Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Ranjit Patgiri:ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ ‘ছেফটিপিন’ উন্মোচন

নাৰীয়ে জানে ছেফটিপিনৰ প্রয়োজনীয়তা :নীলিম কুমাৰ

publisher by publisher
December 30, 2022
in Uncategorized
Reading Time: 2 mins read
0
Ranjit Patgiri:ৰঞ্জিত পাটগিৰিৰ কাব্যগ্ৰন্থ ‘ছেফটিপিন’ উন্মোচন
0
SHARES
2
VIEWS
ShareShareShareShare

Ranjit Patgiri:

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ‘ছেফটিপিন’ শীৰ্ষক এখন কাব্যগ্ৰন্থ আজি উন্মোচন কৰা হয়। গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।

ADVERTISEMENT

উন্মোচকৰ ভাষণত কবি নীলিম কুমাৰে কয়-‘ছেফটিপিন পুৰুষে ব্যৱহাৰ নকৰে।নাৰীয়ে জানে ছেফটিপিনৰ প্রয়োজনীয়তা।গতিকে এইখন নাৰীকেন্দ্ৰিক কবিতা পুথি হ’ব বুলি অনুমান কৰিব পাৰি। ৰঞ্জিত পাটগিৰীয়ে দীর্ঘদিন ধৰি কবিতা লিখি আহিছে।

RelatedPosts

Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

New Assamese Movie ‘Anur’:২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ

২৩ জানুৱাৰীত ৰাজ্যৰ ৩২৫ টা স্থানত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ বহুচৰ্চিত ছবি ‘গৰু’ৱে

তেওঁৰ কবিতা সহজ-সৰল।সকলো পাঠকে বুজি পোৱা ধৰণে ৰঞ্জিতে কবিতা লিখা ‘। ইফালে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ‘অসমীয়া প্ৰতিদিন’ৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়-‘ৰঞ্জিত পাটগিৰি যিমান সহজ-সৰল ল’ৰা,সিমানে তেওঁৰ কবিতাও সহজ।

ৰঞ্জিত পাটগিৰীয়ে কবিতাৰে এচাম পাঠক সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে.’। আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কাব্য সমালোচক বিপুল শৰ্মাইও বক্তব্য ৰাখে।অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, কবি জোনমনি দাস

,মানসজ্যোতি,দ্বীপৰাজ,ৰাহুল গৌতম শৰ্মা,অভিজিত বৰা,মন্দিৰা গগৈকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।

ইফালে কাব্য সংকলন ‘ছেফটিপিন’ সন্দৰ্ভত কবি ৰঞ্জিত পাটগিৰিয়ে জনোৱা অনুসৰি গ্ৰন্থখনত বিগত প্ৰায় এটা দশকত লিখা বহু কেইটা কবিতা সন্নিবিষ্ট কৰা হৈছে ।

বিশেষকৈ কবিতা পুথিখনত সন্নিবিষ্ট প্ৰায়ভাগ কবিতাই প্ৰেমৰ কবিতা। গ্ৰন্থখনত থকা কবিতাসমূহ পঢ়ি পাঠকে এক সুকীয়া কাব্যৰস পাব বুলি কবি পাটগিৰিয়ে উল্লেখ কৰে।

গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ভাষা প্ৰকাশনে। ইফালে প্ৰকাশক মুকুট শৰ্মাইও ‘ছেফটিপিন’ কাব্যগ্ৰন্থখন পাঠকে আদৰি ল’ব বুলি আশা ব্যক্ত কৰে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: New Poetry BookNilim KumarRanjit PatgiriReleaseSafetypin
publisher

publisher

Related Posts

Youth 20 Inception Meeting : আই আই টি গুৱাহাটীত ৱাই-২০ দ্বিতীয় বৈঠকৰ যুৱ সমাৰোহত
Assam

February 8, 2023
Dispur Stamp Paper: মহানগৰীত ষ্টাম্প পেপাৰৰ কৃত্ৰিম নাটনি !

December 20, 2022
Former Director Of Library Services Arrested : লাখ লাখ টকা আত্মসাৎৰ অভিযোগত গ্ৰেপ্তাৰ

December 15, 2022
Zika Virus : কৰ্ণাটকত জিকা ভাইৰাছ !
India

Zika Virus : কৰ্ণাটকত জিকা ভাইৰাছ !

December 13, 2022
Delhi Airport: দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মানুহৰ ভিৰ

December 11, 2022
Crime : ২০ বছৰীয়া যুৱতীক ধৰ্ষণ , দুই যুৱকক ২০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ

December 10, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: