Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Deadbody Recovered In Kathahbari Lodge:মহানগৰীত চাঞ্চল্য !

    Cyclone Michaung:দাক্ষিণাত্যৰ পূব উপকূলত ঘূৰ্ণী বতাহ ‘মিগজৌম

    Results Of Assam Public Service Commission Main Examination Declared:অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

    APSC SCAM:এপিএছচি নিযুক্তি কেলেংকাৰী: পুনৰ তিনি ৰাজপত্ৰিত বিষয়ালৈ তলৱ এছআইটিৰ

    khanapara Incident:খানাপাৰাত চাঞ্চল্যকৰ ঘটনা

    Famous Nagaon Artist Ajit Sarma Passes Away:নগাৱঁৰ প্ৰখ্যাত শিল্পী অজিত শৰ্মাৰ দেহাৱসান

    Clashes Between Two Militant Groups In Manipur: ​মণিপুৰত সোমবাৰে সংঘৰ্ষ দুই উগ্ৰপন্থী সংগঠনৰ মাজত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News International

Israel-Hamas fighting in Gaza:গাজাত সমুখ সমৰত ইজৰাইল-হামাছ

২৪ ঘন্টাত গাজা ষ্ট্ৰীপৰ হামাছৰ ৰক্ষা কবচ ১৩০ টা টানেল ধ্বংস IMF ৰ, টানেলৰ ঘাটিত আক্ৰমণৰ দাবী ইজৰাইলৰ ,হাতত বগা পতাকা লৈ শ শ গাজাবাসীৰ, সমদল ৰাজপথত চলিছে তুমুল যুদ্ধ চৌদিশে হাহাকাৰ

publisher by publisher
November 10, 2023
in Uncategorized
Reading Time: 4 mins read
0
Israel-Hamas fighting in Gaza:গাজাত সমুখ সমৰত ইজৰাইল-হামাছ
2
SHARES
23
VIEWS
ShareShareShareShare

Israel-Hamas fighting in Gaza:

গাজাত সমুখ সমৰত ইজৰাইল-হামাছ ৷ হামাছৰ লাইফ লাইন হিচাপে খ্যাত সুৰংগ নেটৱৰ্ক টানেলত মোষম আঘাত ইজৰাইল ডিফেন্স ফৰ্চৰ (IDF) ৷ যোৱা ২৪ ঘন্টাত গাজা ষ্ট্ৰীপত থকা হামাছৰ ১৩০ টা টানেল ধ্বংস কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে ৷ এই টানেলৰ বাংকাৰত থাকি ৰণকৌশল তৈয়াৰ কৰা বহু সংখ্যক হামাছ সন্ত্ৰাসবাদী হয় ইজৰাইল সেনাৰ আক্ৰমণত ৷

ADVERTISEMENT

ইতিমধ্যে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে – এ কয় এইয়া অন্তিম যুদ্ধ ৷হামাছক সম্পূৰ্ণ ৰূপে নি:শেষ কৰাৰ পণ লৈছে ইজৰাইল ডিফেন্স ফৰ্চৰ(IDF)৷ আকাশমাৰ্গৰ লগতে স্থল পথেৰেও যুদ্ধত অৱতীৰ্ণ হৈছে IDF ৷

RelatedPosts

Elon Musk:গাজা-ইজৰাইলৰ চিকিৎসালয়ক বৃহৎ অনুদান ঘোষণা এলন মাস্কৰ

উল্লেখ্য যে,ইতিমধ্যে গাজা ষ্ট্ৰীপৰ ৬০ শতাংশ অঞ্চল দখল কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিছে ইজৰাইল ডিফেন্স ফৰ্চে ৷

ইতিমধ্যে গাজাৰ বক্ষস্থলত প্ৰৱেশ কৰি ইজৰাইলী বাহিনীয়ে হামাছৰ বহুচৰ্চিত সুৰংগত অভিযান চলোৱাৰ পাছত উত্তেজনাৰ শিখৰত অৱস্থান কৰা যুদ্ধ পৰিস্থিতিত হেজাৰ হেজাৰ পেলেষ্টাইনীয়ে উত্তৰ গাজাৰ পৰা পলায়ন কৰিছে।

হামাছৰ মূল ভেটি চূর্ণবিচূর্ণ কৰাৰ লক্ষ্যৰে ইজৰাইলে গাজা মহানগৰীৰ মাজমজিয়াৰ আৱাসী অঞ্চলসমূহত তীব্র বোমাবর্ষণ কৰাত সুৰক্ষা বিচাৰি পলায়ন কৰিছে গাজাবাসীয়ে। সমান্তৰালভাৱে ইজৰাইলে হামাছৰ স’তে কোনো ধৰণৰ যুদ্ধবিৰতিৰ বিষয়ে অস্বীকাৰ কৰে। ইজৰাইলী পণবন্দীক মুকলি কৰি নিদিয়া পৰ্যন্ত যুদ্ধবিৰতিৰ প্রশ্নেই নুঠে বুলি স্পষ্ট কৰি দিছে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৱে।

গাজাৰ মহানগৰীত ইজৰাইলী সেনা আৰু হামাছ বাহিনীৰ মাজত অতি নিকট ব্যৱধানত যুদ্ধ চলি থকাৰ সময়ত এই সংঘাতৰ মাজত আবদ্ধ হৈ পৰাৰ ভয়তে হেজাৰ হেজাৰ নাগৰিকে দক্ষিণলৈ পলায়ন কৰিছে।

gazaমন কৰিবলগীয়া যে ইজৰাইলে উত্তৰ গাজাৰ লোকসকলক দক্ষিণলৈ স্থানান্তৰিত হ’বলৈ একাধিকবাৰ সকীয়নি প্ৰদান কৰি আহিছে। ইজৰাইলে কয় যে তেওঁলোকৰ বাহিনীয়ে গাজাৰ ভূখণ্ডৰ হৃদয়ত প্ৰৱেশ কৰিছে। উত্তৰ গাজাক সম্পূৰ্ণৰূপে ঘেৰি পেলাইছে ইজৰাইলী বাহিনীয়ে।

এই ভয়াৱহ পৰিস্থিতিত তীব্ৰ সংকটৰ সন্মুখীন হৈ হেজাৰ হেজাৰজনে পলায়ন কৰিলেও এতিয়াও ইজৰাইলৰ দ্বাৰা আবদ্ধ উত্তৰ গাজাৰ ভিতৰত আছে হেজাৰ হেজাৰ লোক।

ইয়াৰ ভিতৰত আছে গাজা মহানগৰীৰ অগ্ৰণী অলছিফা হাস্পতালত বহু সংখ্যক লোক। ইজৰাইলৰ সামৰিক বাহিনীয়ে সামাজিক মাধ্যম এক্সত গাজাত মহানগৰীত চলোৱা আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰে আৰু দাবী কৰে যে তেওঁলোকে হামাছৰ ঘাটিসমূহ আৰু হামাছ বাহিনীয়ে ব্যৱহাৰ কৰা সুৰংগক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিছে।

একে সময়তে প্রত্যাহ্বান জনাই হামাছৰ সশস্ত্র বাহিনীয়েও এটা ভিডিঅ’ প্ৰকাশ কৰিছে য’ত দুয়োপক্ষই ৰাজপথত তুমুল যুঁজত অৱতীৰ্ণ হৈছে।

ইয়াৰ সমান্তৰালভাৱে গাজা মহানগৰীৰ অট্টালিকাসমূহত ইজৰাইলে বোমাবর্ষণ কৰি ধ্বংসস্তূপত পৰিণত কৰিবলৈ ধৰিছে। যোৱা সাত অক্টোবৰত হামাছে আকস্মিকভাৱে ইজৰাইলত প্ৰৱেশ কৰি আক্ৰমণ চলোৱাৰ পাছৰে পৰা আৰম্ভ হোৱা এই যুদ্ধত হামাছক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ দৃঢ় প্রতিজ্ঞ বুলি ঘোষণা কৰে ইজৰাইলৰ মুৰব্বী নেতানিয়াহুৱে।

ধাৰাবাহিক বোমাবর্ষণ আৰু স্থল বাহিনীৰ আগ্ৰাসী যুঁজত এই পর্যন্ত ১০,৫০০তকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি তথ্য সদৰী কৰি হামাছ নিয়ন্ত্রিত গাজাৰ স্বাস্থ্য মন্ত্রণালয়ে।

যুদ্ধ ক্ষেত্ৰত অতি কঠোৰ স্থিতি গ্ৰহণ কৰা ইজৰাইলৰ প্ৰধানমন্ত্রীয়ে পুনৰবাৰ গাজাত যুদ্ধবিৰতিৰ বাবে আন্তর্জাতিক মহলে জনোৱা আহ্বান নস্যাৎ কৰে আৰু কয় যে প্ৰথমতে হামাছে সকলো পণবন্দীক মুকলি কৰি দিব লাগিব।

হামাছৰ দাবী অনুসৰি ইজৰাইলে আহত পেলেষ্টাইনী অথবা বিদেশী লোকসকলক গাজা ভূখণ্ডৰ পৰা ৰাফা সীমান্তৰে ইজিপ্তলৈ যোৱাৰ প্ৰক্ৰিয়াও বন্ধ কৰি দিছে। হামাছৰ এজন বিষয়াই কয় যে স্থানান্তৰিত কৰিবলগীয়া আহত লোকৰ তালিকাত ইজৰাইলে অনুমোদন নজনোৱাৰ বাবে প্ৰক্ৰিয়া বন্ধ হৈছে।

ইপিনে, মার্কিন যুঁজাৰু বিমানে পূব ছিৰিয়াত আজি ইৰানৰ স’তে সম্পর্কিত অস্ত্ৰ ভাণ্ডাৰত বোমাবর্ষণ কৰে। মার্কিন প্রতিরক্ষা সচিব ল ইড অষ্টিনে কয় যে আমেৰিকাৰ সেনা জোৱানৰ বিৰুদ্ধে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ কৰা হৈছে। বিগত দুসপ্তাহত দ্বিতীয়বাৰৰ বাবে মার্কিন যুক্তৰাষ্ট্ৰই ছিৰিয়াত আক্ৰমণ কৰিলে। মধ্যপ্রাচ্যত মার্কিন বাহিনীৰ ওপৰত আক্ৰমণ কৰা

ইৰানৰ সমৰ্থিত এই বাহিনী বুলি ৱাশ্বিংটনে অভিযোগ কৰে। হাতত বগা পতাকা লৈ দক্ষিণ গাজাৰ পথত শ শ লোক উত্তৰ গাজাৰ এক মধ্যবিত্ত অঞ্চলত ঘৰ আছিল মহম্মদৰ। তেওঁ তিনিমহলীয়া ফ্লেটৰ পৰা প্ৰত্যক্ষ কৰে যে ৰাস্তাত মানুহে পাগলৰ দৰে কেৱল দৌৰিছে। ইয়াৰ লগে লগে তীব্র আর্তনাদ ‘পলোৱা, সকলোৱে পলোৱা, সিহঁতে বোমা পেলাব’। যোৱা ২৯ অক্টোবৰৰ এই ঘটনা। তাৰ পূৰ্বে ১২ দিন গাজাবাসীয়ে যুদ্ধ প্রত্যক্ষ কৰিছে।

এই দৃশ্য দেখি খৰখেদাকৈ বাহিৰলৈ আহে মহম্মদ। হঠাতে তেওঁৰ ফোন বাজি উঠে আৰু ফোনত অচিনাকি নম্বৰৰ পৰা অচিনাকি কণ্ঠস্বৰে কয়, ‘মই ইজৰাইলী চোৰাংচোৱা বাহিনীৰ পৰা কৈছো। সেয়া হৈছে ইজৰাইলৰ ৰণকৌশলৰ এক উদাহৰণ।

মহম্মদৰ দৰে বহুতে এনে ফোনকল লাভ কৰিছে। সেইদিনা নিখুঁত আৰবী ভাষাত ইজৰাইলী চোৰাংচোৱাই কৈছিল যে তিনিটা টাৱাৰত বোমা পেলোৱা হ’ব। ওচৰে-পাঁজৰে থকা সকলো অঞ্চল মুকলি কৰিব লাগিব। অচিনাকি কণ্ঠস্বৰে কয় যে এই দায়িত্ব মহম্মদৰ।

পেলেষ্টাইনী এই যুৱকজনে সংবাদ মাধ্যমক কয়, হঠাতে কে’বাশ মানুহৰ প্ৰাণ মোৰ জিম্মাত।’ কিয় তেওঁক এই কামৰ বাবে বাছি লোৱা হ’ল সেই বিষয়ে বিন্দু মাত্ৰ ধাৰণা নাই মহম্মদৰ।

ইয়াৰ পাছত তেওঁ বহুবাৰ ফোনকল পাইছে। ফোনৰ বেটাৰি নোহোৱা হ’লে ইজৰাইলী চোৰাংচোৱাই তেওঁৰ ওচৰলৈ কিদৰে বাৰ্তা প্ৰেৰণ কৰে অবাক মহম্মদ। মহম্মদে অৱশ্যে এই অচিনাকি কণ্ঠস্বৰক বোমা নেপেলাবলৈ অনুৰোধ জনায়।

সমান্তৰালভৱে ৰাস্তাত দৌৰি দৌৰি চিঞৰিবলৈ ধৰে সকলো পলাওক। অণ্ঠকুণ্ঠ শুকাই মাত একপ্ৰকাৰ বন্ধ হৈ যোৱা অৱস্থালৈ মহম্মদে চিঞৰিবলৈ এৰা নাছিল। তেওঁ হৈছে এজন দন্ত চিকিৎসক। মহম্মদৰ সতর্কবাণীৰ দ্বাৰা বহু মানুহৰ জীৱন ৰক্ষা পৰিছে। বহুতকে আকৌ চকুৰ সন্মুখতে বিস্ফোৰণত নিহত হোৱা দেখিছে মহম্মদে।

কেতিয়াবা পুস্তিকা বিতৰণ, কেতিয়াবা বিমানৰ পৰা সতর্কবাণী থকা কাগজৰ টুকুৰা উৰুৱাই অথবা ফোনযোগে নানা ধৰণে উত্তৰ গাজাবাসীক সাৱধান কৰি আহিছে ইজৰাইলে। কিছু ঘণ্টাৰ পাছতে স্থান ত্যাগ কৰি দক্ষিণ দিশলৈ আঁতৰি যাবলৈ কোৱা হৈছে। যুদ্ধৰ এতিয়া এমাহ। এই মুহূৰ্তত হেজাৰ হেজাৰ লোকে দল বান্ধি উত্তৰ গাজাৰ পৰা চালাআল-দিন পথেৰে দক্ষিণ দিশলৈ পলায়ন কৰিছে। গাজাৰ ভূখণ্ডৰ

এইটোৱে প্ৰধান পথ আৰু মূল উদ্ধাৰৰ পথ। উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা চিত্ৰত দেখা গৈছে যে খোজ কাঢ়ি অসংখ্য মানুহে দক্ষিণ দিশলৈ যাবলৈ গৈ আছে। ইজৰাইলী প্রতিৰক্ষা বাহিনী (আইডিএফ)য়ে জনোৱা মতে, পুৱা ১০ বজাৰ পৰা দিনৰ দুই বজা পর্যন্ত এই পথছোৱা সম্পূর্ণ নিৰাপদ ৷ বৃহস্পতিবাৰে উত্তৰৰ পৰা দক্ষিণ গাজালৈ যোৱাৰ বাবে অতিৰিক্ত এঘণ্টা সময় দিয়া হৈছে। পথেৰে খোজ কাঢ়ি যোৱা শ শ লোকৰ হাতত আছে বগা পতাকা।

ইপিনে, ইজৰাইলী তালাচী চকীত বহুজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইজৰাইলী যুদ্ধ টেংকৰ ওচৰেৰে হাত দাঙি বগা পতাকা লৈ খোজ কাঢ়িছে বহুজনে। তথ্য অনুসৰি আজি তুলনামূলকভাৱে আক্ৰমণৰ পৰিমাণ কম। মূলতঃ চেন্ট্ৰেল গাজাৰ ডেৰ আৰ-বালা অঞ্চল আৰু উত্তৰ গাজাত এজন সাংবাদিক মাহমুদ বাছানে কয়, “উশাহ-নিশাহ ল’লে নাক জ্বলা-পুৰা কৰে। চাৰিওফালে ধুলি আৰু পচা গোন্ধ।

ধূলি আৰু পুৰি যোৱা ধূলি আৰু ছাই মিশ্রিত এই গোন্ধ । সাংবাদিকজনে কয় যে সকলোৱে মাস্ক পৰিধান কৰিছে। অৱশ্যে বিস্ফোৰণ ঘটিলে উশাহ-নিশাহ লোৱাটো কষ্টকৰ হৈ পৰিছে। এতিয়াও অৱশ্যে দক্ষিণ গাজাও নিৰাপদ হৈ থকা নাই।

হামাছ নিয়ন্ত্রিত স্বাস্থ্য মন্ত্রণালয়ৰ দাবী অনুসৰি যোৱা কিছুদিন ধৰি যিমান সংখ্যক মানুহে প্ৰাণ হেৰুৱাইছে তাৰ ভিতৰত ৪৯ শতাংশৰ মৃত্যু হৈছে দক্ষিণ গাজাত। তথাপি জীৱন জীয়াই ৰখাৰ আশাত দক্ষিণ গাজাৰ দিশলৈ গৈছে অগণন মানুহ।

এনেদৰেই এতিয়া অগ্নিগৰ্ভা পৰিস্থিতি অব্যাহত আছে গাজা ষ্ট্ৰীপত৷ দুই মহৰ যুঁজত বিৰিণাৰ মৰণ লেখিয়াকৈ সৰ্বসাধাৰণ নিৰীহ পেলেষ্টাইনী নিহত হৈছে ইজৰাইল আৰু হামাছৰ যুদ্ধত ৷
ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৷ হামাছৰ বহু শতাধিক সন্ত্ৰাসবাদী ইজৰাইল ডিফেন্স ফৰ্চৰ ভয়ানক আক্ৰমণৰ সন্মুখীন হৈ পোক পৰুৱাৰ দৰে নিধন হৈছে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Destruction Of Hamas Tunnel Bunkersgaza StripIsrael Defense ForcesIsrael-Hamas fightingMany Hamas Militants Killed
publisher

publisher

Related Posts

Uncategorized

Dainik Agradoot Print Edition

December 6, 2023
Dainik Agradoot Print Edition
Uncategorized

Dainik Agradoot Print Edition

December 5, 2023
Uttarkashi Tunnel Collapse Incident:সুৰংগতে সমাধিস্থ হ’ব প্রশ্নবোৰ ?
Assam

December 4, 2023
Dainik Agradoot Print Edition
Uncategorized

Dainik Agradoot Print Edition

December 4, 2023
APSC Scam: এপিচিত বক্ৰপথেৰে নিযুক্তি লাভ কৰা দুজনক গ্ৰেপ্তাৰ এছআইটিৰ
Assam

 APSC Scam :এপিএছচিৰ ভয়ংকৰ কেলেংকাৰীত জড়িত ১১ বিষয়াক নিলম্বন

December 1, 2023
Body Of Young Woman Found In Flat In Guwahati:মহানগৰীত ফ্লেটত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ

November 30, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: