Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhemaji : ধেমাজি চিকিৎসা মহাবিদ্যালয়-অসম মালা পথৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়াললৈ চেক বিতৰণ

নৱেম্বৰত আধাৰশিলা স্থাপন কৰিবলৈ আহিব মুখ্যমন্ত্ৰী

publisher by publisher
October 27, 2022
in India, Assam, News
Reading Time: 1 min read
0
Dhemaji : ধেমাজি চিকিৎসা মহাবিদ্যালয়-অসম মালা পথৰ বাবে ক্ষতিগ্ৰস্ত পৰিয়াললৈ চেক বিতৰণ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

Dibrugarh: জ্যোতি – বিষ্ণু আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ একান্ত সাধক ভুবন গগৈলৈ ডিব্ৰু যুৱ ৰত্ন বঁটা

Dhemaji :

ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু অসম-মালা আঁচনিৰ অধীনত ঢকুৱাখানাৰ পৰা তেলিজানলৈ নিৰ্মাণ কৰিবলৈ লোৱা পথচোৱাৰ বাবে মাটি অধিগ্ৰহণ কৰা লোক সকলৰ ক্ষতিপূৰণ আজি আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয় ।

ADVERTISEMENT

ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগুৱে সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত মুঠ ১৫৭ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকৰ মাজত মাটিৰ মূল্যমান প্ৰদানৰ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী ডা: ৰণোজ পেগুৱে কয় যে, নৱেম্বৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত দুয়োটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজিত স্থাপন কৰিবলৈ লোৱা নতুন সংহত উপায়ুক্তৰ কাৰ্যালয়ৰো নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব।

প্ৰস্তাৱিত মেডিকেল কলেজৰ পৰা ৰেলৱে ষ্টেচনলৈ পথচোৱা বহল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।‌ ধেমাজি চহৰখনক উত্তৰ পাৰৰ এখন উন্নত তথা অগ্ৰণী চহৰলৈ উন্নীত কৰাৰ বাবে চলোৱা প্ৰয়াসত সকলো শ্ৰেণীৰ লোকে সহযোগিতা কৰিব লাগিব বুলি মন্তব্য কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ পূৰ্বে সাংসদ প্ৰদান বৰুৱাই দিয়া ভাষণত কয় যে, অহা বছৰৰ পৰা ধেমাজি জিলাত চাৰি-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ধেমাজি চহৰৰ মাজেৰে যোৱা ঘাইপথ চোৱা চহৰৰ বাহিৰেৰে নিয়াৰ বাবে বাইপাছৰ কামো আৰম্ভ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।

সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই আদৰণি ভাষণত কয় যে, খুৱলীয়া-হিলৈধাৰীত স্থাপন কৰিবলৈ লোৱা মেডিকেল কলেজৰ বাবে অধিগ্ৰহণ কৰা ১১৪ বিঘা মাটিৰ বাবদ দিবলগীয়া ২৫.১৮ কোটি টকা ৰাজ্যৰ চৰকাৰে ইতিমধ্যে মুকলি কৰি দিছে ।

আনহাতে ঢকুৱাখানাৰ পৰা মাছখোৱা লৈ তেলিজানলৈ অসম মালা আচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ লোৱা ১৫ কি:মি: জোৰা পথচোৱাৰ বাবে অধিগ্ৰহণ কৰা ৩০ বিঘা, ৩ কঠা মাটিৰ বাবদ দিবলগীয়া ২৫.৬০ কোটি টকাৰ ৫০ শতাংশ ধন ৰাজ্য চৰকাৰে ইতিমধ্যে মোকলাই দিছে ।

এই দুয়োখন আঁচনিয়ে জিলাখনৰ উন্নয়নত সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে। সহকাৰী আয়ুক্ত ত্ৰিলিনা টাইডে আঁতধৰা সভাখনত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী আৰু ধেমাজি উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ তোলন কোৱৰো উপস্থিত থাকে ।

উক্ত প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্ত চাৰিজন লোকক সভাত প্ৰতীকি চেক প্ৰদান কৰা হয়

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam mala schemeCheqe DistributionDhemajiMedical college
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d