Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
February 5, 2024
in India, Assam, News
Reading Time: 4 mins read
0
india
1
SHARES
6
VIEWS
ShareShareShareShare

How Much Hope There Is For India:ইণ্ডিয়াক লৈ কিমান আশা?

#প্রাঞ্জলসেন ডেকা

সংসদৰ চলিত বাজেট অধিবেশনৰ সমাপ্তিৰ পাছতে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে দিন ঘোষণা নহ’লেও বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে নির্বাচনী অভিযানত জঁপিয়াই পৰিছে।

ADVERTISEMENT

এই ক্ষেত্রত যে শাসকীয় বিজেপি সকলোতকৈ আগত আছে তাৰ উল্লেখ নিষ্প্রয়োজন। ২০১৪ৰ নিৰ্বাচনত জয়লাভৰ পাছৰে পৰা বিজেপিয়ে প্রতিদিনেই যিকোনো নিৰ্বাচনৰ বাবে নিজকে প্রস্তুত কৰি এক নতুন ৰাজনৈতিক ধাৰা সৃষ্টি কৰে। এনে তৎপৰতা আন দলত সততে দৃষ্টিগোচৰ নহয়।

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

একেদৰেই বিজেপি তথা নৰেন্দ্র মোদীক ক্ষমতাচ্যুত কৰিবলৈ ঐক্যবদ্ধ হোৱা বিৰোধী মর্চা ইন্ডিয়া এই পর্যন্ত শৃংখলিত হৈ উঠিবলৈ সক্ষম হোৱা নাই। যোৱা বছৰ দুইডজনৰ অধিক বিৰোধী ৰাজনৈতিক দলে বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্রতিৰোধ গঢ়ি তোলাৰ লক্ষ্য আক উদ্দেশ্যবে ইন্ডিয়া নামৰ এই মিত্রজোঁট গঠন কৰিছিল।

অংশীদাৰ দলসমূহৰ মাজত ঐক্য আৰু আসনৰ ভাগ-বাটোৱাৰাক লৈ বুজাবুজিৰ ওপৰতে যিকোনো মিত্রজোঁটৰ সাফল্য নির্ভৰ কৰে; কিন্তু নির্বাচনী যুঁজ আৰম্ভ হোৱাৰ পূৰ্বেই এই মিত্রজোঁটে ছেদেলি-ভেদেলি হ’বলৈ ধৰাত বিজেপিৰ নীতি-আদর্শ তথা কার্যকলাপত অসন্তুষ্ট জনতা হতাশাগ্রস্ত হৈ পৰিছে। একেৰাহে ১০ বছৰ ধৰি কেন্দ্ৰৰ শাসনত অধিষ্ঠিত হোৱাৰ উপৰি দেশৰ অধিকাংশ ৰাজ্যতে ক্ষমতা হস্তগত কৰি
বিজেপি যথেষ্ট শক্তিশালী পর্যায়ত উপনীত হৈছে।

প্রধানমন্ত্রী মোদীৰ দৰে শক্তিশালী আৰু জনপ্রিয় নেতা, দৃঢ় দলীয় সংগঠন তথা ধনবল-জনবলৰে দেশৰ ইতিহাসত সবাতোকৈ সম্পদশালী ৰাজনৈতিক দলৰূপে পৰিগণিত হোৱা বিজেপিৰ স’তে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱাটো যে যিকোনো বিৰোধী দলৰ বাবেই প্রত্যাহ্বানপূর্ণ তাত সন্দেহ নাই। সেইবাবেই বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্য জোঁটে প্রতিটো সমষ্টিত এজন উমৈহতীয়া প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ কৰাৰ দিশত অগ্ৰসৰ হৈছিল;

কিন্তু একাধিক অংশীদাৰ দলৰ অসামঞ্জস্যপূর্ণ ভাষ্য তথা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল (ইউ)ৰ ইণ্ডিয়া ত্যাগ কৰি পুনৰ এনডিএত যোগদানে নতুন সমীকৰণৰ সৃষ্টি কৰিলে। অথচ স্বয়ং নীতিশ কুমাৰেই এই বিৰোধী মিত্রজোঁট গঠনত অন্যতম গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল।

আনকি বিৰোধী দলসমূহৰ প্ৰথমখন বৈঠকো তেওঁৰ আহ্বানতে পাটনাত অনুষ্ঠিত হৈছিল। কেবল সেয়ে নহয়, নীতিশ কুমাৰৰ নাম বিৰোধীৰ প্রধানমন্ত্রী পদৰ প্রার্থীৰূপেও চর্চিত হৈছিল। সেয়েহে এনে এজন অগ্রণী নেতাৰ পশ্চাদপসৰণে ইন্ডিয়াক বিবুধিত পেলোৱাটো অস্বাভাবিক নহয়।

অন্তর্নিহিত কাৰণ যিয়েই নহওক, বাৰে বাৰে মিত্রদল সলনি কৰি দেশজুৰি তীব্র সমালোচনাৰ পাত্ৰ হ’লেও নীতিশ কুমাৰৰ দলে আসন্ন নিৰ্বাচনত বিজেপিৰ স’তে মিলিয়েই বিহাৰৰ ৪০টা লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে।

তেনেদৰেই পশ্চিমবংগ, দিল্লী আৰু পঞ্জাৱতো বিৰোধী মিত্রজোঁটৰ মাজত আসন ভাগ-বাটোৱাৰাৰ সম্ভাৱনা নাই; কিয়নো তৃণমূল কংগ্ৰেছৰ নেত্রী মমতা বেনাৰ্জীয়ে ইতিমধ্যে ৰাজ্যখনৰ ৪২টা সমষ্টিতে অকলেই প্রতিদ্বন্দ্বিতাত অবতীর্ণ হোৱাৰ কথা ঘোষণা কৰিছে।

ইণ্ডিয়া মিত্রজোটৰ প্রধান দল কংগ্ৰেছক শেহতীয়াভাবে মমতাই অতি কঠোৰ ভাষাবে সমালোচনা কৰি আহিছে। আনকি কংগ্রেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রাক লৈও মুখ্যমন্ত্ৰীগৰাকী সৰৱ হৈছে। তেনেদৰেই দিল্লী আৰু পঞ্জাৱৰ শাসক দল আম আদমী পার্টিয়েও কংগ্রেছক আসন এবি দিবলৈ সন্মত হোৱা নাই।

ইন্ডিয়া মিত্রজোঁট গঠন হৈছে কংগ্ৰেছ আৰু বিভিন্ন আঞ্চলিক দলৰ মাজত। এই কথা ঠিক যে সমগ্র দেশত আজিও বিজেপিৰ একমাত্র বিকল্প কংগ্রেছ; কিয়নো দেশৰ প্ৰতিখন ৰাজ্যতে কংগ্ৰেছৰ কম-বেছি পৰিমাণে দলীয় সংগঠনৰ উপস্থিতি আছে। বিজেপি-কংগ্ৰেছৰ বাদে আন কোনো দলৰ সমগ্র দেশত উপস্থিতি নাই।

বিগত ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে ৩৭ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২০ শতাংশ ভোট লাভ কৰিছিল। সুদীর্ঘ ১০ বছৰ কাল ক্ষমতাৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হোৱা কংগ্ৰেছে এতিয়া সেই অৱস্থাৰ পৰাই হেৰুওৱা স্থিতি ঘূৰাই আনিবলৈ তৎপৰ হৈছে। গতিকে কংগ্ৰেছে অধিক আসন দাবী কৰিলেও সেয়া মানি ল’বলৈ সংশ্লিষ্ট ৰাজ্যৰ আঞ্চলিক দল সম্মত নহয়।

ফলস্বৰূপে দুই পক্ষৰ মাজত সংঘাত সৃষ্টি হোৱাটো দৃষ্টিগোচৰ হৈছে। আনহাতে, মিত্রজোঁটৰ বৃহত্তৰ স্বাৰ্থৰ বিপৰীতে আঞ্চলিক দল অধিক তৎপৰ হৈছে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈহে। সংসদীয় নির্বাচনত জয়লাভ কৰিবলৈ সক্ষম নহ’লেও তেওঁলোকৰ সন্মুখত বিধানসভা নির্বাচন আছেই। সেয়েহে সংসদীয় নির্বাচনক লৈ সকলো আঞ্চলিক দল বিশেষভাবে সচেতন নহয়।

তেওঁলোকৰ প্রধান লক্ষ্য ৰাজ্যৰ ক্ষমতা দখলহে। তদুপৰি কংগ্ৰেছক লৈও একাংশ দলৰ মাজত শংকা-সন্দেহ নথকা নহয়। বহু সময়ত কংগ্ৰেছৰ স’তে মিত্ৰতাৰ কুফল নিজেও ভোগ কৰিবলগীয়া হোৱা বুলি একাংশ আঞ্চলিক দলে অনুভৱ কৰে। কংগ্ৰেছৰ দুৰ্ৱলতা তথা ভুল সিদ্ধান্তৰ মাচুল নিৰ্বাচনত পৰাজিত হৈ তেওঁলোকেও আদায় দিবলগীয়া হয় বুলি ধাৰণা কৰে। যোৱা ডিচেম্বৰত মধ্যপ্রদেশ, চত্তিছগড় আৰু ৰাজস্থানত বৃহৎ জয়ৰ পাছত বিজেপিৰ উৎসাহ বৃদ্ধি পাইছে।

তাৰ পাছতে যোৱা ২২ জানুৱাৰীত অযোধ্যাত বহুচর্চিত ৰাম মন্দিৰৰ উদ্বোধনে শাসক দলৰ আত্মবিশ্বাস প্রৱল কৰি তুলিছে। তাৰ লগে লগে সর্বশক্তিবে নির্বাচনী অভিযানত জপিয়াই পৰিছে। বিজেপিৰ এই হিন্দু ৰাষ্ট্ৰবাদৰ ধ্বনিক প্রতিহত কৰিবলৈ বিৰোধীয়ে উপযুক্ত প্ৰত্যুত্তৰ দাঙি ধৰিবলৈ সক্ষম নোহোৱাটো স্পষ্ট হৈছে। বিজেপিৰ বিকল্প মডেল এই পর্যন্ত বিৰোধীৰ হাতত নাই।

বিজেপিৰ এনে প্রচাৰক দেশৰ সংবাদ মাধ্যম, উদ্যোগ-বাণিজ্যমহল তথা সমাজৰ এক বৃহৎ অংশই প্রকাশ্যে সমর্থন আগবঢ়াই আহিছে। ইয়াৰ মোকাবিলাৰ বাবে বিৰোধীৰ সন্মুখত যে বিষয় নাই, সেয়া নহয়। ১০ বছৰীয়া শাসনকালত বৃহৎ সাফল্য দাবী কৰিলেও বিজেপি চৰকাৰে নিৱনুৱাৰ বাবে পর্যাপ্ত কর্মসংস্থাপন সৃষ্টিত ব্যর্থ হোৱাৰ বিষয়টো বিৰোধীয়ে ঐক্যবদ্ধভাৱে দাঙি ধৰিব পাৰে।

তদুপৰি শাসক পক্ষৰ সাম্প্রদায়িক তথা মেৰুকৰণৰ কাৰ্যকলাপ,নিৰপেক্ষ সংবাদ মাধ্যমৰ ওপৰত চাপ সৃষ্টি আৰু বিৰোধীক হাৰাশাস্তি আদি বিষয়ত বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ সুযোগ আছে। অৱশ্যে যোৱা ডিচেম্বৰত সংসদৰ শীতকালীন অধিবেশনত দৃষ্টিকটুভারে ১৪০ জন বিৰোধী সাংসদক নিলম্বিত কৰাৰ সময়তে সমগ্র বিৰোধী পক্ষ ঐক্যবদ্ধ হৈছিল।

লক্ষ্যণীয় যে স্বাধীনতাৰ পাছৰ পৰা ১৯৭৭ লৈ কংগ্ৰেছৰ ক্ষেত্ৰতো একেই পৰিস্থিতিৰ সৃষ্টি হৈছিল। কোনো ৰাজনৈতিক দলেই কংগ্ৰেছৰ একাধিপত্যক প্রত্যাহান জনাবলৈ সক্ষম হোৱা নাছিল; কিন্তু ১৯৭৭ত ভাৰতীয় ৰাজনীতিৰ ইতিহাসত প্ৰথমবাৰলৈ সকলো বিৰোধী দল ঐক্যবদ্ধ হৈছিল।

প্ৰতিটো দলৰে নীতি-আদর্শ পৃথক হ’লেও তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে দেশত বলবৎ কৰা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সকলো দল জনতা পার্টিৰ অধীনত চামিল হৈছিল। অৱশ্যে দলসমূহৰ আভ্যন্তৰীণ মতভেদ আৰু পৰস্পৰ বিৰোধিতাই কম দিনৰ সেই মিত্রজোটক ধৰাশায়ী কৰি পেলাইছিল। জনতা পার্টিত একাধিক বিভাজন ঘটি নতুন নতুন দলৰ সৃষ্টি হৈছিল।

ফলস্বৰূপে ইন্দিৰা গান্ধীয়ে ক্ষমতালৈ প্রত্যাৱর্তনৰ সুযোগ লাভ কৰিছিল; কিন্তু ১৯৭৭ত মিত্রজোঁটে এই কথা প্ৰমাণ কৰি দিছিল যে ভাৰতীয় ৰাজনীতিৰ মহাপৰাক্ৰমী কংগ্ৰেছক পৰাজিত কৰাটো সম্ভৱ।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesIndia AllianceOpposition FrontPranjalsen Deka
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d