Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Udalguri:গিনিছ ৰেকৰ্ডৰ সাক্ষী হোৱাৰ পথত ওদালগুৰি জিলাৱাসী

হাজাৰ বিঘাতকৈ অধিক উৰ্বৰ ভূমিত ১০ লক্ষাধিক বৃক্ষৰোপনৰ লক্ষ্য

publisher by publisher
September 9, 2023
in Assam, Environment, News
Reading Time: 3 mins read
0
Udalguri:গিনিছ ৰেকৰ্ডৰ সাক্ষী হোৱাৰ পথত ওদালগুৰি জিলাৱাসী
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

Udalguri:

বৃক্ষৰোপনেৰে পুনৰ প্ৰায় নটাকৈ গিনিছ ৰেকৰ্ডৰ সাক্ষী হবলৈ গৈ আছে অসম। ইয়াৰ ভিতৰত এক অন্যতম ৰেকৰ্ডৰ সাক্ষী হবলৈ ওলাইছে ওদালগুৰি। উল্লেখ্য যে অসম চৰকাৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ অংশস্বৰূপে অসম চৰকাৰে হাতত লৈছে নটাকৈ গিনিছ ৰেকৰ্ড গঢ়াৰ প্ৰচেষ্টা।

ADVERTISEMENT

ইয়াৰ ভিতৰত গুৱাহাটীৰ খানাপাৰা, ওদালগুৰিৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চল, ডিব্ৰুগড়, ডিগবৈ, শিৱসাগৰৰ লগতে অনলাইন পঞ্জীয়নৰ দ্বাৰা বৃক্ষৰোপন কৰি ৰেকৰ্ড গঢ়াৰ প্ৰচেষ্টা হাতত লৈছে।

ইয়াৰ ভিতৰত অন্যতম ৰেকৰ্ডৰ স্থান ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চল। ২৪ ঘণ্টাৰ ভিতৰত আটাইতকৈ বেছি গছপুলি ৰোপনেৰে এই ৰেকৰ্ড গঢ়াৰ চেষ্টা হাতত লৈছে। যাৰ ফলস্বৰূপে আগন্তুক ১৪ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চলত ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় এহেজাৰতকৈ অধিক উৰ্বৰ ভূমিত ১০ লক্ষাধিক গছপুলি ৰোপনেৰে গিনিছ ৰেকৰ্ড কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

ইয়াৰ পূৰ্ৱে ২৪ ঘণ্টাত ৮,৪৭,২৭৫ জোপা গছপুলি ৰোপনৰ এটা ৰেকৰ্ড আছে যদিও এইবেলি ওদালগুৰিৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী উক্ত অঞ্চলটোত প্ৰায় ১০ লক্ষাধিক গছপুলি ৰোপন কৰি পূৰ্ৱৰ অভিলেখ ভংগ কৰাৰ প্ৰচেষ্টাত সকলো হাতে কামে লাগিছে। ওদালগুৰি ধনশিৰি বন সংমণ্ডলৰ বন বিষয়া-কৰ্মচাৰীৰ তত্বাৱধান তথা স্থানীয় জনসাধাৰণৰ সহযোগত এই কাৰ্য সম্পাদনৰ বাবে ইতিমধ্যে প্ৰতিদিনে কাম চলি আছে।

বিটিআৰ চৰকাৰেও বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কামৰ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নিজেই উক্ত স্থান পৰিদৰ্শন কৰি কামৰ বুজ লয়। বড়োৱে কয় “আমি বৃক্ষৰোপনেৰে গ্ৰীণ বড়োলেণ্ডৰ সপোন দেখিছো।

গ্ৰীণ বড’লেণ্ড কেৱল এটা মিছন নহয়, ই এটা কৰ্তব্য য’ত আমি সফল হ’ব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ বুকত বৃক্ষৰোপন কৰিব লাগে। এয়া হব আগন্তুক প্ৰজন্মৰ বাবে এক আশীৰ্বাদ।

ফলস্বৰূপে অসম চৰকাৰৰ সহযোগত ১৪ ছেপ্টেম্বৰত বিটিআৰৰ জনসাধাৰণে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চলত ১০০০ বিঘাতকৈও অধিক উৰ্বৰ ভূমিত ১০ লাখ পুলি ৰোপণেৰে গিনিজ বিশ্ব অভিলেখ গঢ়ি ইতিহাস স্থাপনৰ লক্ষ্য হাতত লোৱা হৈছে।”

উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত হবলগীয়া এই বৃক্ষৰোপণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ উপস্থিত থাকিব।

মন কৰিবলগীয়া বিষয় যে বিভিন্ন কাৰণত বছৰি হাজাৰ হাজাৰ গছ কটা, সেউজীয়া পাহাৰবোৰ টকলা কৰাৰ ফলত প্ৰতিবছৰে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৱাসীয়ে গৰমত ককবকাবলৈ বাধ্য হৈছে।

তেনে সময়ত ৰাজ্য চৰকাৰৰ এই বৃক্ষৰোপন কাৰ্যসূচীটোৱে আগন্তুক প্ৰজন্মৰ বাবে আশীৰ্বাদ হব বুলি পৰিৱেশ প্ৰেমীসকলে উল্লেখ কৰি ৰোপন কৰি গছপুলিবোৰ প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো যেন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guinness World RecordPlantationUdalguri
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d