Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Indrani Tahbilkar Incident:ইন্দ্ৰাণী-কাণ্ডৰ পৰা বিশ্বাসহীনতাত ভুগিছে বিজেপিৰ নেতা-পালিনেতা

কেতিয়া কি হৈ যায় ! আক্ষেপ, ফোন টেপিঙৰ আশংকাত বন্ধ কৰি দিছে কথা-বতৰা

publisher by publisher
September 2, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Indrani Tahbilkar Incident:ইন্দ্ৰাণী-কাণ্ডৰ পৰা বিশ্বাসহীনতাত ভুগিছে বিজেপিৰ নেতা-পালিনেতা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Indrani Tahbilkar Incident:

বিজেপি নেত্রী ইন্দ্ৰাণী তহবিলদাৰৰ ৰহস্যজনক আত্মহত্যা আৰু তাৰ পূৰ্বে বহিষ্কৃত বিজেপি নেতা লাচিত গগৈৰ ঘটনাত কে’বাটাও কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে যেন একপ্ৰকাৰ বিশ্বাস হ্ৰাস পাইছে বিজেপিৰ নেতা-পালিনেতাৰ মাজত।

ADVERTISEMENT

যিমানেই ঘনিষ্ঠ নহওক কিয়; ফোনত কোনোৱে বিভিন্ন অভিযোগ বা আপত্তিজনক কথা-বাৰ্তা আৰম্ভ কৰিলেই এতিয়া বুকু দুৰ-দুৰু কঁপি উঠে বিজেপি নেতাৰ। উল্লেখ্য যে শাসকীয় দল হিচাপে বিজেপিৰ সৰু-বৰ পৰা নেতালৈ বিভিন্ন – কাম-কাজ বিচাৰি বহু লোক ফোন কল আছে ।

সকলোকে বিশ্বাগত কিন্তু শেহতীয়াকৈ বিজেপি নেতা- পালিনেতাসকলৰ মাজৰ বহুকেইটা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছতে বিজেপিৰ নেতাসকলৰ মাজতে বিশ্বাস হ্রাস পাইছে। দলটোৰ কেবাজনো নেতাই ইয়াৰ সত্যতা স্বীকাৰ কৰি কথা, ‘ফোনত আজি কালি সকলো কথা পাতিব নোৱাৰি। কাকে বিশ্বাস কৰিব নোৱাৰি।

কেতিয়া কত ভাইৰেল হৈ যায় ঠিক নাই। অতি জৰুৰী হ’লে এতিয়া হোৱাটছএপ কলেই অন্যতম ভৰসাৰ হল দলটোৰ সূত্ৰই সদৰী কৰা অনুসৰি, শাসকীয় দল হিচাপে বহু লোকে বিভিন্ন কাম বিচাৰি বিভিন্ন কয়। ফোনতে যোগাযোগ ক শাসকীয় দল হিচাপে কাম কাজ বিচাৰি অহাটো স্বাভাবিক কথা।

তদুপৰি দলৰ বিভিন্ন অভাৱ অভিযোগ আগতে ফোনতে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছিল; কিন্তু শেহতীয়া কেবাটাও ঘটনাৰ পাছত ফোনত এনে আলোচনাৰ পৰিমাণ বহু পৰিমাণে হ্রাস পাইছে। কিবা অভিযোগ থাকিলে লিখিতভাবে দিয়াৰ ব্যৱস্থা আছে আৰু ফোনতকৈ লিখিতভাবে দিবলৈ আহ্বান জনোৱা হৈছে।

অৱশ্যে ঘনিষ্ঠ হ’লে এতিয়া হোৱাটছএপেই একমাত্র ভৰসাস্থলী বুলি সুত্ৰটোৱে সদৰী কৰি কাম-কাজ সম্বন্ধীয় বিষয় সংশ্লিষ্টজনক লগ কৰিহে এতিয়া পাতিবলগীয়া হয় বুলি কয়।

উল্লেখ্য যে শেহতীয়াকৈ ভাইৰেল হোৱা বিজেপি নেতাৰ মাজৰ কল ৰেকৰ্ডিংসমূহত বিত্তীয় লেনদেনৰ তথ্য পোহৰলৈ আহিছিল। এনে ৰেকৰ্ডিংসমূহে শাসকীয় দলটোক কিছু পৰিমাণে হ’লেও বিতৰ্কৰ মাজলৈ লৈ গৈছিল।

এনেধৰণৰ বিষয়বোৰে যাতে অনাগত দিনত দলটোক শ’লঠেকত নেপেলাই এই দিশত শীর্ষ দিশত দলটোৰ নেতা-কৰ্মীসকলক সকীয়াই দিয়া হৈছে। দলটোৰ সম্মান লাঘব হোৱা কাৰ্যৰ পৰা কর্মকৰ্তাসকলক বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। তেনে পৰিপ্ৰেক্ষিতত ফোন কলতকৈ, হোৱাটছএপ কলেই এতিয়া অতি বিশ্বাসী হৈ পৰিছে বিজেপিৰ ভিতৰচ’ৰাত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPleaders And WorkersPhone Callwhatsaap
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d