Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !

    Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত

    Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

    Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

    Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Entertainment

Cinema : বিশ্বৰ সৰ্বকালৰ ১০০ চিনেমাৰ তালিকাত স্থান লাভ বাংলা ছবি ‘‘পথেৰ পাঁচালী’‘

publisher by publisher
December 25, 2022
in Movie, International
Reading Time: 2 mins read
0
Cinema : বিশ্বৰ সৰ্বকালৰ ১০০ চিনেমাৰ তালিকাত স্থান লাভ বাংলা ছবি ‘‘পথেৰ পাঁচালী’‘
0
SHARES
3
VIEWS
ShareShareShareShare

Cinema :

অতীতৰ পৰাই বিশ্ব চিনেমা জগতত বাংলা ছবিয়ে এক উল্লেখনীয় স্থান লাভ কৰি আহিছিল । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ১০০ চিনেমাৰ তালিকাতো ভাৰতৰ একমাত্ৰ এখন ছবি প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক , নিৰ্মাতা সত্যজিৎ ৰায়ৰ ‘’পথেৰ পাঁচালী ‘’ য়ে স্থান লাভ কৰিছে ।

ADVERTISEMENT

যিটো খবৰে এতিয়া সমগ্ৰ বাংলাৰ লগতে ভাৰতবাসীক গৌৰাৱাম্বিত কৰি তুলিছে । বিশ্ববৰেণ্য চিত্ৰপৰিচালক ৰায়ৰ ‘ পথেৰ পাঁচালী’ হৈছে এখন নৱ্য বাস্তৱিক ছবি । ৫০ দশকতে নিৰ্মাণ কৰা এই ছবিখনে বৰ্তমানেও প্ৰাসংগিক হৈ থকাৰ লগতে সকলো চিৰিয়াছ চিত্ৰমোদীৰ মন জয় কৰি আহিছে ।

RelatedPosts

No Content Available

dd6b184c eba4 4566 baec 6956c63168dc১১৭ বছৰ পুৰণা মাৰ্কিন চিনেমা প্ৰত্ৰিকা ‘ভেৰাইটি ‘ হৈছে বিশ্ব চিনেমাৰ নক্ষত্ৰস্বৰূপ । এই প্ৰত্ৰিকাত কোনো চিনেমাৰ কথা আলোচনা কৰা মানে ছবিখনে এক বিশেষ মৰ্যদা পোৱাৰ দৰে হয় ।

এই পত্ৰিকাতে প্ৰকাশ পাইছে এই তালিকা । য’ত বিশ্বৰ সৰ্বকালৰ উল্লেখযোগ্য ১০০ চিনেমাৰ নাম সন্নিবিষ্ট কৰিছে আৰু সেই তালিকাত ৰায়ৰ যুগজয়ী ছবি ‘পথেৰ পাঁচালী ‘ য়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে , এই তালিকাত ‘পথেৰ পাঁচালী’ য়ে ৫৫ নম্বৰ স্থানত ঠাই পাইছে । নিসন্দেহে এই খবৰে এতিয়া ভাৰতীয় চিনেমা জগতলৈ এক সু-খবৰ কঢ়িয়াই আনিছে । যিটো হ’ব ছবি নিৰ্মাতা তথা পৰিচালকৰ বাবে এটা বৃহৎ অনুপ্ৰেৰণা ।

e373fb39 51df 4818 b795 e4aa82dad2b8আনহাতে এই তালিকাৰ শীৰ্ষত আছে এলফ্ৰেড হিচককৰ চিনেমা ‘’চাইকো।‘’ ইয়াৰপাছতে আছে ‘দা উইজাৰ্ড অৱ ওজ’’ ,’ দা গডফাডাৰ ‘, ‘চিটিজেন কেন’, ‘পাল্প ফিকচন।‘ উল্লেখ্য যে , এই শীৰ্ষস্থানীয় তালিকাত চাৰ্লি চেপলিনৰ ‘ চিটি লাইটছ’ য়েও স্থান লাভ কৰিছে ।

b06b8175 1654 4da0 b54d b8ca79de125cইয়াৰোপৰি ষ্টিভেন স্পিলবাৰ্গৰ ‘ ইটি’ য়েও এই তালিকাত স্থান লাভ কৰিছে । সমান্তৰালকৈ ‘কেচাৰাঙ্কা’, ‘এলিয়েন’,’গন উইথ দা উইণ্ড’, ‘চাইলেন্স অৱ দা লাম্বচ’, ‘ লৰেন্স অৱ অৰাৰিয়া’, ১৯৩৩ চনৰ ‘কিং কং ‘, ‘চেভেন চামুৰাই’, জেমছ বণ্ডৰ চিনেমা ‘,’ গোল্ডফিঙ্গাৰ ‘ আদি ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Banga Flim IndustryIndian FlimIndian Flim Festival
publisher

publisher

Related Posts

Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !
International

February 3, 2023
Saudi Arabia : এক বছৰত চৌদি আৰৱত মৃত্যু দণ্ড ১৪৭ জনৰ!
International

Saudi Arabia : এক বছৰত চৌদি আৰৱত মৃত্যু দণ্ড ১৪৭ জনৰ!

February 2, 2023
Vitamin D : ৮৪ শতাংশ ভাৰতীয়ৰ শৰীৰত ভিটামিন ‘ডি’ৰ ঘটিছে অভাৱ
International

Vitamin D : ৮৪ শতাংশ ভাৰতীয়ৰ শৰীৰত ভিটামিন ‘ডি’ৰ ঘটিছে অভাৱ

February 2, 2023
Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ
India

February 1, 2023
Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে
International

Hindenburg Research : পূৰ্বেও একাধিক কোম্পানিক দেউলীয়া কৰিছিল হিণ্ডেনবাৰ্গে

January 31, 2023
China: চীনা ম’বাইল কোম্পানীৰ আধিপত্য হ্রাস, ২০২২ত অভিলেখ ব্যৱসায়িক পতন
International

China: চীনা ম’বাইল কোম্পানীৰ আধিপত্য হ্রাস, ২০২২ত অভিলেখ ব্যৱসায়িক পতন

January 31, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: