Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

    Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

    Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

    Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

    Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

    Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music

    Pathaan : বক্স অফিচত দ্রুতগতিত ৪০০ কোটি টকাৰ ব্যৱসায় কৰা প্রথম ছবিৰ স্বীকৃতি ‘পঠান’ক

    Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope : ৰাশিফল

    Horoscope : ৰাশিফল

    Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

    Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Kanaksen Deka:মহানগৰীৰ ৰেডিশ্বল ব্লু’ত নিউজ লাইভৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠান

বিশিষ্ট সাংবাদিক কনক সেন ডেকালৈ জীৱনজোৰা সাধনা বঁটা'২২ প্ৰদান প্ৰয়াত কাব্যঋষি নীলমণি ফুকনলৈ জীৱনজোৰা সাধনা বঁটা'২১ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা লাভলীনাবৰগো আৰু নয়ণমণি শইকীয়ালৈ

publisher by publisher
January 23, 2023
in India, Assam, News
Reading Time: 4 mins read
0
Kanaksen Deka:মহানগৰীৰ ৰেডিশ্বল ব্লু’ত নিউজ লাইভৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তিৰ বিশেষ অনুষ্ঠান
2
SHARES
17
VIEWS
ShareShareShareShare

Kanaksen Deka:

উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ উপগ্ৰহীয় নিউজ চেনেল ‘নিউজ লাইভ’ৰ পঞ্চদৰ্শ বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লুড অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷

ADVERTISEMENT

WhatsApp Image 2023 01 23 at 8.29.13 PM 1WhatsApp Image 2023 01 23 at 8.29.13 PMএই অনুষ্ঠানত চেনেলটোৱে ২০২২ বৰ্ষৰ বাবে আগবঢ়োৱা জীৱনজোৰা সাধনা বঁটা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা প্ৰদান কৰে অসমৰ সংবাদ জগতৰ মহীৰূহ, প্ৰবীন সাংবাদিক কনকসেন ডেকাক ৷

RelatedPosts

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

Cm Tweet : শুক্ৰবাৰৰ পৰা ৰাজ্যজুৰি বাল্য বিবাহ কৰা স্বামীৰ বিৰুদ্ধে অভিযান

Foot Bridge Opens At Fancy Bazar:মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই মুকলি হ’ল

WhatsApp Image 2023 01 23 at 8.29.12 PM 1অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাক প্ৰদান কৰা বঁটাটিত আছে এখন ফুলাম গামোচা,প্ৰশস্তি পত্ৰ,স্মৃতিপট আৰু দুই লাখ টকাৰ চেক ৷

স্মতৰ্ৱ্য যে ২০২১বৰ্ষৰ বাবে জীৱনজোৰা সাধনা বঁটা কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছিল যদিও যোৱা সপ্তাহত তেখেতৰ মহাপ্ৰয়াণ ঘটাত এই বঁটাটি তেখেতৰ বাসগৃহত গৈ পৰিয়ালৰ হাতত তুলি দিয়াৰ কথা সদৰি কৰে নিউজ লাইভৰ অভিভাৱক অনুষ্ঠান প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই ৷

WhatsApp Image 2023 01 23 at 8.29.14 PMএই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে নিউজ লাইভ’ৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা ২০২১ৰ বাবে বক্সাৰ লাভলীনা বৰগোহাঁই আৰু ২০২২ ৰ বাবে লনবন খেলুৱৈ নয়নমণি শইকীয়াক আনুষ্ঠানিকভাৱে প্ৰদান কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ বঁটাত আছে ফুলাম গামোচা,প্ৰশস্তি পত্ৰ,স্মৃতিপট আৰু দুই লাখ টকাৰ চেক ৷

WhatsApp Image 2023 01 23 at 8.29.15 PMজনপ্ৰিয় অভিনেতা কপিল শৰ্মাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই ৷

WhatsApp Image 2023 01 23 at 8.29.15 PM 1WhatsApp Image 2023 01 23 at 8.29.14 PM 1

সভাতে নিউজ লাইভৰ সুদীৰ্ঘ পৰিক্ৰমা সন্দৰ্ভত আলোকপাত কৰে চেনেলটোৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে ৷

WhatsApp Image 2023 01 23 at 9.14.37 PMWhatsApp Image 2023 01 23 at 9.14.39 PM

সভাত ৰাজ্যৰ কে’বা গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক,জ্যেষ্ঠ আমোলা- আৰক্ষী বিষয়া সহ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Achievement AwardArjun Nayanmoni SaikiaCm Himanta Biswa SarmaJibanjora Sadhana Awardkanaksen dekaLovlina BorgohainNews LivePride East Entertainment[p]LtdSarbaseshtha Asomiya Award
publisher

publisher

Related Posts

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা
Assam

Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

February 8, 2023
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

February 8, 2023
Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি
Assam

Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

February 8, 2023
Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

Assam Legislative Assembly New Bhawan : অতীত হ’ব অসম বিধানসভাৰ বৰ্তমানৰ ঠিকনা !

February 8, 2023
Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !
Entertainment

Sidharth – Kiara Wedding : বিয়াৰ পাছত কি পৰিকল্পনা বলিউডৰ জনপ্ৰিয় নৱদম্পতিৰ !

February 8, 2023
Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন
Assam

Srimanta Sankardev Sangha : প্ৰতিকূল বতৰকো নেওচি পূৰ্ব নিৰ্ধাৰিত সময়মতেই অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

February 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: