Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cooking Gas : মূল্যবৃদ্ধি, গেছ-ৰাজসাহায্য কার্যত শূন্য

publisher by publisher
May 8, 2022
in India, News
Reading Time: 1 min read
0
Cooking Gas : মূল্যবৃদ্ধি, গেছ-ৰাজসাহায্য কার্যত শূন্য
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Cooking Gas : পাঁচশ টকাত ৰন্ধন গেছ ! ঘোষণা হ’ল দেশৰ এখন ৰাজ্যত, কোনে কেতিয়াৰ পৰা পাব ?

পেট্র’লৰ দৰ এশ পাৰ হৈছিল । এইবাৰ ৰন্ধন গেছৰ দাম হেজাৰ পাৰ হ’ল । কিন্তু ৰন্ধন গেছত ৰাজসাহায্যৰ পৰিমাণ কার্যত শূন্য !

ADVERTISEMENT

শুকুৰবাৰে মাজ নিশা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ ৫০ টকা বঢ়োৱা হৈছে । উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফল প্রকাশৰ পাছত বিগত ডেৰ মাহত এই লৈ ৰন্ধন গেছৰ দাম ১০০ টকা বাঢ়িল । ইয়াৰ পূৰ্বে যোৱা ২২ মার্চত গেছৰ দাম ৫০ টকা বঢ়োৱা হৈছিল । আজি বিৰোধীসকলে অভিযোগ তুলিছে, বিগত পাঁচ বছৰ ধৰি ৰন্ধন গেছত নামমাত্র ৰাজসাহায্য দিছে নৰেন্দ্র মোদী চৰকাৰে । তাৰ ফলতেই সাধাৰণ মানুহৰ ওপৰত বোজা ক্রমশ বাঢ়িছে ।

আজি কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে, “ইউপিএ চৰকাৰৰ আমোলত চিলিণ্ডাৰৰ দাম আছিল ৪১৪ টকা । প্রতি চিলিণ্ডাৰত ৮২৭ টকাকৈ ৰাজসাহায্য দিয়া হৈছিল । আজি, দিল্লীত প্রতি চিলিণ্ডাৰৰ দাম ৯৯৯.৫০ টকা । কিন্তু ৰাজসাহায্যৰ পৰিমাণ শূন্য ।”

কেন্দ্রীয় চৰকাৰৰ ‘পেট্র’লিয়াম প্লেনিং এনালিছিছ চেল’-ৰ পৰিসংখ্যা দাঙি ধৰি কংগ্রেছে দাবী কৰিছে, ২০১৬-১৭ৰ পৰা ২০২০-২১— এই পাঁচ বছৰত ৰন্ধন গেছ কার্যত কোনো ৰাজসাহায্য দিয়া নাই মোদী চৰকাৰে । চৰকাৰী পৰিসংখ্যাত কোটি টকাৰ অংকত ৰাজসাহায্য দেখুওৱা হৈছে । ৰাজসাহায্যৰ পৰিমাণ ইমানেই কম যে, এই পাঁচ বছৰত ৰাজসাহায্যৰ কোনো তথ্যই নাই ! বিগত বিত্ত বৰ্ষ, অর্থাৎ, ২০২১-২২টো ৰাজসাহায্যৰ তথ্য নাই । কংগ্রেছৰ অভিযোগ, ৰাজসাহায্য দিয়াই হোৱা নাই, সেয়ে তথ্যও নাই ।

চৰকাৰী তথ্য অনুসৰি, ২০১৪-ৰ মে’ত দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আছিল ৪১৪ টকা । সম্প্ৰতি এই দৰ ৯৯৯ টকা ৫০ প‌ইচা । অর্থাৎ আঠ বছৰত দাম বাঢ়িছে ৫৮৫ টকা ৫০ প‌ইচা । ইয়াৰ ভিতৰত যোৱা ডেৰ মাহতেই ১০০ টকা দাম বাঢ়িছে ।

বিগত দুমাহত হোটেল-ৰেস্তোৰাঁত ব্যৱহৃত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য‌ও ৪৫৭.৫০ টকা বাঢ়িছে । কংগ্রেছৰ বক্তব্য, এইবোৰৰ পৰা লক্ষ্যভ্ৰষ্ট কৰিবলৈয়ে বিগত আঠ বছৰে বিজেপিয়ে মানুহৰ শব্দকোষত নতুন নতুন শব্দ যোগ কৰিছে । যেনে, টুকুৰা টুকুৰা গেং, লাভ জিহাদ, ঝটকা বনাম হালাল, হনুমান চালিছা বনাম আজান, বুলডোজাৰ । কাৰণ, এইবোৰ বিষয় দাঙি নধৰিলে, সমাজত অশান্তিৰ সৃষ্টি নকৰিলে জনসাধাৰণ মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিব ।

প্রধানমন্ত্রী হোৱাৰ আগতে মোদীয়ে গেছৰ দামবৃদ্ধিক লৈ কংগ্রেছক কটাক্ষ কৰি জনসভাত কৈছিল, ‘ভোট দিব যোৱাৰ আগতে গেছৰ চিলিণ্ডাৰত নমস্কাৰ কৰিব । তেওঁলোকে মানুহৰ পৰা গেছ কাঢ়ি ল’ব বিচাৰিছে ।’ নিৰ্বাচনত জয়ী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক ৰন্ধন গেছৰ ৰাজসাহায্য প্ৰত্যাহাৰ কৰাৰ আবেদন জনাইছিল । বিৰোধীসকলৰ অভিযোগ, এইবাৰ বৰ্ধিত মূল্যৰ ফলত সাধাৰণ মানুহে ৰন্ধন গেছ ব্যৱহাৰ কৰাই বাদ দিব লাগিব ।

আজি দিল্লীত সাংবাদিক সন্মিলনত ৰন্ধন গেছৰ চিলিণ্ডাৰত মালা পিন্ধাই, সন্মুখত ধূপকাঠি জ্বলাই কংগ্রেছৰ মুখপাত্র পৱন খেৰাই কয়, “৬৫ ঘণ্টাত তিনি দেশৰ ভ্ৰমণ কৰি, বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰি, ৬০ বাৰ ফটোশ্ব্যুট কৰি ছাহেব ভাৰতত উভতিল । আহিয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াই দিলে !”

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে গেছৰ মূল্যবৃদ্ধিক ‘গ্রেট ইণ্ডিয়ান লুট’ বুলি আখ্যা দিছে । তেওঁৰ দাবী, “কেন্দ্রীয় চৰকাৰে অবিলম্বে দেশৰ মানুহৰ ওপৰত এই অত্যাচাৰ বন্ধ কৰক । বাৰে বাৰে ইন্ধন, ৰন্ধন গেছ, নিত্যপ্রয়োজনীয় সামগ্ৰীৰ দাম বঢ়াই বিজেপিয়ে গ্রেট ইণ্ডিয়ান লুট চলাইছে ।”

‘পেট্র’লিয়াম প্লেনিং এনালিছিছ চেল’-ৰ পৰিসংখ্যা অনুযায়ী, মনমোহন সিং চৰকাৰৰ শেষ বছৰ অর্থাৎ ২০১৩-১৪-ত ৰন্ধন গেছত ৪৬ হেজাৰ ৫০০ কোটি টকাৰো অধিক ৰাজসাহায্য দিয়া হৈছিল । মোদী চৰকাৰৰ প্রথম বছৰ, ২০১৪-১৫-ত ৰন্ধন গেছৰ ৰাজসাহায্যৰ পৰিমাণ আছিল ৩৬ হেজাৰ পাঁচশ কোটি টকাৰো অধিক । তাৰ পাছৰ বছৰতেই ৰাজসাহায্যৰ পৰিমাণ ১৮ কোটি টকাৰ কম হয় । তাৰ পাছৰ পৰা ৰাজসাহায্যৰ অংক নামমাত্র ।

বিগত বিত্ত বৰ্ষৰ তথ্যই নাই । চৰকাৰী সূত্রৰ দাবী, ২০২১-২২-ৰ প্রথম ন মাহত ৰন্ধন গেছত প্রায় ২,৭০৬ কোটি টকা ৰাজসাহায্য দিয়া হৈছে । চলিত বিত্ত বৰ্ষত ৰন্ধন গেছত ৰাজসাহায্যৰ বাবদ চাৰি হেজাৰ কোটি টকা আবণ্টন কৰা হৈছে । অৱশ্যে শেষ পর্যন্ত কিমান খৰচ হ’ব, সেয়া এতিয়াই ক’ব নোৱাৰি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cooking Gas
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d