Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State Government Aims to set Nine Records with the Amrit Vriksha Movement:আজি অমৃত বৃক্ষ আন্দোলনেৰে নটা ৰেকৰ্ড গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ৰাজ্যত একেলগে ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ডৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ, জনতা ভৱনত চৌহদত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰী হিমন্তহ বিশ্ব শৰ্মাই

publisher by publisher
September 17, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
State Government Aims to set Nine Records with the Amrit Vriksha Movement:আজি অমৃত বৃক্ষ আন্দোলনেৰে নটা ৰেকৰ্ড গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আৰম্ভ হোৱা কাৰ্যসূচী অমৃত বৃক্ষ

ADVERTISEMENT

State Government Aims to set Nine Records with the Amrit Vriksha Movement:

আন্দোলনেৰে ৯টা ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে দেওবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰোপণ কৰা হয় ১ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি।

আনহাতে পুৱাভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত চৌহদত গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কৰিয়ে মুখ্যমন্ত্ৰী শৰ্মাই সম্বোধন এক সংবাদমেল ।

amrit biksha 2এই সংবাদমেলত তেওঁ কয় যে, ‘‘আজি ৰাজ্য খনৰ বাবে এক উল্লেখযোগ্য দিন। আজি একে লগে ৰাজ্যৰ ভিন ভিন স্থানত ৰোপণ কৰা হ’ব ১ কোটি গছপুলি ৰোপণ।
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৩,২২,৪৪৪ গছপুলি বিতৰণ কৰি অসমে অভিলেখ গঢ়াৰ লগতে বিগত ২৪ ঘণ্টাত ৮.৮১ লাখ গছপুলি ৰোপণ কৰা হয় বুলি সদৰি কৰে।

আজি এই বৃহৎ গছ পুলি ৰোপনৰে অসমে আন এক অভিলেখ স্থাপন কৰিছে। প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ হাতত থকা পূৰ্বৰ অভিলেখ ভংগ অসমে কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ৯ ছেপ্তেম্বৰৰ অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ হয় ৷ এই দিনটোট ২২ কিলোমিটাৰ দৈৰ্ঘ্যৰ শাৰী শাৰীকৈ গছপুলি ৰোপণেৰে প্ৰথমটো ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰাৰ বিপৰীতে ১০ ছেপ্তেম্বৰত ৩ লাখ ২২ হাজাৰ গছপুলি বিতৰণেৰে আনটো ৰেকৰ্ড গঢ়াৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰে।

amrit bikdha 3১১ ছেপ্তেম্বৰৰ দিনা জাপানৰ ৰেকৰ্ড ভংগ কৰি ইউটিউৱত পৰিৱেশ বহনক্ষম বিষয়ত পোনপটীয়া সম্প্ৰচাৰৰ ৰেকৰ্ডৰ আন এক চেষ্টা চলায় অসম চৰকাৰে ৷একেদৰে পাকিস্থানৰ হাতত থকা বিশ্ব ৰেকৰ্ড অসমে ভংগ কৰি ২৪ ঘণ্টাত ৮ লাখ ৮১ হাজাৰ গছপুলি ৰোপণ কৰে।

ইয়াৰোপৰি ছয় লাখ ৩২ হেজাৰ গছপুলিৰে মাৰ্ঘৰিটাত অসমৰ মেপখনৰ এখন ছবি উপস্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ ইয়াত .৮৫ হেক্টৰ ভূমিত ৰোপণ কৰা উল্লিখিত পৰিমাণৰ গছ পুলি ৷

আনহাতে ১ ঘণ্টাত ৩.৩১ লাখ গছপুলি ৰোপণ কৰি অভিলেখৰ দিশে আগবাঢ়ে অসম।অমৃত বৃক্ষ আন্দোলনৰৰ জৰিয়তে বৃহৎ বৃক্ষৰোপণ কাৰ্যসুচীত ৰাজ্য খনৰ ৭০ লাখ লোকক অন্তভূক্ত কৰাবলৈ চৰকাৰ সক্ষম হয় বুলি সদৰি কৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ‘‘গছপুলি ৰোপণ কৰি পৰিৱেশৰ প্ৰতি এক মৰম সৃষ্টি কৰিব বিচাৰিছো। আজি ৭০ লাখ পৰিয়ালক এই আন্দোলনত যোগদান কৰাবলৈ সক্ষম হৈছো।’’

amrit bisha 4স্মতৰ্ৱ্য যে ৰাজ্য চৰকাৰে অহা বছৰত ৫ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি দেওবাৰে ৰোপণ কৰা গছ পুলিসমূহৰ তিনি বছৰ পিছত ফটো সংগ্ৰহ কৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

তদুপৰি মুখ্যমন্ত্ৰীয়ে ৮০% গছপুলি যাতে সংৰক্ষিত হয় তাৰ বাবে বন বিভাগক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amrit Vriksha MovementAssam Govt ProgrammePlanting Of SaplingWorld Recored
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d