Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cotton Production is Declining Rapidly:মৰাপাট খেতিলৈ ভাবুকি, দ্রুত হাৰত কমিছে উৎপাদন

জলা-কলা খুৱাইছে ব্ৰহ্মপুত্ৰই, নহা হৈছে বাহিৰৰ বেপাৰী

publisher by publisher
February 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Cotton Production is Declining Rapidly:মৰাপাট খেতিলৈ ভাবুকি, দ্রুত হাৰত কমিছে উৎপাদন
2
SHARES
23
VIEWS
ShareShareShareShare

Jute Production is Declining Rapidly:

বৰপেটাৰ মৰাপাট খেতিলৈ নামি আহিছে চৰম ভাবুকি। ধুবুৰী আৰু নগাঁৱৰ পাছতে বৰপেটা, গোৱালপাৰা আৰু দবং জিলাকে ধৰি আন কেইখনমান জিলাই মৰাপাট উৎপাদনৰে দেশব সর্বমুঠ মৰাপাট উৎপাদনত দ্বিতীয় স্থান লাভ কৰি আহিছিল৷

ADVERTISEMENT

কেৱলমাত্র অসমেই ২০১৯-২০ বর্ষ পর্যন্ত দেশব সর্বমুঠ মৰাপাট উৎপাদনৰ ক্ষেত্ৰখনত ১.৬ মিলিয়ন বেইল (১ বেইল- ১৮০ কিঃ গ্রাঃ) উৎপাদন কৰি আহিছে। লক্ষ্যণীয়ভাবে বাজ্যৰ এনে সফল উৎপাদনত ধুবুৰী আৰু নগাঁৱৰ পাছতে স্থান লাভ কৰি আহিছিল বৰপেটা জিলাই।

RelatedPosts

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Barpeta:বৰপেটাত আছাদুদ্দিন ওৱেছিৰ জনসভা

Jihadi arrested in Barpeta:বৰপেটাত পুনৰ গ্ৰেপ্তাৰ জেহাদীক

অসম কৃষি বিভাগৰ এক সূত্রই সদবী কৰা মতে, ২০১৫-১৬ চন পর্যন্ত জিলাখনে ৰাজ্যৰ তৃতীয় স্থানত মৰাপাট উৎপাদন কৰি ৰাজ্যৰ কৃষি অর্থনীতিত এক বিশেষ ভূমিকা গ্রহণ কৰি আহিছিল। সূত্রটোত প্রকাশ মতে, ২০১৫-১৬ত বৰপেটাত মৰাপাটৰ উৎপাদন হয় ৬১৬৯ হেক্টৰ কৃষিভূমিৰ বিপৰীতে ৬৭,৪৭৮ বেইল। তদুপৰি ইয়াৰ পৰা মৰাপাট তেল উৎপাদন হৈছিল প্রতি হেক্টৰ কৃষিভূমি বিপৰীতে ১৯৬৯ কিঃ গ্রাঃ; কিন্তু লক্ষ্যণীয়ভাবে বিগত ছয়-সাত বছৰব পৰা দ্রুত হাৰত হ্রাস হৈছে বৰপেটাৰ মৰাপাট উৎপাদন।

ইয়াৰ লগে লগে ৰাজ্যৰ কৃষি অর্থনীতিতো অবিলম্বে চৰম আঘাত পৰাৰ আশংকাই দেখা দিছে। ইতিমধ্যে এনে আশংকাৰ সম্মুখীন হ’ব লগা হৈছে মৰাপাটক মূল কেন্দ্র কৰি গঢ় লৈ উঠা অসমৰ দ্বিতীয়খন, সর্ববৃহৎ বজাৰ বহৰি। উল্লেখ্য যে ধুবুৰীৰ গৌৰীপুৰ বজাৰৰ পাছতে মৰাপাট বেচা-কিনাৰ ক্ষেত্রত বিশেষ স্থান দখল কৰি আহিছে বৰপেটা জিলাৰ বহৰি হাটে।

jute 1ব্রহ্মহ্ত্রৰ পাৰৰ এই সাপ্তাহিক বজাৰখনত অন্যান্য কৃষিজাত সামগ্ৰীৰ লগতে বছৰি ৬০-৭০ হেজাৰ বেইল পর্যন্ত মৰাপাট বেচা-কিনা হৈছিল; কিন্তু পূর্বৰ এনে বৃহৎ পৰিমাণৰ উৎপাদনৰ বিপৰীতে শেহতীয়া উৎপাদন হৈছে ৩০-৪০ বেইল।

এই কথা প্রকাশ কৰিছে এজন মৰাপাট পাইকাৰী ব্যৱসায়ী বিল্লাল হুছেইনে। তেওঁ কয়, ‘দ্য আছাম কো- অপাৰেটিভ জুট মিল, আটলান্টা মডুলাৰ জুট মিল, ব্রহ্মপুত্র জুট মিল, জুট কর্পোবেছন অব ইণ্ডিয়া আদিকে ধৰি অসমৰ যি ১০-১২টা মৰাপাট উদ্যোগ আছে ইয়াৰ চাহিদা অসমতে উৎপাদিত মৰাপাটে পূৰণ কৰি আহিছে। তাৰ ভিতৰত বহৰি হাটৰ মৰাপাটে অধিক প্রয়োজন পূর্ণ কৰি আহিছিল। ইয়াৰ উপৰি পশ্চিমবংগ আৰু বাংলাদেশৰ বেপাৰী আহি প্রত্যক্ষভাৱে ইয়াত মৰাপাট ক্ৰয় কৰিছিল; কিন্তু পাঁচ-ছয় বছৰমান পূৰ্বে চৰকাৰে বিদেশী বেপাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰে।

তদুপৰি ব্ৰহ্মপুত্ৰৰে যাতায়াত বিপদসংকুল হৈ পৰাত পশ্চিমবংগৰো ব্যৱসায়ীসকল কাচিৎহে অহা হ’ল। গতিকে সর্বমুঠ লগ লাগি বৰপেটাৰ পূৰ্বৰ মৰাপাটব বজাৰখনৰ অৱস্থা বেয়াৰ ফালে গতি কৰিছে।’ ইপিনে, প্রতি বছৰে বাঢ়ি থকা পানীৰ প্রকোপে বৰপেটাৰ মৰাপাট খেতিলৈ ভাবুকি কঢ়িয়াই অনাৰ কথা প্রকাশ কৰিছে ইয়াৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপাৰা গাঁৱৰ মৰাপাট খেতিয়ক আব্দুৰ ৰহমানে।

খেতিয়কজনে কয়, ‘মৰাপাটসমূহ সাৰ-নিৰণি আদি মাৰি বহু কষ্ট কৰাৰ পাছত যেতিয়া ই লহপহীয়া হৈ উঠে, আৰম্ভ হৈ যায় পানীৰ অত্যাচাৰ। পানী এই শুকায়, এই বাঢ়ে। তাৰ মাজতে মৰাপাটবোৰো কিবাকৈ হ’লেও বাঢ়িব ধৰে; কিন্তু গা-গছ বাঢ়িব ধৰা সময়খিনিতে পানীৰ প্রকোপ বাঢ়ি নষ্ট হৈ যায়। মই এইবাৰ ১৫- ২০ হেজাৰ টকা লোকচান ভৰিলো। খেতিৰ খৰচেই নুঠিল। ইয়াৰ পাছত অহাবাৰ পুনৰ খেতি কৰিবলৈ মোৰ সামর্থ্য ক’ত? এই অৱস্থা সকলোৰে হৈছে। আমাকতো চৰকাৰে খেতি-বাতিত সহায় নকৰে। কেৱল সময়ত ভাল খেতি এডৰা চাই ফটো তুলি নিয়ে চৰকাৰী বিষয়াসকলে, তাৰ পাছত কি কৰে সেয়া আমাৰ জনাৰ উপায় নাথাকে।

গতিকে বছৰ বছৰ লোকচান ভৰি প্রায় সংখ্যক খেতিয়কে এতিয়া মৰাপাট খেতি কৰিবলৈ বাদ দিছে।’ আন এজন ভৰালী উপাধিৰ দক্ৰেশ্বৰ গাঁৱৰ সাধাৰণ খেতিয়কেও অনুৰূপ বক্তব্য প্রকাশ কৰে। তেৱোঁ কয় ‘এতিয়া বাহিৰৰ বেপাৰী কমকৈ অহা হ’ল। ব্রহ্মপুত্রখন ভয় লগা হ’ল। দুর্ঘটনা হোৱাৰ ভয় বাঢ়িল। অৱশ্যে মোৰ যিখিনি মৰাপাট বিক্ৰী কৰিলো দামৰ ফালৰ পৰা ঠিকেই আছে। মই প্রতি মোন (৪০ কিঃ গ্রাঃ) মৰাপাট ২০০০-২১০০ কৈ বিক্রী কৰিছো; কিন্তু পানীৰ অত্যাচাৰত আমি এতিয়া খেতি কৰিব নোৱৰা হলো। আৰু কেইবছৰমান পাছত শেষেই হ’ব আমাৰ ইয়াত খেতি- খোলা। নদীও আহি মথাউৰিৰ কাষ পাইছেই।’

আনহাতে চৰকাৰে মনোযোগ দিলে অসমৰ কৃষি অর্থনীতিক টনকিয়াল কৰি ৰখা বৰপেটাৰ মৰাপাট খেতি উদ্ধাৰ কৰিব পাৰে। এই দাবী বৰপেটাৰ ৰাইজৰ। বৰপেটাৰ একাংশ কৃষকে এই সম্ভাৱনা প্রকাশ কৰাৰ লগতে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মনজিৎ ওজায়ো জিলাখনৰ অন্যতম কৃষি অর্থনীতিৰ উৎস মৰাপাট খেতি সুৰক্ষিত কৰাৰ দাবী জনাইছে।

কৃষক নেতাজনে, ‘যোৱা কেইটামান বছৰৰ পৰা বাঢ়ি অহা পানীৰ প্রকোপে জিলাখনৰ মৰাপাট কৃষকসকলক বেয়াকৈ প্ৰভাৱিত কৰিছে। এই খেতি সম্পূর্ণ ধ্বংস হৈ গ’লে কেৱল বৰপেটাই নহয়, ৰাজ্যৰ কৃষি অর্থনীতিতে চৰম আঘাত পৰিব। গতিকে চৰকাৰে এইক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BarpetaDeclining RapidlyJute CultivationJute Production
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d