Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Covid 19 India : পুনৰ ক’ভিডৰ আতংক ! কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে

publisher by publisher
December 22, 2022
in Health, COVID-19, India
Reading Time: 2 mins read
0
Covid 19 India : পুনৰ ক’ভিডৰ আতংক ! কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে
2
SHARES
22
VIEWS
ShareShareShareShare

Covid 19 India :

ক’ভিড পৰিস্থিতি সন্দৰ্ভত সংসদত এক বিবৃতি প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই । তেওঁ জনাই ক’ভিডৰ পৰা উদ্ভৱ হোৱা আকস্মিক পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰই কি পদক্ষেপ লৈছে ।

ADVERTISEMENT

লগতে ৰাজ্যসমূহক কেবাটাও পদক্ষেপ ল’বলৈ কোৱা হৈছে । উৎসৱৰ বতৰত ক’ভিড সম্পৰ্কে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিছে চৰকাৰে । দেশজুৰি টিকাকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

স্বাস্থ্য মন্ত্ৰীয়ে জনাই যে চীনত কৰ’না ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ পৰিস্থিতি বিষয়ে দৃষ্টি ৰাখিছে চৰকাৰে ।

ৰাজ্যসমূহক ইতিমধ্যে কে’বাটাও সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ জনাই যে স্থানীয় পৰ্যায়ত নিৰীক্ষণ আৰু বৃদ্ধি কৰা উচিত ।

ক’ভিড বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিবলৈ নাগৰিকসকলৰ সজাগতা বৃদ্ধি কৰাৰ কথাও কয় স্বাস্থ্য মন্ত্ৰীয়ে । কেন্দ্ৰই ৰাজ্যসমূহক বুষ্টাৰৰ সজাগতা বৃদ্ধিৰ বাবে কে’বাটাও পদক্ষেপ ল’বলৈ কৈছে।

স্বাস্থ্য মন্ত্ৰীয়ে জনাই যে তৃতীয় কৰ’না ভেকছিন গ্ৰহণ কৰিবলৈ নাগৰিকসকলৰ আগ্ৰহ বৃদ্ধি কৰিব লাগিব।

লগতে উৎসৱৰ বতৰত দূৰত্ববিধি মানি চলা , মাস্ক আৰু নিয়মিত ছেনিটাইজাৰৰ ব্যৱহাৰ পৰামৰ্শও দিছে কেন্দ্ৰই।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, “মহামাৰী এতিয়াও শেষ হোৱা নাই। ক’ভিড আমাৰ শত্ৰু। ক’ভিডে নিৰন্তৰ নিজৰ ৰূপ সলনি কৰি আছে। আমি তাৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত ৰাখিব লাগিব। ”

স্বাস্থ্য মন্ত্ৰীয়ে বৃহস্পতিবাৰে সংসদক জনাই যে বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ওপৰত অতিৰিক্ত নিৰীক্ষণ ৰখা হৈছে। বিমানবন্দৰত ইতিমধ্যে কৰ’না পৰীক্ষা আৰম্ভ হৈছে।

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ বৃহস্পতিবাৰে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে এখন বৈঠক অনুষ্ঠিত কৰে । বৈঠকত ক’ভিড-১৯ সম্পৰ্কীয় কেবাটাও সাৱধানতামূলক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

সম্মুখত বৰদিন, নতুন বছৰ। সমগ্ৰ দেশতে বৰ্তমান উৎসৱমুখৰ পৰিৱেশ । এনে পৰিস্থিতিত, চীনৰ কৰ’না বিস্ফোৰণে বিশেষজ্ঞসকলক ভাবিবলৈ বাধ্য কৰিছে।

অৱশ্যে, বৰ্তমানৰ বাবে দেশৰ কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণত আছে। কিন্তু কৰ’নাৰ যি উপপ্ৰকাৰে চীনক আতংকিত কৰিছে তাৰ সন্ধান ভাৰততো পোৱা গৈছে ।

ভাৰতৰ দুখন ৰাজ্যত অ’মিক্ৰন বিএফ.৭ সন্ধান পোৱা গৈছে । গুজৰাট আৰু উৰিষ্যাত দুজন কৰ’নাৰ এই চীনা উপৰূপত আক্ৰান্ত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: covid19Hm Mansukh MandaviyaindiaMinistry of Health and Family Welfare
publisher

publisher

Related Posts

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d