Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Pressmeet In Janata Bhawan:সৰিয়হৰ সমৰ্থনমূল্য নিৰ্ধাৰণ চৰকাৰৰ

প্ৰতিকুইণ্টল সৰিয়হৰ মূল্য ৫,৪৫০ টকা ধাৰ্য, ধান ক্ৰয় কেন্দ্ৰতে বিক্ৰী কৰিব পাৰিব সৰিয়হ, সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

publisher by publisher
May 31, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Cm Pressmeet In Janata Bhawan:সৰিয়হৰ সমৰ্থনমূল্য নিৰ্ধাৰণ চৰকাৰৰ
3
SHARES
28
VIEWS
ShareShareShareShare

Cm Pressmeet In Janata Bhawan:

কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব ৰাজ্য চৰকাৰে । সৰিয়হৰ সমৰ্থন মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰিছে চৰকাৰে। প্ৰতি কুইণ্টল সৰিয়হৰ মূল্য ৫,৪৫০ টকা ধাৰ্য। বৰ্তমান মূল্যতকৈ এহেহাজাৰ টকা অধিক দাম লাভ কৰিব কৃষকে।

ADVERTISEMENT

একেদৰে ধান ক্ৰয় কেন্দ্ৰতে কৃষকে পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিব সৰিয়হ । অহা এসপ্তাহৰ ভিতৰত কাৰ্যক্ষম হ’ব প্ৰতিটো সৰিয়হ ক্ৰয় কেন্দ্ৰ।

RelatedPosts

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

Asomiya Yuva Mancha:জনতা ভৱনৰ সমীপত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ বিক্ষোভ কাৰ্যসূচী

Eighth Pay Commission will be formed:নৱবৰ্ষৰ প্ৰথম দিনটোত কইনাধৰাত মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ

উল্লেখ্য যে,৫০ লাখ মেট্ৰিকটন সৰিয়হ ক্ৰয়ৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আনহাতে এই সম্পৰ্কীয় বাজেটৰ বাবে ধাৰ্য কৰা হৈছে প্ৰয়োজনীয় পুঁজি। কৃষকে সৰিয়হ বিক্ৰী কৰাৰ তিনিদিনৰ ভিতৰত একাউণ্ট যোগে লাভ কৰিব ধন । আনহাতে কৃষকে বিচাৰিলে প্ৰদান কৰা হ’ব সৰিয়হৰ বীজ।

আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ” ৰাজ্য চৰকাৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ ধান ক্ৰয় কৰাৰ কথা৷ ধান ক্ৰয়ৰ দৰে সৰিয়হ ক্ৰয়ৰ কথাও কৈছিলোঁ ৷

প্ৰতি কুইণ্টল সৰিয়হ ৪৫০০.০০ টকা বজাৰত বিক্ৰী হয় ৷ আমি কিনিম ৫৪৫০.০০ টকাত। সৰিয়হ কিনাৰ কেন্দ্ৰ পৃথককৈ নকৰো৷ ৯২টা ধান ক্ৰয় কেন্দ্ৰতে কৃষকে সৰিয়হ বিক্ৰী কৰিব পাৰিব । মুঠ ১০১ টা সৰিয়হ বিক্ৰী কেন্দ্ৰত বিক্ৰী কৰিব পাৰিব। সৰিয়হ বিক্ৰীৰ ধন তিনি দিনৰ ভিতৰতে কৃষকে নিজৰ একাউণ্টত পাব। এইবাৰ আমি ৪৫ লাখ মেট্ৰিক টন সৰিয়হ কিনাৰ লক্ষ্য লৈছোঁ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কৃষকক শস্যৰ সমৰ্থন মূল্য দিবলৈ চেষ্টা কৰা হৈছে । তেওঁ লগতে কম দিনৰ ভিতৰতে দুগ্ধ পালকসকলকো ৰাজ সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰে । প্ৰতি লিটাৰত ৫ টকাকৈ ৰাজসাহায্য দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁ কয়– ”কৃষকক শোষণ কৰিব দিব নোৱাৰোঁ ।

উদ্যোগীয়ে কৃষকক উচিত মূল্য দিব লাগিব। চৰকাৰে কৃষকে উচিত মূল্য পোৱাৰ বাবেই বজাৰত হস্তক্ষেপ কৰিছে। গাখীৰৰ ৰাজ সাহায্য বছৰত এবাৰতে একেলগে পাব।”

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, এইবাৰ ৰাজ্যৰ ৫৮ হাজাৰ কৃষকে ধান বিক্ৰী কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, চৰকাৰে এইবাৰ পাঁচ লাখ ৭০ হাজাৰ মেট্ৰিক টন ধান কিনিছে ৷ আনহাতে ধান এইবাৰ বেছি উৎপন্ন হৈছে কাৰ্বি আংলং আৰু ধেমাজিত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm PressmeetJanata BhawanPurchase OF Mustard
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d