Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিছপুৰ প্ৰেছ ক্লাৱৰ ২০২১ বৰ্ষৰ বঁটা ঘোষণা,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট সাংবাদিক কনকসেন ডেকালৈ ‘জীৱনজোৰা সাধনা বঁটা ‘

বিভিন্ন শিতানত ১৯গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ব বঁটা

publisher by publisher
September 22, 2021
in Assam, News
Reading Time: 1 min read
0
দিছপুৰ প্ৰেছ ক্লাৱৰ ২০২১ বৰ্ষৰ বঁটা ঘোষণা,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট সাংবাদিক কনকসেন ডেকালৈ ‘জীৱনজোৰা সাধনা বঁটা ‘
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

সভাপতিৰ অভিভাষণ নাই, চৌদিশে চোৰৰ দৌৰাত্ম্য

আৰৱ সাগৰৰ পাৰত প্ৰবাসী অসমীয়া চেমনীয়াক অসমীয়া শিক্ষাৰ পাঠ

ক’ভিড সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ বাবে স্থগিত ৰখা দিছপুৰ প্ৰেছ ক্লাবৰ বঁটা প্ৰদান অনুষ্ঠানটি অহা তিনি অক্টোবৰ , ২০২১ তাৰিখে অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ১৯ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বাবে নিৰ্বাচিত কৰি দিছপুৰ প্ৰেছ ক্লাবে ২০২১ বৰ্ষৰ বাবে ঘোষণা কৰা বঁটা সমূহ উক্ত দিনা প্ৰদান কৰা হ’ব ।

ADVERTISEMENT

দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা, সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এক প্ৰেছ বিবৃতি যোগে কয় যে অসমৰ সাহিত্য-সংস্কৃতি আৰু সাংবাদিকতাৰ জগতখনলৈ গোটেই জীৱন ধৰি আগবঢ়াই অহা উল্লেখনীয় অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক – সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক “জীৱনজোৰা সাধনা বঁটা ” ২০২১ ৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

একেদৰে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি সংবাদক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ধৈৰ্য হাজৰিকাক ‘সম্পাদক বঁটা-২০২১,’সাংবাদিকৰ বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি অহা তথা সাংবাদিক সংগঠনসমূহক ঐক্যৱদ্ধ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বাবে নিউজ লাইভ চেনেলৰ জ্যেষ্ঠ সাংবাদিক তথা জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰীক ‘সাংবাদিক সংগঠক, কল্যাণ বঁটা – ২০২১ৰ বাবে নিৰ্বাচিত কৰিছে দিছপুৰ প্ৰেছ ক্লাবে৷

একেদৰে টেলিভিছনৰ নিউজ এংকৰ আৰু প্ৰযোজিকা হিচাপে বিদ্যুতিন সংবাদ মাধ্যমলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ডি ৱাই ৩৬৫ৰ মনিষা বৰুৱাক ‘নিউজ এংকৰ বঁটা-২০২১, ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক ৰেৱ কুমাৰ বৰালৈ “ফটো সাংবাদিকতা বঁটা ” ২০২১ ,সাংবাদিক আৰু সংবাদমাধ্যমৰ স’তে চৰকাৰৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা , মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিভিন্ন বা-বাতৰি যোগান ধৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি অহা বাবে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা প্ৰাক্তন সাংবাদিক নৱজিৎ পাটগিৰীক “সংবাদ বান্ধৱ বঁটা ” ২০২১ , ‘ অসমীয়া বোলছবি , ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক “অভিনেত্ৰী বঁটা ” ২০২১ , জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক ” উদীয়মান কণ্ঠশিল্পী বঁটা ” ২০২১ , অসমীয়া বোলছবি, টিভি ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ” “অভিনেতা বঁটা ” ২০২১ , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ডা: ৰক্তিম প্ৰতীম তামুলীক ‘জীৱন সঞ্জীৱনী বঁটা-২০২১ ’, যুৱ উদ্যোগী চিবচান্দ হাতিবৰুৱাক ” উদ্যোগী বঁটা ২০২১ , অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইক ” যুৱ ৰাজনীতিক বঁটা ” ২০২১ , সাহিত্য – সংস্কৃতি আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ উদ্যমী যুৱক ড° সঞ্জু বৰুৱাক “জাগ্ৰত যুৱক বঁটা ” ২০২১ , বিশিষ্ট সমাজসেৱক , পৰিবহন বিষয়া হিমাংশু দাসক “জনসেৱা বঁটা ‘ ২০২১ ,বিশিষ্ট লেখক অৱসৰপ্ৰাপ্ত বিষয়া নৱ ডেকা বৰাক “সমাজহৈতিষী বঁটা ” ২০২১ , জনগোষ্ঠীয় যুৱ নেতা গোকুল বৰ্মনক “যুৱ বন্ধু বঁটা ” ২০২১ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈক “সাহসী বঁটা ” ২০২১ , বিশিষ্ট সমাজসেৱক , মানৱ দৰদী ব্যক্তি কৃষ্ণ শৰ্মাক “মানৱ সেৱা বঁটা “২০২১ , সাংবাদিক – শিক্ষাবিদ তথা সমাজকৰ্মী লক্ষীপ্ৰসাদ ডেকাক ” যুৱ সমাজকৰ্মী বঁটাৰ বাবে নিৰ্বাচিত কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।

অহা তিনি অক্টোবৰ ২০২১ তাৰিখে লাষ্টগেটৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত নিৰ্বাচিত এইসকল বিশিষ্ট ব্যক্তিক বঁটা প্ৰদানেৰে সন্মানিত কৰা হ’ব৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: অসম সাহিত্য সভাজীৱনজোৰা সাধনা বঁটাদিছপুৰ প্ৰেছ ক্লাৱ
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d