Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

জাপানৰ নিশিয়ামা ওনচেন কেইয়ুন কান বিশ্বৰ প্রাচীনতম হােটেল

publisher by publisher
December 22, 2020
in News
Reading Time: 1 min read
0
জাপানৰ নিশিয়ামা ওনচেন কেইয়ুন কান বিশ্বৰ প্রাচীনতম হােটেল
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

চৰাইখানা, মুছাফিখানা, পান্থ নিবাসৰ পৰা আহি পাশ্চাত্যৰ ইন’। বিভিন্ন নামেৰে প্রচীন কালৰে পৰা অতিথিক সেৱা কৰি আহিছে বিশ্রামগৃহ বিলাকে। অৱশ্যে আজি সকলাে মিলি ‘হােটেল’ৰ নামত সকলাে একাকাৰ হৈ পৰিছে। ইংৰাজীত এই শব্দটো আহিছে ফৰাচী শব্দ ‘ওতেল’ৰ পৰা। এই ক্ষেত্ৰত এডাল চেইনৰ দৰে সময়ক সামৰি থৈছে জাপানৰ এখন হােটেলে। বিশ্বৰ এইখন প্রাচীনতম হােটেল। নাম ‘নিশিয়ামা ওনচেন কেইন কান’।

ADVERTISEMENT

এই হােটেলখনে ৭০৫ খ্রীষ্টাব্দৰ পৰাই অতিথি সেৱা অব্যাহত ৰাখিছে। জাপানৰ ফুজিয়ামা পৰ্বতৰ ওচৰত থকা এই হােটেলখন পর্যটকৰ বাবে অতিকৈ প্রিয়। এটা পৰিয়ালৰ ৫২টা প্রজন্মই পর্যায়ক্রমে হােটেলখনৰ দায়িত্বভাৰ বহন কৰি আহিছে। প্রাচীনতম সময়ৰে পৰা একেধাৰে সক্রিয় হৈ থকা হেতুকে ২০১১ত হােটেলখনে গিনিজ বুক অৱ ৱর্ল্ড ৰেকৰ্ডত স্থান দখল কৰিবলৈকো সক্ষম হৈছে।

১৩১৫ বছৰ পুৰণি হােটেলখনৰ প্ৰথমজন গৰাকীৰ দায়িত্ব বহন কৰিছিল ফুজিৱাৰা মাহিতােৰে। ফুজিৱাৰাৰ পিতৃ আছিল জাপানৰ ৩৮ সংখ্যক সম্রাট তেনজিৰ অতিকৈ ঘনিষ্ঠ। স্থাপন কালৰ সময়ৰে পৰা ফুজিৱাৰাৰ বংশধৰসকলেই হােটেলখনৰ গৰাকী স্বত্ব দখল কৰি আহিছে। এনে গৰাকীৰ ভিতৰত অৱশ্যে তুলি লােৱা সন্তানাে আছে। সময়ৰ স’তে হােটেলখনৰ এতিয়ালৈ বহু পৰিৱর্তন সাধন কৰা হৈছে, কিন্তু এই পৰিৱর্তনৰ মাজতাে জাপানৰ পৰম্পৰাগত ৰীতি-নীতিক ধৰি ৰখা হৈছে। সুপ্রাচীন এই হােটেলৰ মূল আকর্ষণ হ’ল উষ্ণ প্রস্রবন।

চামুৰাই যােদ্ধা, প্রথ্যাত ৰাজনীতিকসহ বিভিন্ন ক্ষেত্ৰৰ বহু খ্যাতনামা ব্যক্তিয়ে প্রাচীন কালৰে পৰা এই হােটেলখনৰ আতিথ্য গ্রহণ কৰি আহিছে। বর্তমান এই হােটেলত এনিশাৰ নিম্নতম ব্যয় ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩৫ হেজাৰ টকাৰাে অধিক। জাপানৰ হায়াকাওৱা প্রদেশৰ আকাইছি পবর্তৰ পাদদেশত হােটেলখনৰ উষ্ণ জলৰাশিৰ উৎস হ’ল স্থানীয় হাকুহাে প্রস্রবন। অতিথিৰ বাবে হােটেলখনত মুঠতে ৩৭টা ঘৰ আছে।

কেইবছৰমান পূর্বে হােটেলখনৰ প্ৰতিটো ঘৰেই উষ্ণ জলৰাশি লাভ কৰিব পৰাৰ ব্যৱস্থা কৰা হয়। যাতে অতিথিসকলে হট প্রিং বাথ’ৰ সুবিধা নিজে থকা ঘৰটোতেই লাভ কৰিব পাৰে তেনে উদ্দেশ্যেৰেই এই ব্যৱস্থা কৰা হৈছে। ফুজিয়ামা পৰ্বতৰ ওচৰত থাকিলেও কিন্তু হােটেলখনৰ পৰা পর্বতখন দেখিবলৈ পােৱা নাযায়। অৱশ্যে হােটেলখনৰ পৰা পৰিষ্কাৰ আকাশত পূর্ণিমাৰ চন্দ্র চোৱাটো আন এক আকর্ষণ। ইয়াৰ বাবে হােটেলত আছে মুন ভিউয়িং’ মঞ্চ।

বিভিন্ন সাজ-সজ্জাৰ বাহিৰেও হােটেলৰ কৰ্মীসকলৰ পােছাকতাে দেখিবলৈ পােৱা যায় জাপানৰ ঐতিহ্য। হােটেলখনত বিভিন্ন খাদ্য সমাহাৰ লাভ কৰিলেও পর্যটকৰ বাবে প্রথম পছন্দ হৈছে জাপানী খাদ্য। প্রাচীনতম ঐতিহ্য অব্যাহত ৰাখি বিশ্বৰ বিভিন্ন প্রান্তত এতিয়াও বহুকেইখন হােটেলে সেৱা আগবঢ়াই আহিছে। ইংলণ্ডৰ নউইচৰ ‘মেইডছ হেজ হােটেল এই ক্ষেত্ৰত অন্যতম। পঞ্চদশ শতিকাতে প্রতিষ্ঠিত এই হােটেলখনৰ ৱৰ্কৰূমত বহি চাহৰ পিয়লাত চুমুক দিয়াৰ মজাই পৃথক।

ইংলণ্ডৰ আন এখন প্রাচীন হােটেল হৈছে ‘এল্ড হল’ হােটেল। বাক্সটনত আছে এই হােটেলখন। হেজাৰ বছৰ পুৰণি হােটেলখনত ৰবিনছন ক্ৰছৰ লেখক ডেনিয়েল ডেফো অতিথি হৈছিল। ইংলণ্ডৰ বলভণ্টৰ ‘জামাইকা ইন’ৰ আৰম্ভ কৰা হৈছিল ১৭৫০ খ্রীষ্টাব্দত। আমেৰিকাৰ কল’নিয়েল ইন’ আৰু ‘দ্য ওমনি হােমষ্টিড ৰিজর্ট’ৰ নামাে অন্তর্ভুক্ত হৈ আছে বিশ্বৰ প্রাচীনতম হােটেলবিলাকৰ
তালিকাত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Japan’s Nishiyama Onsen Keiunkanoldest hotel
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d