Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Israel-Hamas fighting in Gaza:গাজাত সমুখ সমৰত ইজৰাইল-হামাছ

২৪ ঘন্টাত গাজা ষ্ট্ৰীপৰ হামাছৰ ৰক্ষা কবচ ১৩০ টা টানেল ধ্বংস IMF ৰ, টানেলৰ ঘাটিত আক্ৰমণৰ দাবী ইজৰাইলৰ ,হাতত বগা পতাকা লৈ শ শ গাজাবাসীৰ, সমদল ৰাজপথত চলিছে তুমুল যুদ্ধ চৌদিশে হাহাকাৰ

publisher by publisher
November 10, 2023
in Uncategorized
Reading Time: 4 mins read
0
Israel-Hamas fighting in Gaza:গাজাত সমুখ সমৰত ইজৰাইল-হামাছ
3
SHARES
30
VIEWS
ShareShareShareShare

Israel-Hamas fighting in Gaza:

গাজাত সমুখ সমৰত ইজৰাইল-হামাছ ৷ হামাছৰ লাইফ লাইন হিচাপে খ্যাত সুৰংগ নেটৱৰ্ক টানেলত মোষম আঘাত ইজৰাইল ডিফেন্স ফৰ্চৰ (IDF) ৷ যোৱা ২৪ ঘন্টাত গাজা ষ্ট্ৰীপত থকা হামাছৰ ১৩০ টা টানেল ধ্বংস কৰিছে ইজৰাইল ডিফেন্স ফৰ্চে ৷ এই টানেলৰ বাংকাৰত থাকি ৰণকৌশল তৈয়াৰ কৰা বহু সংখ্যক হামাছ সন্ত্ৰাসবাদী হয় ইজৰাইল সেনাৰ আক্ৰমণত ৷

ADVERTISEMENT

ইতিমধ্যে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে – এ কয় এইয়া অন্তিম যুদ্ধ ৷হামাছক সম্পূৰ্ণ ৰূপে নি:শেষ কৰাৰ পণ লৈছে ইজৰাইল ডিফেন্স ফৰ্চৰ(IDF)৷ আকাশমাৰ্গৰ লগতে স্থল পথেৰেও যুদ্ধত অৱতীৰ্ণ হৈছে IDF ৷

RelatedPosts

3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !

ICC Could Issue an Arrest Warrant Against Benjamin Netanyahu:নেতানিয়াহুৰ বিৰুদ্ধে আইচিচিয়ে জাৰি কৰিব পাৰে গ্রেপ্তাৰী পৰোৱানা

Elon Musk:গাজা-ইজৰাইলৰ চিকিৎসালয়ক বৃহৎ অনুদান ঘোষণা এলন মাস্কৰ

উল্লেখ্য যে,ইতিমধ্যে গাজা ষ্ট্ৰীপৰ ৬০ শতাংশ অঞ্চল দখল কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিছে ইজৰাইল ডিফেন্স ফৰ্চে ৷

ইতিমধ্যে গাজাৰ বক্ষস্থলত প্ৰৱেশ কৰি ইজৰাইলী বাহিনীয়ে হামাছৰ বহুচৰ্চিত সুৰংগত অভিযান চলোৱাৰ পাছত উত্তেজনাৰ শিখৰত অৱস্থান কৰা যুদ্ধ পৰিস্থিতিত হেজাৰ হেজাৰ পেলেষ্টাইনীয়ে উত্তৰ গাজাৰ পৰা পলায়ন কৰিছে।

হামাছৰ মূল ভেটি চূর্ণবিচূর্ণ কৰাৰ লক্ষ্যৰে ইজৰাইলে গাজা মহানগৰীৰ মাজমজিয়াৰ আৱাসী অঞ্চলসমূহত তীব্র বোমাবর্ষণ কৰাত সুৰক্ষা বিচাৰি পলায়ন কৰিছে গাজাবাসীয়ে। সমান্তৰালভাৱে ইজৰাইলে হামাছৰ স’তে কোনো ধৰণৰ যুদ্ধবিৰতিৰ বিষয়ে অস্বীকাৰ কৰে। ইজৰাইলী পণবন্দীক মুকলি কৰি নিদিয়া পৰ্যন্ত যুদ্ধবিৰতিৰ প্রশ্নেই নুঠে বুলি স্পষ্ট কৰি দিছে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৱে।

গাজাৰ মহানগৰীত ইজৰাইলী সেনা আৰু হামাছ বাহিনীৰ মাজত অতি নিকট ব্যৱধানত যুদ্ধ চলি থকাৰ সময়ত এই সংঘাতৰ মাজত আবদ্ধ হৈ পৰাৰ ভয়তে হেজাৰ হেজাৰ নাগৰিকে দক্ষিণলৈ পলায়ন কৰিছে।

gazaমন কৰিবলগীয়া যে ইজৰাইলে উত্তৰ গাজাৰ লোকসকলক দক্ষিণলৈ স্থানান্তৰিত হ’বলৈ একাধিকবাৰ সকীয়নি প্ৰদান কৰি আহিছে। ইজৰাইলে কয় যে তেওঁলোকৰ বাহিনীয়ে গাজাৰ ভূখণ্ডৰ হৃদয়ত প্ৰৱেশ কৰিছে। উত্তৰ গাজাক সম্পূৰ্ণৰূপে ঘেৰি পেলাইছে ইজৰাইলী বাহিনীয়ে।

এই ভয়াৱহ পৰিস্থিতিত তীব্ৰ সংকটৰ সন্মুখীন হৈ হেজাৰ হেজাৰজনে পলায়ন কৰিলেও এতিয়াও ইজৰাইলৰ দ্বাৰা আবদ্ধ উত্তৰ গাজাৰ ভিতৰত আছে হেজাৰ হেজাৰ লোক।

ইয়াৰ ভিতৰত আছে গাজা মহানগৰীৰ অগ্ৰণী অলছিফা হাস্পতালত বহু সংখ্যক লোক। ইজৰাইলৰ সামৰিক বাহিনীয়ে সামাজিক মাধ্যম এক্সত গাজাত মহানগৰীত চলোৱা আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰে আৰু দাবী কৰে যে তেওঁলোকে হামাছৰ ঘাটিসমূহ আৰু হামাছ বাহিনীয়ে ব্যৱহাৰ কৰা সুৰংগক লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিছে।

একে সময়তে প্রত্যাহ্বান জনাই হামাছৰ সশস্ত্র বাহিনীয়েও এটা ভিডিঅ’ প্ৰকাশ কৰিছে য’ত দুয়োপক্ষই ৰাজপথত তুমুল যুঁজত অৱতীৰ্ণ হৈছে।

ইয়াৰ সমান্তৰালভাৱে গাজা মহানগৰীৰ অট্টালিকাসমূহত ইজৰাইলে বোমাবর্ষণ কৰি ধ্বংসস্তূপত পৰিণত কৰিবলৈ ধৰিছে। যোৱা সাত অক্টোবৰত হামাছে আকস্মিকভাৱে ইজৰাইলত প্ৰৱেশ কৰি আক্ৰমণ চলোৱাৰ পাছৰে পৰা আৰম্ভ হোৱা এই যুদ্ধত হামাছক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ দৃঢ় প্রতিজ্ঞ বুলি ঘোষণা কৰে ইজৰাইলৰ মুৰব্বী নেতানিয়াহুৱে।

ধাৰাবাহিক বোমাবর্ষণ আৰু স্থল বাহিনীৰ আগ্ৰাসী যুঁজত এই পর্যন্ত ১০,৫০০তকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি তথ্য সদৰী কৰি হামাছ নিয়ন্ত্রিত গাজাৰ স্বাস্থ্য মন্ত্রণালয়ে।

যুদ্ধ ক্ষেত্ৰত অতি কঠোৰ স্থিতি গ্ৰহণ কৰা ইজৰাইলৰ প্ৰধানমন্ত্রীয়ে পুনৰবাৰ গাজাত যুদ্ধবিৰতিৰ বাবে আন্তর্জাতিক মহলে জনোৱা আহ্বান নস্যাৎ কৰে আৰু কয় যে প্ৰথমতে হামাছে সকলো পণবন্দীক মুকলি কৰি দিব লাগিব।

হামাছৰ দাবী অনুসৰি ইজৰাইলে আহত পেলেষ্টাইনী অথবা বিদেশী লোকসকলক গাজা ভূখণ্ডৰ পৰা ৰাফা সীমান্তৰে ইজিপ্তলৈ যোৱাৰ প্ৰক্ৰিয়াও বন্ধ কৰি দিছে। হামাছৰ এজন বিষয়াই কয় যে স্থানান্তৰিত কৰিবলগীয়া আহত লোকৰ তালিকাত ইজৰাইলে অনুমোদন নজনোৱাৰ বাবে প্ৰক্ৰিয়া বন্ধ হৈছে।

ইপিনে, মার্কিন যুঁজাৰু বিমানে পূব ছিৰিয়াত আজি ইৰানৰ স’তে সম্পর্কিত অস্ত্ৰ ভাণ্ডাৰত বোমাবর্ষণ কৰে। মার্কিন প্রতিরক্ষা সচিব ল ইড অষ্টিনে কয় যে আমেৰিকাৰ সেনা জোৱানৰ বিৰুদ্ধে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ কৰা হৈছে। বিগত দুসপ্তাহত দ্বিতীয়বাৰৰ বাবে মার্কিন যুক্তৰাষ্ট্ৰই ছিৰিয়াত আক্ৰমণ কৰিলে। মধ্যপ্রাচ্যত মার্কিন বাহিনীৰ ওপৰত আক্ৰমণ কৰা

ইৰানৰ সমৰ্থিত এই বাহিনী বুলি ৱাশ্বিংটনে অভিযোগ কৰে। হাতত বগা পতাকা লৈ দক্ষিণ গাজাৰ পথত শ শ লোক উত্তৰ গাজাৰ এক মধ্যবিত্ত অঞ্চলত ঘৰ আছিল মহম্মদৰ। তেওঁ তিনিমহলীয়া ফ্লেটৰ পৰা প্ৰত্যক্ষ কৰে যে ৰাস্তাত মানুহে পাগলৰ দৰে কেৱল দৌৰিছে। ইয়াৰ লগে লগে তীব্র আর্তনাদ ‘পলোৱা, সকলোৱে পলোৱা, সিহঁতে বোমা পেলাব’। যোৱা ২৯ অক্টোবৰৰ এই ঘটনা। তাৰ পূৰ্বে ১২ দিন গাজাবাসীয়ে যুদ্ধ প্রত্যক্ষ কৰিছে।

এই দৃশ্য দেখি খৰখেদাকৈ বাহিৰলৈ আহে মহম্মদ। হঠাতে তেওঁৰ ফোন বাজি উঠে আৰু ফোনত অচিনাকি নম্বৰৰ পৰা অচিনাকি কণ্ঠস্বৰে কয়, ‘মই ইজৰাইলী চোৰাংচোৱা বাহিনীৰ পৰা কৈছো। সেয়া হৈছে ইজৰাইলৰ ৰণকৌশলৰ এক উদাহৰণ।

মহম্মদৰ দৰে বহুতে এনে ফোনকল লাভ কৰিছে। সেইদিনা নিখুঁত আৰবী ভাষাত ইজৰাইলী চোৰাংচোৱাই কৈছিল যে তিনিটা টাৱাৰত বোমা পেলোৱা হ’ব। ওচৰে-পাঁজৰে থকা সকলো অঞ্চল মুকলি কৰিব লাগিব। অচিনাকি কণ্ঠস্বৰে কয় যে এই দায়িত্ব মহম্মদৰ।

পেলেষ্টাইনী এই যুৱকজনে সংবাদ মাধ্যমক কয়, হঠাতে কে’বাশ মানুহৰ প্ৰাণ মোৰ জিম্মাত।’ কিয় তেওঁক এই কামৰ বাবে বাছি লোৱা হ’ল সেই বিষয়ে বিন্দু মাত্ৰ ধাৰণা নাই মহম্মদৰ।

ইয়াৰ পাছত তেওঁ বহুবাৰ ফোনকল পাইছে। ফোনৰ বেটাৰি নোহোৱা হ’লে ইজৰাইলী চোৰাংচোৱাই তেওঁৰ ওচৰলৈ কিদৰে বাৰ্তা প্ৰেৰণ কৰে অবাক মহম্মদ। মহম্মদে অৱশ্যে এই অচিনাকি কণ্ঠস্বৰক বোমা নেপেলাবলৈ অনুৰোধ জনায়।

সমান্তৰালভৱে ৰাস্তাত দৌৰি দৌৰি চিঞৰিবলৈ ধৰে সকলো পলাওক। অণ্ঠকুণ্ঠ শুকাই মাত একপ্ৰকাৰ বন্ধ হৈ যোৱা অৱস্থালৈ মহম্মদে চিঞৰিবলৈ এৰা নাছিল। তেওঁ হৈছে এজন দন্ত চিকিৎসক। মহম্মদৰ সতর্কবাণীৰ দ্বাৰা বহু মানুহৰ জীৱন ৰক্ষা পৰিছে। বহুতকে আকৌ চকুৰ সন্মুখতে বিস্ফোৰণত নিহত হোৱা দেখিছে মহম্মদে।

কেতিয়াবা পুস্তিকা বিতৰণ, কেতিয়াবা বিমানৰ পৰা সতর্কবাণী থকা কাগজৰ টুকুৰা উৰুৱাই অথবা ফোনযোগে নানা ধৰণে উত্তৰ গাজাবাসীক সাৱধান কৰি আহিছে ইজৰাইলে। কিছু ঘণ্টাৰ পাছতে স্থান ত্যাগ কৰি দক্ষিণ দিশলৈ আঁতৰি যাবলৈ কোৱা হৈছে। যুদ্ধৰ এতিয়া এমাহ। এই মুহূৰ্তত হেজাৰ হেজাৰ লোকে দল বান্ধি উত্তৰ গাজাৰ পৰা চালাআল-দিন পথেৰে দক্ষিণ দিশলৈ পলায়ন কৰিছে। গাজাৰ ভূখণ্ডৰ

এইটোৱে প্ৰধান পথ আৰু মূল উদ্ধাৰৰ পথ। উপগ্ৰহৰ পৰা সংগ্ৰহ কৰা চিত্ৰত দেখা গৈছে যে খোজ কাঢ়ি অসংখ্য মানুহে দক্ষিণ দিশলৈ যাবলৈ গৈ আছে। ইজৰাইলী প্রতিৰক্ষা বাহিনী (আইডিএফ)য়ে জনোৱা মতে, পুৱা ১০ বজাৰ পৰা দিনৰ দুই বজা পর্যন্ত এই পথছোৱা সম্পূর্ণ নিৰাপদ ৷ বৃহস্পতিবাৰে উত্তৰৰ পৰা দক্ষিণ গাজালৈ যোৱাৰ বাবে অতিৰিক্ত এঘণ্টা সময় দিয়া হৈছে। পথেৰে খোজ কাঢ়ি যোৱা শ শ লোকৰ হাতত আছে বগা পতাকা।

ইপিনে, ইজৰাইলী তালাচী চকীত বহুজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইজৰাইলী যুদ্ধ টেংকৰ ওচৰেৰে হাত দাঙি বগা পতাকা লৈ খোজ কাঢ়িছে বহুজনে। তথ্য অনুসৰি আজি তুলনামূলকভাৱে আক্ৰমণৰ পৰিমাণ কম। মূলতঃ চেন্ট্ৰেল গাজাৰ ডেৰ আৰ-বালা অঞ্চল আৰু উত্তৰ গাজাত এজন সাংবাদিক মাহমুদ বাছানে কয়, “উশাহ-নিশাহ ল’লে নাক জ্বলা-পুৰা কৰে। চাৰিওফালে ধুলি আৰু পচা গোন্ধ।

ধূলি আৰু পুৰি যোৱা ধূলি আৰু ছাই মিশ্রিত এই গোন্ধ । সাংবাদিকজনে কয় যে সকলোৱে মাস্ক পৰিধান কৰিছে। অৱশ্যে বিস্ফোৰণ ঘটিলে উশাহ-নিশাহ লোৱাটো কষ্টকৰ হৈ পৰিছে। এতিয়াও অৱশ্যে দক্ষিণ গাজাও নিৰাপদ হৈ থকা নাই।

হামাছ নিয়ন্ত্রিত স্বাস্থ্য মন্ত্রণালয়ৰ দাবী অনুসৰি যোৱা কিছুদিন ধৰি যিমান সংখ্যক মানুহে প্ৰাণ হেৰুৱাইছে তাৰ ভিতৰত ৪৯ শতাংশৰ মৃত্যু হৈছে দক্ষিণ গাজাত। তথাপি জীৱন জীয়াই ৰখাৰ আশাত দক্ষিণ গাজাৰ দিশলৈ গৈছে অগণন মানুহ।

এনেদৰেই এতিয়া অগ্নিগৰ্ভা পৰিস্থিতি অব্যাহত আছে গাজা ষ্ট্ৰীপত৷ দুই মহৰ যুঁজত বিৰিণাৰ মৰণ লেখিয়াকৈ সৰ্বসাধাৰণ নিৰীহ পেলেষ্টাইনী নিহত হৈছে ইজৰাইল আৰু হামাছৰ যুদ্ধত ৷
ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৷ হামাছৰ বহু শতাধিক সন্ত্ৰাসবাদী ইজৰাইল ডিফেন্স ফৰ্চৰ ভয়ানক আক্ৰমণৰ সন্মুখীন হৈ পোক পৰুৱাৰ দৰে নিধন হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Destruction Of Hamas Tunnel Bunkersgaza StripIsrael Defense ForcesIsrael-Hamas fightingMany Hamas Militants Killed
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d