Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰথমবাৰলৈ অসমৰ ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব ছটা সংস্থাই

বজাৰলৈ ফচল অনাৰ ৰাজসাহায্যযুক্ত এহেজাৰ বাহন : কৃষিমন্ত্ৰী

publisher by publisher
December 23, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
প্ৰথমবাৰলৈ অসমৰ ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব ছটা সংস্থাই
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

প্ৰথমবাৰৰ বাবে অসমত উৎপাদিত ১০ লাখ মেট্ৰিক টন ধান ভাৰতীয় খাদ্য নিগম (এফচিআই)কে মুখ্য কৰি কে’বাটাও সংস্থাই ক্ৰয় কৰিব । কালি বিধানসভাত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংস্থাসমূহে ক্ৰয় কৰা ধানৰ পৰিমাণ বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো বিধায়কক পথৰ উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা সক্ৰিয়তাৰ দৰে নিজ নিজ সমষ্টিত ধান ভঙা কল আৰু গুদামঘৰ স্থাপনতো অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ।

ADVERTISEMENT

উল্লেখ্য যে এফচিআয়ে অসমৰ পৰা ক্ৰয় কৰা ধানৰ পৰিমাণক লৈ কালি বিধানসভাত কে’বাটাও প্ৰশ্ন উত্থাপন হয় । এইসমূহৰ উত্তৰ হিচাপে মুখ্যমন্ত্ৰীয়ে এই বক্তব্য আগবঢ়োৱাৰ লগতে কয়, ‘এফচিআয়ে চাউল নিকিনে । ধানহে ক্ৰয় কৰে । নিজ নিজ সমষ্টিৰ কৃষকে যাতে ধান বিক্ৰী কৰিবলৈ সক্ষম হয় তাৰ বাবে বিধায়কসকলে উদ্যোগ ল‌ওক । ধান ক্ৰয় কেন্দ্ৰ ক’ত স্থাপন কৰিলে সুবিধা হ’ব সেই সিদ্ধান্ত‌ও বিধায়কসকলে ল’ব লাগিব । এফচিআয়ে ধান ক্ৰয় কৰি তাতেই চাউললৈ পৰিৱৰ্তন কৰে । মুখ্যমন্ত্ৰী গ্ৰাম যোজনাৰ পৰা ধান ভঙা কল স্থাপন আৰু গুলাম ঘৰ স্থাপনৰ সুযোগ কৃষকে ল’ব লাগে । এফচিআয়ে সৰ্বভাৰতীয় পৰ্যায়ত ধাৰ্য কৰা প্ৰতি কুইণ্টল ধান অসমতো ক্ৰয় কৰিব । প্ৰতি কুইণ্টল ধানৰ ন্যূনতম সমৰ্থিত মূল্য হ’ল ১,৯৪০ টকা । সেই ধন উৎপাদকৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে সোমাব । পঞ্জাৱ, হাৰিয়ানাৰ দৰে আমাৰ কৃষকেও ধন পাব । গতিকে ইয়াত মধ্যভোগীৰ কথা নাহে ।’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ধান ক্ৰয়ৰ ক্ষেত্ৰত এফচিআয়ে কৃষকৰ মাটিৰ কাগজ-পত্ৰ বিচাৰে । অসমৰ ক্ষেত্ৰত এইবাৰ সেই নিয়ম শিথিল কৰিছে । গতিকে কৃষকসকলৰ যাতে মাটিৰ কাগজ-পত্ৰ থাকে তাৰ উদ্যোগো বিধায়কসকলক ল’বলৈ তেওঁ আহ্বান জনায় । ইয়াৰ বাবে অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ সহায় ল’বলৈ তেওঁ বিধায়কসকলক পৰামৰ্শ আগবঢ়ায় । এই সকলোবোৰ হৈ উঠিলে খাদ্য নিগমে অসমৰ পৰা ২০ লাখ কুইণ্টল পৰ্যন্ত ধান ক্ৰয় কৰিব বুলি বিধানসভাক অৱগত কৰে ।

জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে ধান ভঙা কল আৰু গুদাম স্থাপনত চৰকাৰে সহযোগ কৰিব লাগে বুলি কয় । মুখ্যমন্ত্ৰীয়ে তেতিয়া কয়, ‘ম‌ইতো সেয়াই কৈ আছো । চৰকাৰে সহযোগ কৰিব । উদ্যোগ ল’ব লাগিব বিধায়কে । আপোনালোকে ল‌ওক । আমিতো আৰু জনিয়া-বাঘবৰলৈ নাযাও ।’

প্ৰসংগক্ৰমে উল্লেখ মে, বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী অতুল বৰাই সদৰী কৰে যে অসমত ধানৰ মুঠ উৎপাদন পৰ্যাপ্ত পৰিমাণে বৃদ্ধি হৈছে । ২০১৭-১৮ত উৎপাদিত ধানৰ পৰিমাণ আছিল ৮২,৪০,৯৭৪ মেট্ৰিকটন । ২০১৮-১৯ত উৎপাদন হয় ৮৯,২৯,৯৯৩ মেট্ৰিকটন আৰু ২০১৯-২০ত উৎপাদন হয় ৮১,২১,৫২৮ মেট্ৰিকটন । অসমত এফচিআইৰ উপৰি ধান ক্ৰয় কৰা সংস্থাকেইটা নাফেদ, এন‌এচিঅ’এফ, এএফচিএছচিএল, এনচিচিএফ আৰু এএছ‌এমবি বুলি মন্ত্ৰী বৰাই সদৰী কৰে ।

ইপিনে, বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত বৰাই সদৰী কৰে যে ২০২০-২১ত অসমৰ ২.১১ লাখ মেট্ৰিকটন ধান এই সংস্থাবোৰে ক্ৰয় কৰিছিল । ২০১৯-২০ত ক্ৰয় কৰা পৰিমাণ আছিল ৩.১৫ লাখ মেট্ৰিকটন । ২০১৮-১৯ত ক্ৰয় কৰিছিল ১.৫৩ লাখ মেট্ৰিকটন । ২০১৭-১৮ আৰু ২০১৬-১৭ত সেই পৰিমাণ আছিল ক্ৰমে ০.৫৩ লাখ মেট্ৰিকটন আৰু ০.৬৯ লাখ মেট্ৰিকটন । ইয়াৰ বিপৰীতে এইবাৰ ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে ।

প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিমাণৰ ধান ক্ৰয়ৰ লক্ষ্য সংস্থাবোৰে লৈছে যদিও এই পৰ্যন্ত অসমত ক্ৰয় কেন্দ্ৰবোৰ সম্পূৰ্ণকৈ স্থাপন নকৰাৰ অভিযোগ কৰে মনোৰঞ্জন তালুকদাৰে । তেওঁ কয়, ‘বিক্ৰী কেন্দ্ৰ এতিয়ালৈ খোলাই নাই । ডিচেম্বৰৰ প্ৰথমতে ধান ক্ৰয় আৰম্ভ হ’ব লাগিছিল, কিন্তু নাই হোৱা । তদুপৰি য’ত প্ৰয়োজন তাতহে কেন্দ্ৰ স্থাপন কৰিব লাগে; কিন্তু বহুক্ষেত্ৰত তাৰ বিপৰীতহে হোৱা দেখা গৈছে ।’ ইয়াৰ ভিতৰত মন্ত্ৰী বৰাই কয় যে ইতিমধ্যে বিক্ৰী আৰম্ভ হৈছে । কিন্তু অসমৰ ধানত আৰ্দ্ৰতা বেছি থকা বাবে অলপ অসুবিধা হৈছে । অখিল গগৈয়ে তেতিয়া কয় যে অলপ ৰ’দাই দিলেই আৰ্দ্ৰতা কমি যায় । ধান বিক্ৰী কৰা সন্দৰ্ভত কৃষকসকলৰ মাজত সজাগতা সৃষ্টিৰ তেওঁ আহ্বান জনায় ।

এই আলোচনাত বিপিএফৰ বিধায়ক দুৰ্গা দাস বড়োৱে অংশ লৈ অভিযোগ কৰে যে দৰং জিলাত যথেষ্ট পৰিমাণৰ ধান উৎপাদন হয় অথচ কোনো কৃষি বিষয়াই ক’ত ধান বিক্ৰী কেন্দ্ৰ স্থাপন কৰিব সেই বিষয়ে বিধায়ককো অৱগত কৰা নাই । বিগত বৰ্ষত ধান বিক্ৰী কৰি লাভবান হোৱা ৭০ শতাংশই মধ্যভোগী আছিল বুলি বড়োৱে উল্লেখ কৰে । ইয়াৰ ফলত অধিকাংশ প্ৰকৃত কৃষকে উচিত মূল্য লাভৰ পৰা বঞ্চিত হয় । তেতিয়া মন্ত্ৰী বৰাই কয়, ‘কৃষকে যাতে উৎপাদিত ফচল বিক্ৰী কেন্দ্ৰ তথা বজাৰলৈ আনিব পাৰে তাৰ বাবে ৰাজসাহায্য দি এহেজাৰ বাহন কৃষকক দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছো ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKHIL GOGOIAtul BoraFCIHimanta Biswa SarmaPaddy
publisher

publisher

Related Posts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান
India

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান
International

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস

October 24, 2026
মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d