেওঁ অসমৰ লগতে অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীয় সমাজৰ পটভূমিত সৃষ্টি হোৱা উপন্যাস সমূহৰ বিষয়ে গভীৰভাৱে আলোকপাত কৰে ৷

মনোজ্ঞ আলোচনা সত্ৰখন উদ্বোধন কৰে ধেমাজি গাৰ্লছ কলেজৰ অধ্যক্ষ ড° দীপক বৰগোহাঁয়ে ৷ তেওঁ গ্ৰন্থ আন্দোলনক প্ৰসাৰিত কৰাৰ বাবে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰা পদক্ষেপে সমাজ-জীৱনলৈ শুভবাৰ্তা কঢ়িয়াই অনা বুলি মন্তব্য কৰে ৷

তদুপৰি ব্যতিক্ৰমী অথচ ভাষা-সাহিত্য-সংস্কৃতিৰ বাবে অতি প্ৰয়োজনীয় বিষয়ক কেন্দ্ৰ কৰি আলোচনা সত্ৰ অনুষ্ঠিত কৰি পৰিষদে নতুন চিন্তা জাগৰিত কৰা বুলি কয় তেওঁ ৷আজি আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়াই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

অসম গ্ৰন্থমেলা, ধেমাজিত আজি ধেমাজিৰ কবিৰ কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয় ৷ ইপিনে গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত আজি আন কেবাখনো নতুন গ্ৰন্থও উন্মোচিত হয় ৷ সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত পৰিৱেশিত হয় মনপৰশা সাংস্কৃতিক অনুষ্ঠান ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Book FairAssam Publication BoardDhemajikachari Moidan
publisher

publisher

Related Posts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d