Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধেমাজিৰ গেৰুকামুখ প্ৰকল্পত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰু কে সিং

সোমবাৰে নিশা প্ৰকল্পৰ থলী পৰিদৰ্শন, চলিত ডিচেম্বৰত কাৰ্যক্ৰম হ'ব ২০০০ মেগাৱট প্ৰকল্পৰ কাম

publisher by publisher
June 14, 2022
in Assam, India, News
Reading Time: 1 min read
0
ধেমাজিৰ গেৰুকামুখ প্ৰকল্পত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰু কে সিং
2
SHARES
17
VIEWS
ShareShareShareShare

ধেমাজিৰ গেৰুকামুখ প্ৰকল্পত কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ পৰিদৰ্শন । নিশাৰ ভাগত এন এইচ পি চিৰ ২০০০ মেগাৱাট সম্পন্ন গেৰুকামুখ প্ৰকল্পৰ থলীত এদল শীৰ্ষ বিষয়া লৈ সদলবলে পৰিভ্ৰমণ ৷ পূজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে নাৰিকল ভাঙি প্ৰথমটো ইউনিটৰ কাম আনুষ্ঠানিকভাৱে সমাপন কালি নিশা ।

ADVERTISEMENT

পৰিদৰ্শন কালত সাংবাদিকৰ আগত শীঘ্ৰে কাৰ্যক্ৰম হ’ব নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বুলি জানিবলৈ দিয়ে । চলিত ডিচেম্বৰ-জানুৱাৰীৰ পৰাই বিদ্যুৎ উৎপাদন হ’ব বুলি কয় ৷ এই ক্ষেত্ৰত যুদ্ধকালীন গতিত কাম আগুৱাই নিছে এন এইচ পি চিয়ে ।

RelatedPosts

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

Dibrugarh: জ্যোতি – বিষ্ণু আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ একান্ত সাধক ভুবন গগৈলৈ ডিব্ৰু যুৱ ৰত্ন বঁটা

মনকৰিবলগীয়া যে অসমৰ ৰাইজক অংগুষ্ঠ প্ৰদৰ্শন কৰি শীঘ্ৰে মুকলি হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম । ইপিনে, পাৱাৰ হাউচ পৰিদৰ্শন কৰাৰ পাছত মন্ত্ৰী সিঙে কয় যে দেশৰ উন্নতিৰ হকে সোৱণশিৰিৰ দৰে হাইড্ৰ’ পাৱাৰ প্ৰকল্পৰ প্ৰয়োজন আছে ৷ সেউজ শক্তি উৎপাদন কৰিলেহে উন্নতি লাভ কৰিব পাৰিব বুলি কয় । একেদৰে প্ৰকল্পৰ পৰা বানপানী নিয়ন্ত্ৰণ হ’ব বুলি উল্লেখ কৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে ।

স্মৰ্তব্য যে, কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকী সোমবাৰে নিশা  এন এইচ পি চিত উপস্থিত হয় আৰু পোনে পোনে এক থলুৱাভাৱে উৎপাদিত বস্ত্ৰ প্ৰদৰ্শনীত  অংশ লয় ৷ ইয়াৰ পাছত নিশা প্ৰায় ন বজাত মূল প্ৰকল্পস্থলীত উপস্থিত হৈ প্ৰকল্পস্থলীৰ পাৱাৰ হাউচ পৰিদৰ্শন কৰে ৷ এন এইচ পি চিত নৈশ যাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ধেমাজিৰ কে’বাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

”আজাদী কা অমৃত মহোৎসৱ”ৰ অংশ হিচাপে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ ধেমাজি জিলাৰ হিতাধীকাৰীৰ স’তে মতবিনিময় কৰি ক্ৰমে পুৱা গোগামুখৰ মিংমাংত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ হিতাধিকাৰীৰ স’তে মত বিনিময় কৰে ৷ বৰদলনীৰ বুঢ়াকুৰিত কনেশ্বৰ চুতীয়াৰ বাসগৃহত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰীৰ স’তে মত বিনিময় কৰে ৷ ধেমাজি গৰৈমাৰিৰ গাঁৱৰ “সৌভাগ্য আঁচনি”ৰ হিতাধিকাৰী ললিতা কছাৰীৰ গৃহত “সৌভাগ্য” হিতাধিকাৰীসকলৰ স’তে উপস্থিত হৈ মত বিনিময় কৰে । চেঙেলী পথাৰ গাওঁৰ  “জলজীৱন মিছন”ৰ হিতাধিকাৰী ৰঞ্জিত চেতিয়াৰ গৃহত হিতাধিকাৰীসকলৰ স’তে  মতবিনিময় কৰে আৰু চেঙেলীপথাৰ গাঁৰৰ খৰ্গ বৰুৱাৰ গৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ।

একেদৰে নলনীপাম বজাৰত “প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা” আৰু “ স্বনিধি” হিতাধিকাৰীৰ স’তে মত বিনিময় কৰে ৷ নলনীপাম বজাৰৰ পৰা বাইচাইকেল ৰেলীৰে আহি কাছাৰী ময়দানৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে ধেমাজি বিজেপি কাৰ্যালয়ত ৰাইজক উদ্দেশ্যি সাংবাদমেল সম্বোধন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DhemajiR K Singh
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d