Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

    Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা

    Three Rohingya Girls Arrested in Tripura:ত্ৰিপুৰাত আটক তিনি ৰোহিংগীয়া কিশোৰী

    Nagalend Deadbody Recovered In Sonari Youth:নাগালেণ্ডত নৃশংস হত্যা অসমৰ যুৱকক

    Road Accident In Ganeshguri:গুৱাহাটীৰ গণেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

    Maligaon Accident:মালিগাঁৱৰ নীলাচল উৰণীয়া সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা

    Karbianglong:বাঁহত কাপোৰ বান্ধি অসুস্থ মহিলাক লৈ চিকিৎসালয়লৈ যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

State Government Aims to set Nine Records with the Amrit Vriksha Movement:আজি অমৃত বৃক্ষ আন্দোলনেৰে নটা ৰেকৰ্ড গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ৰাজ্যত একেলগে ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ, জনতা ভৱনত চৌহদত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী হিমন্তহ বিশ্ব শৰ্মাই

publisher by publisher
September 17, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
State Government Aims to set Nine Records with the Amrit Vriksha Movement:আজি অমৃত বৃক্ষ আন্দোলনেৰে নটা ৰেকৰ্ড গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
2
SHARES
24
VIEWS
ShareShareShareShare

ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা কাৰ্যসূচী অমৃত বৃক্ষ

ADVERTISEMENT

State Government Aims to set Nine Records with the Amrit Vriksha Movement:

আন্দোলনেৰে ৯টা ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে দেওবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰোপণ কৰা হয় ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি।

RelatedPosts

No Content Available

আনহাতে পুৱাভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত চৌহদত গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কৰিয়ে মুখ্যমন্ত্ৰী শৰ্মাই সম্বোধন এক সংবাদমেল ।

amrit biksha 2এই সংবাদমেলত তেওঁ কয় যে, ‘‘আজি ৰাজ্য খনৰ বাবে এক উল্লেখযোগ্য দিন। আজি একে লগে ৰাজ্যৰ ভিন ভিন স্থানত ৰোপণ কৰা হ’ব ১ কোটি গছপুলি ৰোপণ।
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৩,২২,৪৪৪ গছপুলি বিতৰণ কৰি অসমে অভিলেখ গঢ়াৰ লগতে বিগত ২৪ ঘণ্টাত ৮.৮১ লাখ গছপুলি ৰোপণ কৰা হয় বুলি সদৰি কৰে।

আজি এই বৃহৎ গছ পুলি ৰোপনৰে অসমে আন এক অভিলেখ স্থাপন কৰিছে। প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ হাতত থকা পূৰ্বৰ অভিলেখ ভংগ অসমে কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ৯ ছেপ্তেম্বৰৰ অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ হয় ৷ এই দিনটোট ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ শাৰী শাৰীকৈ গছপুলি ৰোপণেৰে প্ৰথমটো ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰাৰ বিপৰীতে ১০ ছেপ্তেম্বৰত ৩ লাখ ২২ হাজাৰ গছপুলি বিতৰণেৰে আনটো ৰেকৰ্ড গঢ়াৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰে।

amrit bikdha 3১১ ছেপ্তেম্বৰৰ দিনা জাপানৰ ৰেকৰ্ড ভংগ কৰি ইউটিউৱত পৰিৱেশ বহনক্ষম বিষয়ত পোনপটীয়া সম্প্ৰচাৰৰ ৰেকৰ্ডৰ আন এক চেষ্টা চলায় অসম চৰকাৰে ৷একেদৰে পাকিস্থানৰ হাতত থকা বিশ্ব ৰেকৰ্ড অসমে ভংগ কৰি ২৪ ঘণ্টাত ৮ লাখ ৮১ হাজাৰ গছপুলি ৰোপণ কৰে।

ইয়াৰোপৰি ছয় লাখ ৩২ হেজাৰ গছপুলিৰে মাৰ্ঘৰিটাত অসমৰ মেপখনৰ এখন ছবি উপস্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ ইয়াত .৮৫ হেক্টৰ ভূমিত ৰোপণ কৰা উল্লিখিত পৰিমাণৰ গছ পুলি ৷

আনহাতে ১ ঘণ্টাত ৩.৩১ লাখ গছপুলি ৰোপণ কৰি অভিলেখৰ দিশে আগবাঢ়ে অসম।অমৃত বৃক্ষ আন্দোলনৰৰ জৰিয়তে বৃহৎ বৃক্ষৰোপণ কাৰ্যসুচীত ৰাজ্য খনৰ ৭০ লাখ লোকক অন্তভূক্ত কৰাবলৈ চৰকাৰ সক্ষম হয় বুলি সদৰি কৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ‘‘গছপুলি ৰোপণ কৰি পৰিৱেশৰ প্ৰতি এক মৰম সৃষ্টি কৰিব বিচাৰিছো। আজি ৭০ লাখ পৰিয়ালক এই আন্দোলনত যোগদান কৰাবলৈ সক্ষম হৈছো।’’

amrit bisha 4স্মতৰ্ৱ্য যে ৰাজ্য চৰকাৰে অহা বছৰত ৫ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি দেওবাৰে ৰোপণ কৰা গছ পুলিসমূহৰ তিনি বছৰ পিছত ফটো সংগ্ৰহ কৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

তদুপৰি মুখ্যমন্ত্ৰীয়ে ৮০% গছপুলি যাতে সংৰক্ষিত হয় তাৰ বাবে বন বিভাগক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায়।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Amrit Vriksha MovementAssam Govt ProgrammePlanting Of SaplingWorld Recored
publisher

publisher

Related Posts

Antyodaya Diwas At The State BJP Headquarters:ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্ত্যোদয়া দিৱস আৰু জন্মোৎসৱৰ আয়োজন
Assam

September 25, 2023
Asian Games:এছিয়ান গেমছত ভাৰতৰ  স্বৰ্ণ অৰ্জন
India

Forty Thousand Yaba Tablets Seized In Silchar:আৰক্ষী-চিআৰপিএফৰ যৌথ অভিযানত জব্দ ৪ কোটি টকাৰো অধিক মূল্যৰ য়াবা

Airforce Hospital Employee Arrested:ৰৰৈয়াস্থিত এয়াৰফৰ্চ হাস্পতালত বিত্তীয় কেলেংকাৰী
Assam

Airforce Hospital Employee Arrested:ৰৰৈয়াস্থিত এয়াৰফৰ্চ হাস্পতালত বিত্তীয় কেলেংকাৰী

September 25, 2023
Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?
Assam

Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

September 25, 2023
Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা
Assam

Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা

September 25, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: